ৰান্ধনিঘৰৰ আলপ

Chapter 11



১) সোণটিহঁতৰ ৰান্ধনিঘৰত এদিন কি ?

ক) উৰুকা ৰাতি

খ) দুভাগ ৰাতি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) দুভাগ ৰাতি


২) বাটিয়ে ক'লে কি কৰি ?

ক) ঠাট্টা

খ) লাজ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঠাট্টা


৩) ময়েই তাৰ মান ৰাখি আঞ্জা দিওঁ ভাগৰ কোনে কৈছিল?

ক) কাঁহী

খ) হেতা

গ) বাটি

উত্তৰঃ গ) বাটি


৪) কাঁহীয়ে কাক ক'লে তই বৰ ঠেক?

ক) হেতাক

খ) বাল্টিক

গ) বাটিক

উত্তৰঃ গ) বাটিক


৫) ফিচিঙা-ফিচিঙি হাঁহি মাৰি কেৰাহীয়ে কাক ক'লে?

ক) কাঁহী-বাটীক

খ) হেতা আৰু খণ্টি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কাঁহী-বাটীক


৬) হুৰ-মূৰকৈ দম্ভালি মাৰি কোন একে জাপে উঠিল?

ক) হেতা আৰু খণ্টি

খ) হেতা খণ্টি আৰু বাল্টি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) হেতা খণ্টি আৰু বাল্টি


৭) ণ+ট= কি হব?

ক) ট্ট

খ) ণ্ট

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ণ্ট


৮) ঞ+জ=কি হব?

ক) ঞ্জ

খ) ল্ট

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঞ্জ


৯) বিদ্য়ালয়ৰ কি বাজিছে?

ক) গান

খ) ঘণ্টা

গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ খ) ঘণ্টা


১০) ল+ট=কি হব?

ক) ল্ম

খ) ল্ট

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ল্ট