১.  কিমান বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসূহত অটব্য অৰণ্য আছিল ?

উত্তৰঃ৩০০ নিযুত বছৰৰ আগতে পৃথিৱীৰ নিম্ন ভূমিৰ জলাহসূহত অটব্য অৰণ্য আছিল।

২. বায়ুত কয়লা জ্বলালে কি গেছ উৎপন্ন কৰে ?

উত্তৰঃবায়ুত কয়লা জ্বলালে কাৰ্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে।

৩. আলকতৰা কেইবিধ পদাৰ্থৰ এটা মিশ্ৰণ ?

উত্তৰঃআলকতৰা ২০০ বিধ পদাৰ্থৰ এটা মিশ্ৰণ।

৪. আলকতৰাৰ সলনি কি পেট্ৰ'লজাত সামগ্ৰী ব্যৱহাৰ কৰা হয়?

উত্তৰঃ আলকতৰাৰ সলনি বিটুমেন পেট্ৰ'লজাত সামগ্ৰী ব্যৱহাৰ কৰা হয়।

৫.কয়লাৰ সংসাধনৰ দ্বাৰা ক'ক প্ৰস্তুত কৰোতে কি গেছ উৎপন্ন হয় ?

উত্তৰঃ.কয়লাৰ সংসাধনৰ দ্বাৰা ক'ক প্ৰস্তুত কৰোতে কয়লা-গেছ উৎপন্ন হয়।

৬. সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা কি সৃষ্টি হয়?

উত্তৰঃ সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰা পেট্ৰ'লিয়াম সৃষ্টি হয়।

৭. পৃথিৱীৰ প্ৰথম তেলখাদটো কিমান চনত আমেিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াত খন্দা হৈছিল ?

উত্তৰঃপৃথিৱীৰ প্ৰথম তেলখাদটো ১৮৫৯ চনত আমেিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়াত খন্দা হৈছিল।

৮. ১৮৬৭ চনত অসমৰ কোন ঠাই তেল আৱিষ্কাৰ হৈছিল ?

উত্তৰঃ১৮৬৭ চনত অসমৰ মাকুমত তেল আৱিষ্কাৰ হৈছিল ।

৯. কেৰাচিন জীৱাশ্ম ইন্ধন হয় নে নহয় ?

উত্তৰঃ. কেৰাচিন জীৱাশ্ম ইন্ধন নহয়।

 ১০.আটাইতকৈ কম প্ৰদূষিত যান-বাহন ইন্ধটো কি ?

উত্তৰঃ.আটাইতকৈ কম প্ৰদূষিত যান-বাহন ইন্ধটো হ'ল-C.N.G।

১১.ক'ক কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ হয়নে?

উত্তৰঃক'ক কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ হয়নে।

১২. ক'ক আলকতৰা  বিভিন্ন উপাদানৰ এটা মিশ্ৰণ হয়নে ?

উত্তৰঃ. ক'ক আলকতৰা  বিভিন্ন উপাদানৰ এটা মিশ্ৰণ হয়।

১৩. পেট্ৰ'লিয়ামৰ বিশাল বাণিজ্য়িক  ইয়াক কি বুুুুুুলিও কোৱা হয় ?

উত্তৰঃপেট্ৰ'লিয়ামৰ বিশাল বাণিজ্য়িক  ইয়াক ক'লা সোণ  বুুুুুুলিও কোৱা হয়।

১৪. পেট্ৰ'ল আৰু ডিজেল কিহৰ পৰা আহৰণ কৰা হয় ?

উত্তৰঃ পেট্ৰ'ল আৰু ডিজেল  পেট্ৰ'লিয়াম পৰা আহৰণ কৰা হয়।

১৫.১৮১০ চনত আৰু ১৮২০ চনত কোন ঠাইত ৰাস্তা পোহৰাবলৈ প্ৰথম বাৰৰ বাবে কয়লা-গেছ ব্যৱহাৰ কৰা  হৈছিল?

উত্তৰঃ১৮১০ চনত আৰু ১৮২০ চনত লণ্ডন আৰু নিউয়ৰ্কত  ৰাস্তা পোহৰাবলৈ প্ৰথম বাৰৰ বাবে কয়লা-গেছ ব্যৱহাৰ কৰা।

১৬.য়ামৰ উপাদানসমূহপেট্ৰ'লিৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক কি বোলা হয় ?

উত্তৰঃয়ামৰ উপাদানসমূহপেট্ৰ'লিৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলা হয়।

১৭.পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰিনে ?

উত্তৰঃপৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত নোৱাৰি।

১৮. ভাৰতত ক'ত প্ৰাকৃতিক গেছ পোৱা যায়? 

উত্তৰঃ ভাৰতত অসমত প্ৰাকৃতিক গেছ পোৱা যায়। 

১৯. পেট্ৰ'লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন হয়নে ?

উত্তৰঃ পেট্ৰ'লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন নহয়।

২০.  চি. এন.জি. কি উৎপাদন কৰিবলৈ ব্যৱহৃত হয় ?

উত্তৰঃ  চি. এন.জি.  উবিদ্যুৎ শক্তি উপাদন কৰিবলৈ ব্যৱহৃত হয়।

২১.