বিশ্ব-ভাৱনা

১। বিশ্ব-ভাৱনা গীতটি কোনে লিখিছিল?

1) দুগেশ্বৰ শৰ্মা

2) জ্ঞানদাভিৰাম বৰুৱা

3) মিত্ৰদেৱ মহন্ত

Ans: দুগেশ্বৰ শৰ্মা

২। দুগেশ্বৰ শৰ্মা জন্ম কেতিয়া হৈছিল?

1) ১৮৮৯

2) ১৪৯০

3) ১৮৫২

Ans: ১৮৫২

৩। দুগেশ্বৰ শৰ্মা কিমান চনত বি.এ. পৰীক্ষাত উৰ্ত্তীণ হ'য়?

1) ১৯০৩

2) ১৯০৬

3) ১৯০৯

Ans: ১৯০৩

৪। দুগেশ্বৰ শৰ্মা কিমান চনত আইন পৰীক্ষাত উৰ্ত্তীণ হ'য়?

1) ১৯০৬

2) ১৯১৫

3) ১৯১৭

Ans: ১৯০৬

৫। দুগেশ্বৰ শৰ্মা কিমান চনত চিৰ চাকৰিত সোমায়?

1) ১৯১১

2)  ১৯১৫

3) ১৯১৮

Ans: ১৯১১

৬। তেওঁৰ কবিতা পুথি কেইখন?

1) ২ খন

2) ৩ খন

3) ৪ খন

Ans: ২ খন

৭। দুগেশ্বৰ শৰ্মা ৰ কোনখন প্ৰথম কবিতা পুথি?

1) অঞ্জলী

2) নিবেদন

3) ওপৰৰ এটাও নহয়

Ans: অঞ্জলী

৮। পদ্মাৱতীৰ নাটক কেইখন?

1) ৪ খন

2) ৮ খন

3) ১৪ খন

Ans: ৪ খন

৯। দুগেশ্বৰ শৰ্মা ৰ কিমান চনত মৃত্যু হৈছিল?

1) ১৯৬১

2) ১৯৬৪

3) ১৯৭৫

Ans: ১৯৬১

১০। চন্দ্ৰাৱলী নাটকখন কিমান চনত ৰচনা কৰিছিল?

1) ১৯১২

2) ১৯১০

3) ১৯০৯

Ans: ১৯০৯

Type Susmita Kakati