Class 5 Environment 

আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি 

পাঠঃ ১৫

১) ডিম্বেশ্বৰৰ ভায়েকৰ নাম কি ?

(ক) ইন্দ্ৰ 

(খ) ইম্বেশ্বৰ 

(গ) উপৰৰ এটাও নহয় 

উত্তৰঃ (ক) ইন্দ্ৰ 


২) তৃপ্তীয়ে যোৱাবাৰ হাইস্কুল শিক্ষাত পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে বাবে তাইক

 চৰকাৰৰ তৰফৰ পৰা কি দিছে ?

(ক) লেপটপ 

(খ) কম্পিউটাৰ 

(গ) টি ভি

উত্তৰঃ (খ) কম্পিউটাৰ 


৩) অলিভিয়াই এইবাৰ জন্মদিনত মামায়েকৰ পৰা কি ুউপহাৰ হিচাপে পাইছে ?

(ক) ম'বাইল ফোন 

(খ) কম্পিউটাৰ 

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ (ক) ম'বাইল ফোন


৪) অলিভিয়াৰ মাকে কি চাকৰি কৰে ?

(ক) তলৰ এটাও নহয় 

(খ) নাৰ্চ 

(গ) শিক্ষয়িত্ৰী

উত্তৰঃ (গ) শিক্ষয়িত্ৰী


৫)

(ক)

(খ)

(গ)

উত্তৰঃ


৬) প্ৰযুক্তি বিদ্য়াৰ প্ৰয়োগ বুলি কাক কোৱা হয় ?

(ক) বিভিন্ন কাম কাজত বৈজ্ঞানিক চিন্তা-চৰ্চা, যন্ত্ৰপাতী, কৌশল আদি প্ৰয়োগ

 কৰাকে প্ৰযুক্তি বিদ্য়াৰ

প্ৰয়োগ

(খ) দুয়োতা

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ বিভিন্ন কাম কাজত বৈজ্ঞানিক চিন্তা-চৰ্চা, যন্ত্ৰপাতী, কৌশল আদি প্ৰয়োগ

 কৰাকে প্ৰযুক্তি বিদ্য়াৰ প্ৰয়োগ


৭) কিহৰ সহায়ত এই যোগাযোগ ব্য়ৱস্থা সম্ভৱ হৈছে ?

(ক) প্ৰযুক্তিৰ উপগ্ৰহৰ

(খ) কৃত্ৰিম উপগ্ৰহৰ

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ কৃত্ৰিম উপগ্ৰহৰ


৮)

(ক)

(খ)

(গ)

উত্তৰঃ


৯) কম্পিউটাৰৰ লগত কি সংযোগ থাকিলে আমি কৰা কামখিনি কাগজত লিখিত

 আকাৰেৰে ছপা কৰি উলিয়াব পাৰোঁ ? 

(ক) প্ৰিণ্টাৰ

(খ) চি পি ইউ

(গ) ওপৰৰ দুয়োটাই 

উত্তৰঃ প্ৰিণ্টাৰ


১০) কম্পিউটাৰৰ গুৰুত্বপূৰ্ণ অংশবোৰ কি কি ?

(ক) চি পি ইউ আৰু কী - বোৰ্ড

(খ) মাউচ আৰু মনিটৰ

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ ওপৰৰ দুয়োটাই 


১১) কম্পিউটাৰ এটাৰ মুখ্য় কাম কি ?

(ক) যোগাযোগ ব্য়ৱস্থা

(খ) যোগাযোগ স্থাপন কৰা

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ যোগাযোগ স্থাপন কৰা


১২) মনিটৰত থকা কথাবোৰ মাউচেৰে কি কৰি কাম কৰিব পাৰি ?

(ক) তলৰ এটাও নহয় 

(খ) নিয়ন্ত্ৰণ

(গ) সংৰক্ষণ

উত্তৰঃ নিয়ন্ত্ৰণ


১৩) চি পি ইউ নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু কি কৰি ৰাখে ?

(ক) তলৰ দুয়োতা

(খ) সংৰক্ষণ

(গ) নিয়ন্ত্ৰণ

উত্তৰঃ সংৰক্ষণ


১৪)

(ক)

(খ)

(গ)

উত্তৰঃ


১৫) কী-বোৰ্ডৰ দ্বাৰা লিখিত আকাৰেৰে আমি কি দিওঁ ?

(ক) তলৰ এটাও নহয় 

(খ) সংৰক্ষণ

(গ)  নিৰ্দেশ

উত্তৰঃ নিৰ্দেশ


১৬) আমি দেশ-বিদেশৰ খবৰ পাব পাৰোঁ নে নোৱাৰো ?

(ক) পাৰোঁ

(খ) নোৱাৰো

(গ) নোৱাৰো নিকি

উত্তৰঃ পাৰোঁ


১৭) ইণ্টাৰনেট কি ?

(ক) আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্য়ৱস্বা 

(খ) লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি

(গ) কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ 

উত্তৰঃ আধুনিক যুগৰ আটাইতকৈ উন্নত যোগাযোগ ব্য়ৱস্বা 


১৮)

(ক)

(খ)

(গ)

উত্তৰঃ


১৯) গোটেই পৃথিৱীব্য়াপী অসংখ্য় কম্পিউটাৰ সংযোগ কৰি এক কি ব্য়ৱস্থা গঠন

 কৰা হৈছে ?

(ক) বিশাল যোগাযোগ

(খ) কৃত্ৰিম উপগ্ৰহৰ

(গ) ওপৰৰ এটাও নহয় 

উত্তৰঃ বিশাল যোগাযোগ


২০) আমি কৰি থকা কামখিনি আৰু কামৰ ফলাফল কিহত দেখা পাও ?

(ক) লেপ টপ

(খ) মনিটৰত

(গ) UPS

উত্তৰঃ মনিটৰত


Type By - Raktima Saikia.