কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কঠিন শব্দ অৰ্থঃ

অভাৱনীয় - যাক ভাবিব নোৱাৰি, অচিন্তনীয়।

সাৰ্বজনীন - ৰাজহুৱা, বাৰোৱাৰী, ৰাইজ সম্বন্ধীয়।

দিবাস্বপ্ন - অবাস্তৱ কল্পনা।

অলীক - অবাস্তৱ।

প্ৰতীতি - বিশ্বাস ধাৰণা।


আৰ্হি প্ৰশ্নঃ-

( অতি চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যংক - ১ )

১। কৌশোৰ কালৰ এটি বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায় ?

উত্তৰঃ

৩। মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰৰ কাল বুলি অভিহিত কৰিব পাৰি ?

উত্তৰঃ

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ

৫। কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয় ?

উত্তৰঃ

(খ) চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩ )

১। কৈশোৰ কালৰ শাৰিৰীক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ

২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।

উত্তৰঃ

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?

উত্তৰঃ

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি ?

উত্তৰঃ

 ৫। কিশোৰ সংস্কৃতি কি ?

উত্তৰঃ

(গ) চমু প্ৰশ্ন ঃ ( প্ৰতিটো প্ৰশ্নৰ মূশৰল্যাংক - ২ অথবা ৩ )

১। কৈশোৰ কালৰ শাৰীৰিক  বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ

২। কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা।

উত্তৰঃ

৩। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কেনেদৰে হয় ?

উত্তৰঃ

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি ?

উত্তৰঃ

৫। কিশোৰ সংস্কৃতি কি ?

উত্তৰঃ

(গ) দীঘল প্ৰশ্নঃ ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ৪ অথবা ৫ )

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ

২। কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বৰ্ণনা কৰা।

উত্তৰঃ

৩। চমুটোকা লিখা -

দিবাস্বপ্ন, বীৰপূজা, অপৰাধপ্ৰৱণ কিশোৰ।

উত্তৰঃ

৪। 'কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিচিতিৰ সংঘাত।'- ব্যাখ্যা কৰা।

উত্তৰঃ

৫। 'বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য।

- চমুকৈ আলোচনা কৰা।

উত্তৰঃ


Important Question Answer 

(For Paid User)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)