আমাৰ পঢ়াশালি

১ম অধ্য়ায়


১) আমাৰ পঢ়াশালি

ক) এক ৰংৰ ফুল

খ) নানাৰঙী ফুল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নানাৰঙী ফুল


২) মিলিজুলি কি কৰি থাকোঁ?

ক) নাচি থাকোঁ

খ) গান গাই থাকোঁ

গ) খেলি থাকোঁ

উত্তৰঃ গ) খেলি থাকোঁ


৩) হাঁহি-ধেমালি কি হয় আছে?

ক) ভৰি আছে

খ) কমি আছে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ভৰি আছে


৪। 'আ' কি চিন হ'ব?

ক) 

খ) ি

গ) 

উত্তৰঃ ক) 


৫। আমাৰ পঢ়াশালিখন কেনেকোৱা হ ব লাগে?

ক) বৰ ধুনীয়া

খ) বৰ বেয়া

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বৰ ধুনীয়া


৬) আমি পঢ়াশালিখন কি কৰি ৰাখো

ক) লেটেৰাকৈ

খ) চাফ-চিকুণকৈ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চাফ-চিকুণকৈ


৭) শিক্ষাগুৰুসকলে আমাক কি কৰি পঢ়ুৱায় ?

ক) খং কৰি

খ) মৰম কৰি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মৰম কৰি


৮) গ+উ= কি হ'ব ?

ক) ৰু

খ) হু

গ) গু

উত্তৰঃ গ) গু


৯) শ+উ= কি হ'ব ?

ক) শু

খ) গু

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) শু


১০) পঢ়াশালিখন আমাৰ অতি মৰমৰ ।

ক) হয়

খ) নহয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হয়


Post ID: DABP007031