১) আমাৰ প্ৰতিদিনে পূৱা কোন দিশত সূৰ্য উদয় হয়?

i) পশ্চিম দিশত

ii) পূব দিশত

iii) উওৰ দিশত

Ans- ii) পূব দিশত

২) সূৰ্যৰ চাৰিওফালে কেইতা গ্ৰহেই অবিৰামভাৱে প্ৰদক্ষিন কৰি আহিছে?  

i) পাচটা

ii) ছয়টা

iii) আঠটা

Ans- iii) আঠটা

৩) আমি সন্ধিয়া আকাশত কোন দিশত সূৰ্যটো মাৰ যোৱা দেখিছো?

i) পশ্চিম দিশত

ii) উওৰ দিশত

iii) পূৱ দিশত

Ans- i) পশ্চিম দিশত

৪) সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান?

i) এক কোটি কিলোমিটাৰ

ii) বাৰ কোটি কিলোমিটাৰ

iii) পোন্ধৰ কোটি কিলোমিটাৰ

Ans- iii) পোন্ধৰ কোটি কিলোমিটাৰ

৫) গ্ৰহবোৰৰ চাৰিওফালে প্ৰদক্ষিন কৰি থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?

i) উপগ্ৰহ

ii) পৃথিৱীৰ

iii) গ্ৰহ

Ans- i) উপগ্ৰহ

৬) পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি?

i) গ্ৰহ

ii) চন্দ্ৰ

iii) উপগ্ৰহ

Ans- ii) চন্দ্ৰ

৭) প্ৰথিৱীয়ে  নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি কিমান ঘণ্টাৰ ভিতৰত গাটো সম্পূৰ্ণ এপাক ঘুৰাই লয়?

i) ১২ ঘণ্টা

ii) ২০ ঘণ্টা

iii) ২৪ ঘণ্টা

Ans- iii) ২৪ ঘণ্টা

 ৮) পৃথিৱীখন  সম্পূৰ্ণ এপাক ঘুৰিবলৈ কিমান দিন লাগে ?

i) ৩৫৫ দিন ৩ ঘণ্টা

ii) ৩৫৬ দিন ১২ ঘণ্টা

iii) ৩৬৫ দিন ৬ ঘণ্টা

Ans- iii) ৩৬৫ দিন ৬ ঘণ্টা

৯) জলভাগক মূলতঃ কেইখন মহাসাগৰ ভাগ কৰা হৈছে?

i) ১০ খন

ii) ৫ খন

iii) ৩ খন

Ans- ii) ৫ খন

১০) পৃথিৱীখন ৩৬৫ দিন ৬ ঘণ্টা সম্পূৰ্ণ কৰা পিছত কিমান বছৰৰ বুলি কোৱা হয়?

i) পাঁচ বছৰ

ii) এবছৰ

iii) দহ বছৰ

Ans- ii) এবছৰ