পাঠ ৮
বেবেৰিবাং

৫। উত্তৰ দিয়া
     
(ক) ভাত উতলাদি ভুতুক ভাতাক কৈ বুঢ়াৰ পেটত উতলি থাকি কোন ওলাব নোৱাৰা হৈ আছিল
উত্তৰঃ 
     (খ) মোলাক দেউ কেনেকৈ যাবলৈ ওলাল
     (গ) মোলোক দেউৱে কেনেদৰে বাট বুলিছিল
             
 ৭)দুজনীয়া  দলত বিভক্ত হৈ উদাহৰণ চা্ই অন্ত্যনিল থকা আন আন শব্দ গঠন কৰিবলৈ চেষ্টা কৰা
       মুচুক মাচাক
       টুপুক টাপাক
       কুৰুক কাৰাক
       চলচলীয়া
       কিচকিচীয়া
৮)কবিতাকেইফাকি পঢা আৰু অনুৰুপ শব্দবোৰত চিন দিয়া
ঘৰ চৰ ভা্ঙি নিলে
     বৰদৈচিলাই
ৰহিমলাই কান্দি আছে
     ইনাই বিনাই।
চাউল টাউল  একো নাই
     খৰিবোৰো তিতা
ছাগলী টাগলী কেনি গল
     ছেদেলি ভেদেলি ভিঠা
৯)কবিতাটিত তোমালোকে তিতা শব্দটো পাইছা। এই তিতা শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অথ প্ৰকাশ কৰে।তলৰ বাক্য দুটালৈ মন কৰা আৰু তিতা শব্দটোৱে কোনটো বাক্যত কি অথ কৰিছে লিখা।
(ক)তিতা কাপোবোৰ ৰদত দিয়া।
(খ)পংকজে তিতা বস্ত খাবলৈ বেয়া পায়।



১০)শব্দৰ লগত অথ মিলোৱা।
শব্দ
আটা
আতা
কাণ
কান

১৪)দলত আলোচনা কৰি কাষৰ  বাকচৰ ভিতৰত  থকা শব্দ খটুৱাই তলৰ দফাটো সম্পুণ কৰা।
নয়ন এজন সলসলিয়া লৰা।পিচে সি ৰং চঙীয়া কাপোৰ পিন্ধি ভাল নাপায়।তাৰ কাম-কাজবোৰ             
পৰিপাটিকাম কৰোঁতে সি খপজপ নকৰে । কোনো কথাতে তাৰ খদমদম অৱস্হা নহয়।
সি তাৰ মনৰ ভাব        কৈ প্ৰকাশ কৰিব পাৰে । তাৰ মাতটোও গলগলীয়াএদিন এখন সভাত সি ছহিদসকলৰ বিষয়ে কৈ আছিল । তাৰ ভাষণ  শুনি লগৰীয়াৰ চকু চলচলীয়া হৈছিল।



-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
Click Here Might Learn
-------------------------------


Post Id: DABP000703