ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা 

VERYSHORT TYPE QUESTION :

1. হান্টাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল  ?
(এই প্ৰশ্নটো 2003 চনত আহিছিল)

উত্তৰঃ ১৮৮২ চনত ।

2. ১৮৫৮ চনৰ উদৰ নিৰ্দেশনামাৰ অধ্য়ক্ষ কোন আছিল ?
(এই প্ৰশ্নটো 2005 চনত আহিছিল)

 উত্তৰঃ চাৰ্লচ উড ।

3. বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বিলখন কোনে উত্থাপন কৰিছিল ?
(এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ গোপালকৃষ্ণ গোষলে ।

4. প্ৰাথমিক শিক্ষাত ফলাফলভিত্তিক অনুদান` ব্য়ৱহাৰ পৰামৰ্শ কোনে দিছিল ?
(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ হান্টাৰ আয়োগ ।

5. ভাৰতবৰ্ষত বিজ্ঞান আৰু সাহিত্য়ৰ বিকাশৰ বাবে ১৮১৩ চনৰ চাৰ্টাৰ আইনত কিমান টকা ধাৰ্য কৰা হৈছিল ?
(এই প্ৰশ্নটো 2006 চনত আহিছিল)

উত্তৰঃ ৪১ লাখ টকা ।

6. অসম প্ৰাথমিক শিক্ষা আইনখন কোন চনত গৃহীত হ`য় ? (শুদ্ধ উত্তৰটো বাছি উলিওৱা )
(এই প্ৰশ্নটো 2008 চনত আহিছিল) 

উত্তৰঃ

7. ভাৰতত বৃটিছৰ শাসনকালত বাধ্য়তামূলক প্ৰাথমিক শিক্ষাৰ বাবে দাবী কোনে জনাইছিল ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল) 

উত্তৰঃ

8. 1901 চনত চিমলাত শিক্ষা সন্মিলন কোনে আহ্বান কৰিছিল ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

9. মনিটৰিয়েল পদ্ধতি- ৰ আনটো নাম কি ?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ বেল প্ৰথা ।

10. মনিটৰিয়েল প্ৰথা" প্ৰথমে কোন উদ্ভাৱন কৰিছিল ?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)  

উত্তৰঃ

11. নামঘৰ শব্দৰ অৰ্থ কি ?
(এই প্ৰশ্নটো 2006 চনত আহিছিল) 

উত্তৰঃ অসমীয়া মানুহে নাম- কীত্তন কৰি ভগৱানক উপাসনা কৰা ঘৰ ।

12. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰৰ কোষৰ পৰা সম্পূৰ্ণ সাহায্য় পোৱা শিক্ষানুষ্ঠানে ধৰ্মীয় শিক্ষা প্ৰদানত বাধা প্ৰদান কৰাৰ উল্লেখ আছে ?
(এই প্ৰশ্নটো 2018 চনত আহিছিল) 

উত্তৰঃ

13. গান্ধীজীয়ে নিজৰ ৱাৰ্দ্ধা-আঁচনি কোন চনত প্ৰৱৰ্তন কৰিছিল ?
(এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ
 
SHORT TYPE QUESTION :

1. সত্ৰ মানে কি বুজা ?
    (এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰঃ সত্ৰ হৈছে এনে এক স্থান যত নামধৰ্ম প্ৰচাৰৰ লগে লগে হোম,নৃত্য,কলা,সংস্কৃতি আদি কৰা হয় ।

2. পাঠশালা কি ?
    (এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ পাঠশালা হল এক প্ৰাক আধুনিক প্ৰাথমিক কেন্দ্ৰ ।

3. 'শ্ৰীৰামপুৰ ত্ৰয়ী' নামেৰে জনজাত তিনিগৰাকী মিছনেৰীৰ নাম কি কি আছিল ?
    (এই প্ৰশ্নটো 2002, 2003, আৰু 2008 চনত আহিছিল)

উত্তৰঃ

4. শিক্ষাৰ ক্ষেত্ৰত নামঘৰৰ ভূমিকা কি ?
    (এই প্ৰশ্নটো 2002 চনত আহিছিল)

5. অসমত সত্ৰ স্থাপন কৰা দুজন বিশিষ্ট ধাৰ্মিক নেতাৰ নাম লিখা ।
    (এই প্ৰশ্নটো 2003 আৰু 2005 চনত আহিছিল)

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ আৰু সত্ৰীয়া বৰুৱা ।

6. অসমীয়া-ইংৰাজী অভীধান ৰচনা কৰা প্ৰথমজন মিছনাৰীৰ নান লিখা । ই কোন চনত প্ৰকাশিত হৈছিল ?
    (এই প্ৰশ্নটো 2005, 2009, আৰু 2010 চনত আহিছিল)

উত্তৰঃ 

7. নামঘৰৰ বিষয়ে সংক্ষেপে লিখা ।
    (এই প্ৰশ্নটো 1999 আৰু 2000 চনত আহিছিল)

8. সহায়ক অনুবাদ মানে কি ?
    (এই প্ৰশ্নটো 2000 চনত আহিছিল)

9. টোল মানে কি ?
    (এই প্ৰশ্নটো 2001 চনত আহিছিল)

উত্তৰঃ এটা গৃহ যত পুৰণি কালত গুৰুৱে শিষ্যক শিক্ষা প্ৰদান কৰিছিল ।

10. প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত হাণ্টাৰ আয়োগে দিয়া পৰামৰ্শৰ চাৰিটা উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰঃ

(১) প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।

(২) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

(৩) নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা বাধ্যতামূলক নহব ।

(৪) আইনৰ দ্ধাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

11. ১৯২৬ চনত অসম প্ৰথমিক শিক্ষা আইনৰ চাৰিটা মূল চৰ্ত উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2002 চনত আহিছিল)

উত্তৰঃ 

(১) এই আইনখন সমগ্ৰ অসমতো প্ৰযোজ্য হব ।
   
 (২) সকলো চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়তে  প্ৰাথমিক শিক্ষা বিনামূলীয়া হব ।

(৩) শিক্ষা সমিতিৰ অনোমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ-পত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।
 
(৪) প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

12. গান্ধীজীৰ বুনীয়াদী শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2003 আৰু 20008 চনত আহিছিল)

উত্তৰঃ

(১) শিক্ষাক শিল্পকেন্দ্ৰিক কৰি গঢ়ি তুলি শিশুসকলক মানসিক শক্তি  শক্তিশালী কৰি তোলা ।

(২) এই শিক্ষাৰ আন এটি বিশেষত্ব হল - মাতৃভাষাক শিক্ষাৰ মাধ্যম আৰু বাহন হিচাপে গ্ৰহণ কৰাটো ।

13. সত্ৰৰ বিষয়ে চমুকৈ লিখা ।
    (এই প্ৰশ্নটো 2005 চনত আহিছিল)

উত্তৰঃ সত্ৰ হৈছে এনে এক স্থান যত নামধৰ্ম প্ৰচাৰৰ লগে লগে হোম,নৃত্য,কলা,সংস্কৃতি আদি কৰা হয় ।সত্ৰসমূহে বৰ্তমানেও কলা-সংস্কৃতিৰ শিক্ষা সম্প্ৰসাৰণ কৰাত নানা ধৰণে অৰিহনা যোগায় ।সত্ৰীয়া নৃত্য, ভাওঁনা-সবাহ, নাট্যবিনয় আদি নিয়মীয়াভাৱে সত্ৰসমূহত অনুস্থিত হৈছিল ।

14. পুৰণী দেশীয় শিক্ষাৰ সমৰ্থনত তিনিটা সবল দিশ লিখা ।
    (এই প্ৰশ্নটো 2008 চনত আহিছিল)

15. উদৰ নিৰ্দেশনামাৰ তিনিটা সবল দিশ উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2008 চনত আহিছিল)

16. প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

17. জিলা প্ৰাথমিক শিক্ষা আঁচনিৰ দুটা উদ্দেশ্য লিখা ।

    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

18. নিম্ন পৰিস্ৰৱণ নীতি বুলিলে তুমি কি বুজা ?
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

19. বিশ্ববিদ্যালয় অনুদান আয়োগৰ দুটা কাৰ্য লিখা ।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

20. ২০০৯ চনৰ শিক্ষা অধিকাৰ আইনৰ দুটা সুবিধা|ব্যৱস্থা উল্লেখ কৰা।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

21. প্ৰাচীন ভাৰতবৰ্ষৰ গুৰুকূল শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ 

(১)গুৰুকুলত শিষ্যসকলক মানসিক তথা আধ্যাত্মিক বিকাশৰ শিক্ষা আৰু প্ৰশিক্ষন দিয়া হৈছিল ।

(২) এই শিক্ষাত বেদ-বেদাংগ আদি মনোযোগেৰে অধ্যয়ন কৰাৰ লগতে দেৱ-দেৱীক পূজা-অৰ্চনাও কৰিছিল ।

22. অসমৰ শিক্ষাক্ষেত্ৰলৈ খ্ৰীষ্টিয়ান মিচনেৰীসকলৰ দুটা প্ৰধান অৱদান উল্লেখ কৰা।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ 

(১) শিক্ষা প্ৰচাৰৰ যোগেদি খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে এই শাখাটোৱে কেইবাখনো স্কুল পাতে ।

(২)অসমীয়া ভাষাটো  বঙলা ভাষাৰ অপভ্ৰংশ বুলি বঙালীসকলে কৰা দাবীৰ ফলস্বৰুপে বঙালী ভাষা আদালতৰ ভাষা হিচপে পৰিগণিত হয়।

23. 'সম্পূণ সাক্ষৰতা অভিযান' বুলিলে তুমি কি বুজা ?
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

24. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ দুটা প্ৰধান পৰামৰ্শ লিখা ।
    (এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ 

25. গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ দুটা প্ৰধান বৈশিষ্ট্য লিখা ।
    (এই প্ৰশ্নটো 2017 চনত আহিছিল)

26. ভাৰতীয় সংবিধানৰ 45 নং অনুচ্ছেদত থকা দুটা সুবিধা লিখা ।
    (এই প্ৰশ্নটো 2017 চনত আহিছিল)

27. 'মনিটৰিয়েল প্ৰথা' বুলিলে তুমি কি বুজা ?
    (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ মৱিটৰিয়েল প্ৰথা হল মিছনেৰী শিক্ষা ব্যৱস্থাৰ এটা বিশেষ প্ৰথা । যত ভাৰতবৰ্ষৰ শিক্ষা-ব্যৱস্থাৰ বিকাশৰ বাবে নানাধৰণৰ পদক্ষেপ লোৱা হৈছিল ।

28. ১৮৮২ চনৰ হাণ্টাৰ আয়োগৰ দুটা প্ৰধান পৰামৰ্শ উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ (১) প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।
    (২) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।

29. 'সত্ৰ' কি ?
    (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ সত্ৰ হৈছে এনে এক স্থান যত নামধৰ্ম প্ৰচাৰৰ লগে লগে হোম,নৃত্য,কলা,সংস্কৃতি আদি কৰা হয় ।সত্ৰসমূহে বৰ্তমানেও কলা-সংস্কৃতিৰ শিক্ষা সম্প্ৰসাৰণ কৰাত নানা ধৰণে অৰিহনা যোগায় ।সত্ৰীয়া নৃত্য, ভাওঁনা-সবাহ, নাট্যবিনয় আদি নিয়মীয়াভাৱে সত্ৰসমূহত অনুস্থিত হৈছিল ।

30. প্ৰাচ্য-পাশ্চাত্য সংঘাতৰ দুটা প্ৰধান কাৰণ লিখা ।
    (এই প্ৰশ্নটো 2018 চনত আহিছিল)

C. Essay type Questions :

1. হাণ্টাৰ আয়োগে ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ বাবে আগবঢ়োৱা ছয়টা পৰামৰ্শ লিখা ।
    (এই প্ৰশ্নটো 1999, 2007, আৰু 2009 চনত আহিছিল)

 

উত্তৰঃ 

(১) প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।
    
(২) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।
    
(৩) নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা বাধ্যতামূলক নহব ।
  
 (৪) আইনৰ দ্ধাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

 (৫)প্ৰাথমিক স্কুলসমূহৰ মেৰামতি আদিৰ খৰছ লোকেল বোৰ্ড আৰু মিউনিচিপাল বোৰ্ড য়ে বহন কৰিব ।

 (৬) স্কুলসমূহত মাছুল দিয়া ব্যৱস্থা নাথাকিব । কিন্তু আৰ্থিকভাৱে পিছপৰা শিক্ষাৰ্থীৰ ক্ষেত্ৰত ৰেহাইৰ ব্যৱস্থা কৰা হব ।

 2. ১৯২৬ চনৰ অসম প্ৰথমিক শিক্ষা আইনত উল্লিখিত ছয়তা চৰ্তাৱলী লিখা ।

    (এই প্ৰশ্নটো 2000 চনত আহিছিল)

উত্তৰঃ 

(১) এই আইনখন সমগ্ৰ অসমতো প্ৰযোজ্য হব ।
    
(২) সকলো চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়তে  প্ৰাথমিক শিক্ষা বিনামূলীয়া হব ।
   
(৩) শিক্ষা সমিতিৰ অনোমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ-পত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।
   
(৪) প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।

(৫) প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কৃতিত্বৰ জোখ লোৱাৰ বাবে বাহ্যিক পৰীক্ষাৰ পৰিবৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব ।

(৬) স্থানীয় কৰ্তৃপক্ষৰ প্ৰস্তাৱ যদি চৰকাৰে গ্ৰহণ কৰে তেতিয়াহলে বাকী থকা দুই-তৃতীয়াংশ খৰছো চৰকাৰে বহন কৰিব । 

3. ১৮৫৪ চনৰ উদৰ ঘোষনা পত্ৰৰ যিকোনো ছয়টা পৰামৰ্শ লিখা ।

    (এই প্ৰশ্নটো 2001 আৰু 2010 চনত আহিছিল)

উত্তৰঃ 

(১)দায়িত্ব গ্ৰহণঃ ঘোষণাৱলীত কোৱা হৈছিল যে ইংৰাজ চৰকাৰে ভাৰতীয় লোকসকলক শিক্ষা প্ৰদানৰ দায়িত্ব বহন কৰিব ।
   
(২)চৰকাৰী স্কুলঃ সাহায্যপ্ৰাপ্ত স্কুলসমূহৰ আদৰ্শ হিচাবে প্ৰত্যেকখন জিলাতে একোখন চৰকাৰী মাধ্যমিক বিদ্যালয় স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে ।
    
(৩)মজলীয়া স্কুল স্থাপনঃ ঠায়ে ঠায়ে মজলীয়া স্কুল স্থাপন কৰাৰ নিৰ্দেশনাও এই প্ৰতিবেদনত সন্নিবিষ্ট কৰা হয় ।
    
(৪)পিছপৰা অঞ্চলত স্কুল স্থাপনঃ উডৰ ঘোষণাপত্ৰত উল্লেখ কৰে যে যিবোৰ পিছপৰা অঞ্চলত স্থানীয় মানুহে সক্ষম নহয় তেনেকুৱা অঞ্চলবোৰত কোম্পানীয়ে নিজাকৈ স্কুল স্থাপন কৰিব লাগে ।
   
 (৫)পাঠ্যক্ৰমৰ উন্নতি সাধনঃ মাধ্যমিক স্কুলৰ পাঠ্যক্ৰমৰ উন্নতি সাধন কৰাৰ অৰ্থে পাঠ্যক্ৰমত লাগতিয়াল আৰু ব্যৱহাৰিক বিষয়ৰ অন্তৰ্ভুক্ত কৰাৰ নিৰ্দেশনা আগবঢ়ায় ।
   
(৬)স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণঃ উডৰ ঘোষণাপত্ৰত পৰামৰ্শ দিয়ে যে স্ত্ৰী শিক্ষাৰ সম্প্ৰসাৰণৰ কাৰণে কোম্পানীৰ বিষয়বিলাকে যত্ন লোৱা উচিত ।

4. ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত মিছনাৰী সকলৰ অৱদানৰ বিষয়ে লিখা ?

    (এই প্ৰশ্নটো 2002 চনত আহিছিল)

5. প্ৰাচ্য-প্ৰাশ্চ্যত্য বিবাদৰ বিষয়ে চমুকৈ লিখা ?
    (এই প্ৰশ্নটো 2002 চনত আহিছিল)

6. ১৮৫৪ চনৰ ঘোষণা পত্ৰখনত 'উদৰ ঘোষনা পত্ৰ' বুলি কিয় কোৱা হয় ? উডৰ নিৰ্দেশনামৰ ছয়টা নিৰ্দেশনাৰ বিষয়ে লিখা ।
    (এই প্ৰশ্নটো 2003 আৰু 2005 চনত আহিছিল) 

7. ১৯২৬ চনৰ অলম প্ৰথমিক শিক্ষা আইনৰ আঠটা মূল চৰ্তৰ বিযয়ে উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2004 চনত আহিছিল)

উত্তৰঃ 

(১) এই আইনখন সমগ্ৰ অসমতো প্ৰযোজ্য হব ।
   
 (২) সকলো চৰকাৰী আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়তে  প্ৰাথমিক শিক্ষা বিনামূলীয়া হব ।
   
 (৩) শিক্ষা সমিতিৰ অনোমোদন ক্ৰমে দুখীয়া লৰা ছোৱালীক কিতাপ-পত্ৰ আদি বিনামূলীয়াকৈ দিয়া হব ।
   
 (৪) প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিব লাগিব ।
    
 (৫) প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কৃতিত্বৰ জোখ লোৱাৰ বাবে বাহ্যিক পৰীক্ষাৰ পৰিবৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব ।

  (৬) স্থানীয় কৰ্তৃপক্ষৰ প্ৰস্তাৱ যদি চৰকাৰে গ্ৰহণ কৰে তেতিয়াহলে বাকী থকা দুই-তৃতীয়াংশ খৰছো চৰকাৰে বহন কৰিব । 

 (৭)চৰকাৰে আগতে জাননী দি আইন সংক্ৰান্তত বিশেষকৈ শিক্ষকৰ শিক্ষা সমিতি গঠন আৰু শিক্ষানীতি পৰিচালনাৰ সংক্ৰান্তত নীতি-নিয়ম কৰি দিব পাৰিব ।

 (৮)বাধ্যতামূলক প্ৰাথমিক শিক্ষা প্ৰৱৰ্তন কৰিবলৈ যদি কোনো স্থানীয় কৰ্তৃপক্ষই সিদ্ধান্ত লয় তেতিয়া মুঠ ওপৰঞ্চি খৰছৰ তিনি ভাগৰ এক অংশ ইয়াৰ বাবে বহন কৰিব লাগিব ।


8. হাণ্টাৰ আয়োগ কোন চনত গঠন কৰা হৈছিল ? ইয়াৰ অধ্যক্ষ কোন আছিল । এই আয়োগে প্ৰথমিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়ো ছয়টা পৰামৰ্শ লিখা ।
    (এই প্ৰশ্নটো 2005 চনত আহিছিল)

9. বুনীয়াদী শিক্ষাৰ প্ৰচলন কৰাৰ পাঁচটা প্ৰধান আৰ্দশ উল্লেখ কৰা । ভাৰতবৰ্ষত এই শিক্ষা বিফল হোৱাৰ পাঁচটাকাৰণ দেখুওৱা ।
    (এই প্ৰশ্নটো 2006 চনত আহিছিল)

10. প্ৰচীন দেশীয় শিক্ষা ব্যৱস্থা কাক বোলে ? ইয়াৰ অধঃপতনৰ তিনিটা প্ৰধান কাৰণ উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2007 চনত আহিছিল)

11. ১৯৮৬ চনৰ ৰাষ্টীয় শিক্ষানীতিয়ে নিৰ্ধাৰিত কৰা শিক্ষাৰ পাঁচটা লক্ষ্য উল্লেখ কৰা।
    (এই প্ৰশ্নটো 2006 আৰু 2008 চনত আহিছিল)

12. অসমত ইউৰোপীয় মিছনাৰীসকলৰ শৈক্ষিক কাৰ্যাৱলীৰ বিষয়ে চমুকৈ লিখা ।
    (এই প্ৰশ্নটো 2009 চনত আহিছিল)

13. প্ৰথমিক শিক্ষাক বাধ্যতামূলক কৰিবৰ বাবে গোখলেৰে প্ৰচেষ্টাৰ চমু বৰ্ণনা দিয়া ।
    (এই প্ৰশ্নটো 2010 চনত আহিছিল)

14. ১৮৫৪ চনৰ উডৰ শিক্ষাবিষয়ক নিৰ্দেশনামাৰ চাৰিটা প্ৰধান পৰামৰ্শ লিখা ।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

15. প্ৰথমিক শিক্ষা সাৰ্বজনীনকৰণৰ ছয়টা সমস্যা উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

16. মহাত্মা গান্ধীয়ে প্ৰৱৰ্তন কৰা বুনীয়াদী শিক্ষাৰ প্ৰধান বৈশিষ্ট্যসমূহ দাঙি ধৰা ।
    (এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ 

 (১) শিক্ষাক শিল্পকেন্দ্ৰিক কৰি গঢ়ি তুলি শিশুসকলক মানসিক শক্তি  শক্তিশালী কৰি                 তোলা ।
        
 (২) এই শিক্ষাৰ আন এটি বিশেষত্ব হল - মাতৃভাষাক শিক্ষাৰ মাধ্যম আৰু বাহন হিচাপে  গ্ৰহণ কৰাটো ।
    
(৩)বুনিয়াদী শিক্ষা ব্যৱস্থাত জ্ঞানৰ সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।
    
(৪) বুনিয়াদী শিক্ষাই শিশুসকলক বাস্তৱ জীৱনৰ লগত খাপ খাব পৰাকা প্ৰস্তুত কৰি তোলে ।
   
 (৫)বুনিয়াদী শিক্ষা আঁচনিত আন আন আধুনিক ধাৰণাৰ দৰে শিশুৰ মনস্তাত্বিক দিশৰ ওপৰতো গুৰুত্ব দিয়ে ।

17. মাদ্ৰাছাৰ ওপৰত এটি চমু টোকা লিখা ।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)


উত্তৰঃ মাদ্ৰাছা হল মুছলমান শিক্ষা ব্যৱস্থাৰ উচ্চ পৰ্যায়ৰ পুৰণি শিক্ষানুষ্ঠান । প্ৰথম অৱস্থাত মাদ্ৰাছা নামৰ অনুষ্ঠানখনো মচজিদৰ লগত সংলগ্ন হৈ আছিল। মধ্যযুগত মাদ্ৰাছা নামৰ অনুষ্ঠানবোৰৰ মাধ্যমত উচ্চ পৰ্যায়ৰ ইচলাম ধাৰণাৰ শিক্ষা দিয়া হৈছিল ।

18. 'সৰ্ব্ব শিক্ষা অধিযান'ৰ চাৰিটা বৈশিষ্ট লিখা ।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ (১)প্ৰাথমিক বিদ্যালয়ত অন্ততঃ দুগৰাকীকৈ শিক্ষক থকাটো নিশ্চিত কৰা ।
    (২)প্ৰয়োজন সাপেক্ষে দান বৰঙনি সংগ্ৰহ কৰা ।
    (৩)সুবিধা থকা জনবসতি অঞ্চলত শিক্ষা নিশ্চিতকৰণ কেন্দ্ৰ স্থাপন কৰা ।
    (৪)ৰাজ্যবোৰে বিনামূলীয়া পাঠ্যপুথি প্ৰস্তুত কৰা ।

19. ভাৰতত বুনীয়াদী শিক্ষাৰ বিফলতাৰ  চাৰিটা  প্ৰধান কৰাণ লিখা ।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

(১)ভাৰতীয় মানুহৰ আন্তৰিকতাহীনতা ।
    
(২) ভূল মনোভাৱ আৰু ভূল প্ৰয়োগ ব্যৱস্থা।
    
(৩) উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ।
  
 (৪) গতানুগতিক পৰীক্ষা পদ্ধতি ।

20. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ প্ৰধান পৰামৰ্শসমূহ লিখা ।
    (এই প্ৰশ্নটো 2016 চনত আহিছিল)

21. হাণ্টাৰ আয়োগক কোনে নিযুক্তি দিছিল ? ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ আয়োগে আগবঢ়োৱা পাঁচোটা প্ৰধান  পৰামৰ্শ লিখা।
    (এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ হাণ্টাৰ আয়োগক গোপালকৃষ্ণ গোখলে  নিযুক্তি দিছিল ।  ভাৰতৰ প্ৰথমিক শিক্ষাৰ বিকাশৰ কাৰণে হাণ্টাৰ আয়োগে আগবঢ়োৱা পাঁচোটা প্ৰধান  পৰামৰ্শ হল-
    
 (১) প্ৰাথমিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ।
    
(২) প্ৰাথমিক শিক্ষা মাতৃভাষাৰ মাধ্যমেৰে দিয়া হব ।
   
 (৩) নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ পৰীক্ষা বাধ্যতামূলক নহব ।
    
(৪) আইনৰ দ্ধাৰা প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰিবলৈ চেষ্টা কৰা হব ।

 (৫)প্ৰাথমিক স্কুলসমূহৰ মেৰামতি আদিৰ খৰছ লোকেল বোৰ্ড আৰু মিউনিচিপাল বোৰ্ড য়ে বহন কৰিব ।

 22.অসমৰ শিক্ষা আৰু সাহিত্য জগতলৈ খ্ৰীষ্টিয়ান  মিচেনেৰীসকলে  আগবঢ়োৱা অৱদানৰ ওপৰত এটি চমু টোকা লিখা ।

    (এই প্ৰশ্নটো 2017 চনত আহিছিল)

23. বুনীয়াদী শিক্ষা বিফলতাৰ চাৰিটা কাৰণ লিখা ।
    (এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

 (১)ভাৰতীয় মানুহৰ আন্তৰিকতাহীনতা ।
    
(২) ভূল মনোভাৱ আৰু ভূল প্ৰয়োগ ব্যৱস্থা।
    
(৩) উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ।
   
 (৪) গতানুগতিক পৰীক্ষা পদ্ধতি ।

24. অসমৰ শিক্ষাক্ষেত্ৰখনলৈ  খ্ৰীষ্টিয়ান মিছেনেৰীসকলৰ প্ৰধান অৱদানসমূহ বৰ্ণনা কৰা ।
    (এই প্ৰশ্নটে 2018 চনত আহিছিল)

25. ১৮৫৪ চনৰ উডৰ শিক্ষা-বিষয়ক নিৰ্দেশনামাৰ প্ৰধান ছয়টা পৰামৰ্শ উল্লেখ কৰা ।
    (এই প্ৰশ্নটো 2018 চনত আহিছিল) 

26. অসমৰ শিক্ষালৈ মিছেনেৰীসকলৰ অৱদান সম্পৰ্কে এটি টোকা লিখা ।
    (এই প্ৰশ্নটো 2019 চনত আহিছিল)

27. দেশীয় শিক্ষানুষ্ঠান হিচাপে 'টোল'ৰ বিষয়ে এটি টোকা লিখা ।
    (এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ  টোল পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত টোলবোৰৰ প্ৰকৃতি বিশেষধৰণৰৰ । ভাৰতৰ সমাজ ব্যৱস্থাত সংস্কৃতৰ জ্ঞান সম্প্ৰসাৰণ কৰাৰ বাবে টোলবোৰ স্থাপন কৰা হৈছিল। টোলবোৰক সংস্কৃত বিদ্যালয় বুলি জনা যায়। টোল নামৰ অনুষ্ঠানৰ বৰ্তমানেও ভাৰতবৰ্ষৰ অসম, বঙ্গদেশ,বিহাৰ,উত্তৰপ্ৰদেশ আদিত প্ৰচলিত হৈ থকা দেখা যায়। টোলবোৰে ভাৰতবৰ্ষত পৰম্পৰাগত শিক্ষা সম্প্ৰসাৰণত অৰিহণা যোগায় আহিছে। একেবাৰে অতীতৰ পৰা টোলবোৰে ভূমি অনুদান পাই থকাত শিক্ষাৰ্থী আৰু অধ্যাপকসকলে ভূমিৰ পৰা আয় হোৱা বস্তুৰে নিজকে ভৰণম-পোষণ দিবলগীয়া হৈছিল । 


28. ১৯৩৭ চনৰ ৱাৰ্দ্ধা আঁচনিৰ চাৰিটা সংগঠনিক বৈশিষ্ট্য  লিখা । (এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ 

29. "সম্পূৰ্ণ সাক্ষৰতা অভিযান" বুলিলে কি বুজা ? সম্পৰ্ণ সাক্ষৰতা আভিযানৰ পাঁচটা বৈশিষ্ট্য চমুকৈ লিখা ।

    (এই প্ৰশ্নটো 2019 চনত আহিছিল)

 Additional Important Questions

 A. Very Short Type Questions:

1. বুনীয়াদী শিক্ষাৰ আনটো নাম কি ?
 
2. চাৰ্টাৰ আইনখন কোন চনত গঠন কৰা হৈছিল ?

উত্তৰঃ ১৮১৩ চনত

B. Short Type Questions:

1.  চমুটোকাঃ

(ক) গুৰুকুল ।

উত্তৰঃ বৈদিক যুগত শিক্ষাৰ্থীয়ে নিজৰ ঘৰ ত্যাগ কৰি গুৰুৰ ঘৰতে থাকি জ্ঞান আহৰণ কৰিছিল । আৰু সকলো কাম কাজত গুৰুৰ সহায় কৰি জ্ঞান আহৰণ কৰিছিল ।  

 (খ)  বৌদ্ধ-বিহাৰ ।

উত্তৰঃ বৌদ্ধবিহাৰ হল বৌদ্ধ ধৰ্মালম্বী লোকৰ এটা মঠ । এইটো বৌদ্ধ ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ শিক্ষাপ্ৰতিষ্ঠান ।

(গ)  পুৰণি দেশীয় শিক্ষাব্যৱস্থা ।

C. Essay Type Questions:

1. প্ৰথমিক শিক্ষা পদ্ধতি স্বৰূপে বুনীয়াদী শিক্ষাৰ দোষ-গুণসমূহ লিখা।

2. ১৯৩৭ চনৰ ৱাৰ্দ্ধা সন্মিলনৰ প্ৰস্তাসমূহ আলোচনা কৰা ।

3. ভাৰতত ইউৰোপীয় মিছনেৰীসকলৰ শিক্ষামূলক ক্ৰিয়াকলাপৰ বৰ্ণনা দিয়া ।

4. বাধ্যতামূলক প্ৰথমিক শিক্ষাৰ বাবে গোখলেৰ প্ৰচেষ্টাৰ চমু বৰ্ণনা কৰা ।