পোহৰ, ছাঁ আৰু প্ৰতিফলন



১। কিহৰ অবিহনে বস্তু দেখা পোৱাটো সম্ভৱ নহয় ?

তাপৰ

পোহৰৰ

ছাঁৰ 

উত্তৰঃ পোহৰৰ


২। দিনৰ ভাগত কাৰ উপস্থিতিৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ ?

টৰ্চৰ

বাল্বৰ

সূৰ্যৰ

উত্তৰঃ সূৰ্যৰ


৩। পোহৰ দিব পৰা বা পোহৰ বিলাই দিব পৰা বস্তুক কি বুলি কোৱা হয় ?

দীপ্তিমান

দীপ্তিহীন

দৃশ্যমান

উত্তৰঃ দীপ্তিমান


৪। কোনো এটা বস্তুৰ মাজেৰে যদি একো দেখা পোৱা নাযায় তেনে বস্তুক কি বুলি কোৱা হয় ?

স্বচ্ছ

অস্বচ্ছ

ঈষৎ স্বচ্ছ

উত্তৰঃ অস্বচ্ছ


৫। পোহৰৰ গতি পথত কোনো অস্বচ্ছ বস্তু থাকিলে কিহৰ সৃষ্টি হয় ?

ছাঁ

প্ৰতিফলন

পোহৰ

উত্তৰঃ ছাঁ


৬। পোহৰ সদায় কি ৰেখাত গতি কৰে ?

বক্ৰ ৰেখাত

সৰল ৰেখাত

এটাও নহয়

উত্তৰঃ সৰল ৰেখাত


৭। কিহৰ দ্বাৰা প্ৰতিফলন ঘটাই পৰিষ্কাৰ প্ৰতিবিম্ব পাব পাৰি ?

দাপোনৰ

পোহৰৰ

ছাঁৰ

উত্তৰঃ দাপোনৰ


৮। তলৰ ছবিখনত থকা বস্তুটো কি ?




এজোপা গছ

এজন মানুহ

এটা পেৰিস্কোপ

উত্তৰঃ এটা পেৰিস্কোপ


৯। 'দীপ্তিমান' শব্দৰ ইংৰাজী ৰূপ কি ?

Luminous

Opaque

Transparent

উত্তৰঃ Luminous


১০। কি বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে ?

দীপ্তিমান

স্বচ্ছ

ঈষৎ স্বচ্ছ

উত্তৰঃস্বচ্ছ


১১। কি বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যাব পাৰে ?

স্বচ্ছ

অস্বচ্ছ

ঈষৎ স্বচ্ছ

উত্তৰঃ ঈষৎ স্বচ্ছ


১২। 'স্বচ্ছ' শব্দৰ ইংৰাজী ৰূপ কি ?

Translucent

Transparent

Reflection

উত্তৰঃ Transparent


১৩। তলৰ কোনটো অস্বচ্ছ পদাৰ্থ ?

এখন বেৰ

এখন দাপোণ

পলিথিন

উত্তৰঃ এখন বেৰ


১৪। তলৰ কোনটো দীপ্তিমান পদাৰ্থ ?

এখিলা কাৰ্বন পেপাৰ

এটুকুৰা শিলগুটি

এটা জ্বলি থকা টৰ্চ

উত্তৰঃ এটা জ্বলি থকা টৰ্চ


১৫। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?




দাপোনৰ প্ৰতিফলন

পোহৰৰ সৰলৰেখাত গতি

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


১৬। 'প্ৰতিফলন' শব্দৰ ইংৰাজী ৰূপ কি ?

Reflection

Luminous

Mirror

উত্তৰঃReflection


১৭। ছাঁ সৃষ্টি হবলৈ কিহৰ প্ৰয়োজন হয় ?

এটা পোহৰৰ উৎস

এটা অস্বচ্ছ পদাৰ্থ

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


১৮। 'দাপোন' শব্দৰ ইংৰাজী ৰূপ কি ?

Mirror

Transparent

Opaque

উত্তৰঃ Mirror


১৯। তলৰ কোনটো স্বচ্ছ পদাৰ্থ ?

ধোঁৱা

বায়ু

পলিথিন

উত্তৰঃ বায়ু


২০। 'ছাঁ' শব্দৰ ইংৰাজী ৰূপ কি ?

Shadow

flection

উত্তৰঃ Shadow