অসমৰ দুগৰাকী সাহসী নাৰী

১) বিৰঙ্গনা বুলি কাক জনা যায়?

ক) ভুগেশ্ৱৰী ফুকননি

খ) কনকলতা

গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ খ) কনকলতা

২) ভাৰত কিমান চনত স্ৱাধীন হৈছিল?

ক) 1947 চনত

খ) 1950 চনত

গ) ওপৰৰ দুয়োটাই নহয়

উত্তৰঃ ক) 1947 চনত

৩) গহপুৰৰ কি গাওঁত বীৰাঙ্গনা জন্ম হৈছিল?

ক) বৰঙাবাৰী

খ) বগৰিবাৰী

গ) ওপৰৰ দুয়োটাই নহয়

উত্তৰঃ ক) বৰঙাবাৰী

৪) তেওঁ কিমান চনত জন্ম হৈছিল?

ক) 1927 চনত

খ) 1930 চনত

গ) 1928 চনত

উত্তৰঃ গ) 1928 চনত

৫) তেওঁ পিতৃৰ নাম কি আছিল?

ক) কৃষ্ণকান্ত

খ) মাধৱ

গ) ওপৰৰ দুয়োটাই হয়

উত্তৰঃ ক) কৃষ্ণকান্ত