পাঠ ৬
মিত্ৰামিত্ৰ


২। উত্তৰ দিয়া-

(ক) যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি কি?

উত্তৰঃ যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?

উত্তৰঃ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল।

(গ)বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল?

উত্তৰঃ বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল।

(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে?

উত্তৰঃ মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে।

(ঙ) কাৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল?

উত্তৰঃ পত্নীৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল।


৫। কোনে কাক কৈছিল লিখা-

(ক) ''দ্বাৰপালজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম''

উত্তৰঃ উক্ত কথাষাৰ মহাৰাজে মন্ত্ৰীক কৈছিল।

(খ) ''এয়া ৰজাকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ''

উত্তৰঃ ওপৰৰ কথাখিনি বাঘটোৱে ব্ৰাক্ষ্মণজনক কৈছিল।

(গ) ''আপুনি চিন্তা নকৰিব ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম''

উত্তৰঃ উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা বাঘে ব্ৰাক্ষ্মণৰ আগত কৈছিল।

৬। তলৰ শব্দবিলাকৰ সন্ধি ভঙা আৰু কি সন্ধি লিখা-

উত্তৰঃ
     মিত্ৰামিত্ৰ - মিত্ৰ + মিত্ৰ
     স্বণালঙ্কাৰ - স্বৰ্ণ + অলংকাৰ
     শুদ্ধাশুদ্ধি - শুদ্ধ + অশুদ্ধি
     পুৰস্কাৰ - পুৰঃ + কাৰ
     উদ্ধাৰ - উৎ+হাৰ
     জগন্নাথ - "জগৎ + নাথ"

৭। শব্দবোৰৰ স্বৰসন্ধি আৰু বিসৰ্গসন্ধি কৰি তালিকাভুক্ত কৰা

উদগতি (উ + গতি)
জনৈক (জন + এক)
প্ৰত্যুত্তৰ (প্ৰতি + উত্তৰ)
দেৱেশ্বৰ (দেৱ + ঈশ্বৰ)
দুৰ্নীতি (দুঃ + নীতি)
প্ৰত্যেক (প্ৰতি + এক)
সংস্কৃত (সম + কৃত)
গঙ্গোমি (গঙ্গা + ঊৰ্মি)
লোকচাৰ (লোক + আচাৰ)
নিস্বাথ (নিঃ + স্বাথ)
উল্লাস (উ + লাস)
তপোবন (তপঃ + বন)

উত্তৰঃ 

স্বৰসন্ধি

ব্যঞ্জন সন্ধি

বিসৰ্গ সন্ধি

জনৈক

গঙ্গোৰ্মি

প্ৰত্যুত্তৰ

লোকাচাৰ

দেৱেশ্বৰ

প্ৰত্যেক

উদগতি

সংস্কৃত

উল্লাস

দুৰ্নীতি

নিস্বাৰ্থ

তপোবন





Check by - Mukesh Borah

-------------------------------
বেলেগ ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 
-------------------------------




Post Id: DABP000702