নামঃ জিলমিল

ইংৰাজী নামঃ White  Goosefoot

বৈজ্ঞানিক নানঃ Chenopdium album

বৰ্ণনাঃ জিলমিল হৈছে এক বাৰ্ষিক অপতৃণ শাক বা ভেষজ উদ্ভিদ যি অনান্য খেতি কৰা শস্যৰ সৈতে খেতি কৰে। জিলমিল শাক অমৰান্থেচি পৰিয়ালৰ অন্তৰ্ভুক্ত উদ্ভিদ। 

ঔষধি গুণঃ জিলমিল শাক ভাজি অথবা মাছৰ লগত জোল বনাই খোৱা হয়। এই শাকবিধৰ বহু ঔষধি গুণ আছি বুলিও কোৱা হয়। এই শাক যিমান যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু ক্ষাৰ পোৱা য়ায় বাবে প্ৰতিদিনে খাব পাৰিলে দেহ নিৰোগী হৈ থাকে। জিলমিল শাক নিয়মিত খালে কিডনিত পাথৰ ৰোগ নহয়।



Post ID: DABP001436