ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য 


পৰীক্ষাৰ প্ৰশ্নসমূহঃ


A. অতি চমু প্ৰশ্নাৱলীঃ


১) আজান ফকীৰৰ প্ৰকৃ নাম কি আছিল?

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

 উত্তৰঃ


২) ভাৰতবৰ্ষথ কিমানটা ভাষাক ৰাজ্য-ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল?

(এই প্ৰশ্নটো 2010 চনত আহিছিল)

 উত্তৰঃ


৩) বৈকুন্ঠনাম ভাগৱত ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কতি?

 উত্তৰঃ

(এই প্ৰশ্নটো 2014 চনত আহিছিল)


B.  চমু প্ৰশ্নাৱলীঃ

১) অসমৰ নৱ-বৈষ্ণৱ আন্দোলনৰ বিষয়ে লিখা ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

 উত্তৰঃ


২) প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

 উত্তৰঃ


৩) লোকসংস্কৃতি কি? অসমৰ লোকসংস্কৃতিৰ দুটা  উদাহৰণ দিয়া ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

 উত্তৰঃ


৪) অসমৰ যিকোনো তিনিটা প্ৰধান জনজাতীয় বিহু উৎসৱক কি কি বোলে লিখা ।
(এই প্ৰশ্নটো 2015 চ নত আহিছিল)

উত্তৰঃ


৫) দৰং জিলাৰ দুটা লোক-নিতৃ উল্লেখ কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৬) ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থাৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ দুটা স্থাপত্যৰ নাম লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৭) অসমীয়া সমাজলৈ বিহুৰ অৱদান সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

(এই প্ৰশ্নটো  চনত আহিছিল)

উত্তৰঃ


৮) ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি?  উদাহৰণ দিয়া।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৯)  ওজাপালিক দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


১০) মধ্যযুগৰ অসমীয়া সাহিত্য সম্পৰ্কে এটি চমু টোকা লিখা ।

(এই প্ৰশ্নটো 2011 চনত আহিছিল)

উত্তৰঃ


১১) ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


১২) অসমত কিদৰে মুছলমান লোকসকলৰ বসবাসৰ সূচনা হৈছিল?

(এই প্ৰশ্নটো 0214 চনত আহিছিল)

উত্তৰঃ


১৩) ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন 'সাঁচিপতীয়া' পুথিৰ নাম লিখা ।

(এই প্ৰশ্নটো 0218 চনত আহিছিল)

উত্তৰঃ


১৪) আহোম সকলৰ দিনত অসমীয়া সাহিত্যৰ উন্নয়নৰ এটি খতিয়ান দিয়া ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ


১৫) প্ৰাচীন ভাৰতৰ দুজন দাৰ্শনিকৰ নাম লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


১৬) ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলীৰ নাম লিখা ।

(এই প্ৰশ্নটো 0218 চনত আহিছিল)

উত্তৰঃ


১৭) অষ্ট্ৰিক সকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱনদনা উল্লেখ কৰা ।

(এই প্ৰশ্নটো 217 চনত আহিছিল)

উত্তৰঃ


C. অতি চমু প্ৰশ্নাৱলীঃ

১) উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিবৰ্তন কিয় অধিকতৰ হৈছে? চমুটোকা লিখা ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


২) অসমত উদযাপন কৰা বিগু উৎসৱৰ বিষয়ে চমুকৈ লিখা । 

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


৩) অসমৰ লোক সংস্কৃতিলৈ বিহুৰ অৱদান সম্পৰ্কে মতামত দিয়া ।

(এই প্ৰশ্নটো 2012 চনত আহিছিল)

উত্তৰঃ


৪) অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?

উত্তৰঃ


২) চৰ্যাপদ মানে কি?

উত্তৰঃ


৩) সিন্ধু সভ্যতাত নাগৰিক বিকাশ কেতিয়া হৈছিল?

উত্তৰঃ


৪) মণিপুৰী নৃত্য কি মূল বিষয়-বস্ত্তক আলম কৰি গঢ়ি্ উঠিছে?

উত্তৰঃ


৫) মিনাৰ কি?

উত্তৰঃ


৬) সিন্ধু সভ্যতাৰ নিদৰ্শন কোন দুখন নগৰত দেখা গৈছিল?

উত্তৰঃ


৭) অসমৰ মন্দিৰ সমূহৰ দুটা অংশ কি কি?

উত্তৰঃ


৮) গোবিন্দ ম িশ্ৰৰ ৰচিত গ্ৰন্থখন কি?

উত্তৰঃ


৯) ৰাজতৰংগিণী কোনে ৰচনা কৰিছিল?

উত্তৰঃ


১০) আজানপীৰ কোন?

উত্তৰঃ


১১) প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ


১২) কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?

উত্তৰঃ


১৩) আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰঃ


১৪) পোৱামক্কা কি?

উত্তৰঃ


১৫) 'কীৰ্তন ঘোষা' কোনে ৰচনা কৰিছিল?

উত্তৰঃ


১৬) হাজো মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ


১৭) মিজো শব্দৰ অৰ্থ কি?

উত্তৰঃ


১৮) সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত হৈছিল?

উত্তৰঃ


১৯) অসমৰ প্ৰাচীন নাম কি আছিল?

উত্তৰঃ


২০) আদি বৈদিক যোগৰ কাল উল্লেয়ক কৰা ।

উত্তৰঃ


২১)অসমত থকা পৃথিৱী বিখ্যাত মন্দিৰটো কি?

উত্তৰঃ


২২) অমৰাৱতী শিল্পকলাৰ মূখ্য পৃষ্ঠপোষক কোন আছিল?

 ত্তৰঃ


২৩) মাধৱ কন্দলিয়ো কাৰ পৃষ্ঠপপোষকতা লাভ কিৰ সপ্তকাণ্ড ৰামায়ন অনুবাদ কৰিছিল?

 ত্তৰঃ


২৪) যোগ সুত্ৰ কোনে সংকলন কৰিছিল?

 ত্তৰঃ


২৫) সিন্ধু সভ্যতাৰ পতন কেতিয়া হৈছিল?

 ত্তৰঃ


২৬) অসমৰ মন্দিৰসমূহৰ নিৰ্মাণ শৈলী কি বৈশিষ্ট্য যুক্ত?

 ত্তৰঃ


২৭) 'বসুধৈৱ কুটুম্বকম্' বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

 ত্তৰঃ


২৮) ভট্টদেৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ।

 ত্তৰঃ


২৯) হেৰাকা আন্দোলন কি?

 ত্তৰঃ


৩০) ঋকবেদৰ আনুমানিক ৰচনা কাল কি?

উত্তৰঃ


৩১) ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভাষা কেইটা?
উত্তৰঃ


৩২) ভাৰতবৰ্ষথ স্বীকৃতি প্ৰাপ্ত কেইবিধ নৃত্য আছো?
উত্তৰঃ


৩৩) চাংৰুং ফফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ


৩৪) অসমৰ এখন প্ৰাচীন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰঃ 


৩৫) কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?
উত্তৰঃ


৩৬ ) 'হস্তী বিদ্যাৰ্ণৱ' কোনে ৰচনা কৰিছিল?
উত্তৰঃ


৩৭) 'নামঘোষা' কোনে ৰচনা কৰিছিল?
উত্তৰঃ


৩৮) ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা স্লোক আছে?
উত্তৰঃ


৩৯) এটা ভাস্কৰ্য শিল্পকলাৰ নাম লিখা ।
উত্তৰঃ


৪০) জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰঃ


৪১) বৰ্তমান উত্তৰ পূৰ্বাঞ্চল পৰিষদত কেইখন ৰাজ্য থাকে?
উত্তৰঃ


৪২) তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ


৪৩) নাগালেণ্ডৰ 'হৰ্ণবিল' উসৱ কি জীৱৰ নামত উসৰ্গিত?
উত্তৰঃ


৪৪) চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ


৪৫) বৈদিক সলংস্কৃতিৰ মূল নিৰ্মাতা কোন?
উত্তৰঃ


৪৬) মানৱ আক্ৰমণৰ সহায়ত কোন শিখ ৰজাই চন্দ্ৰকান্ত সিংহক সহায় কৰিছিল?
উত্তৰঃ


৪৭) অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচলন কোনে কৰিছিল?
উত্তৰঃ


৪৮) 'চপছৰ কুট' কোন ৰাজ্যৰ পৰম্পৰাগত উসৱ?
উত্তৰঃ


৪৯) ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা 'সত্যমেৱ জয়তে' এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থ পৰা লোৱা হৈছে?
উত্তৰঃ


৫০) আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ


৫১) মাকোৱাৰা কি?
উত্তৰঃ


৫২) 'বিবিধতাৰ মাজত একতা' ও (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ


৫৩) পৃথিৱীৰ প্ৰাচীনতম লিখিত গ্ৰন্থ কি?
উত্তৰঃ


৫৪) অসমৰ প্ৰথম বাৰ্তালোচনীখনখনৰ নাম কি?
উত্তৰঃ


৫৫) অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?
উত্তৰঃ


৫৬) উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাাজ ব্যৱস্থা প্ৰচলিত?
উত্তৰঃ


৫৭) দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰঃ


৫৮) অসমীয়া ভাষাৰ আধুনিক ৰূপটো কোনখন আলোচনীৰ জৰিয়তে বিকশিত হৈছিল?
উত্তৰঃ


৫৯) অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ


৬০) পৰৱৰ্তী বৈদিক যুগৰ কাল উল্লেখ কৰা ।
উত্তৰঃ


৬১) সিন্ধু সভ্যতাৰ পতনৰ পিছত কোন যুগৰ সূচনা হৈছিল?
উত্তৰঃ


৬২) 'জননী জন্মভূমিশ্চ স্বৰ্গাদপি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ


৬৩) ভাৰতবৰ্ষৰ প্ৰাচীতমত সভ্যতাতোটো কি?
উত্তৰঃ


৬৪) 'অহিংসা পৰম ধৰ্ম' বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ


৬৫) সিন্ধু সভ্যতাৰ ঘাই নিৰ্মাতা কোন?
উত্তৰঃ


৬৬) লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক প্ৰদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল?'
উত্তৰঃ


৬৭) উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তভূৰ্ক্ত জনজাতিটো কি?
উত্তৰঃ 


৬৮) ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শঐলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰঃ


৬৯) সিন্ধু সভ্যতাৰ বিকাশৰ সময় কেতিয়া?
উত্তৰঃ

B. চমু প্ৰশ্নাৱলীঃ

১) ঝুম খেতি মানে কি?
উত্তৰঃ


২) বেদৰ চাৰিখন সংহিতা কোন?
উত্তৰঃ


৩) ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা?
উত্তৰঃ


৪) ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ


৫) তিনিজন প্ৰাচীন সাহিত্যিকৰ নাম লিখা ।
উত্তৰঃ


৬) অষ্টাংগ কৰ্তব্যৰ বিধান কি কি?
উত্তৰঃ 


৭) ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী কি কি?
উত্তৰঃ


৮) অসমৰ কেইটামান জন-গোষ্টীৰ নাম লিখা ।
উত্তৰঃ


৯) সিন্ধু সভ্যতাৰ নিদৰ্শন ক'ৰ পৰা কলৈ বিস্তৃত আছিল?
উত্তৰঃ


১০) খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ।
উত্তৰঃ


১১) প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা ।
উত্তৰঃ


১২) প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ


১৩) পৰৱৰ্তী বৈদিক যুগত ৰচিত দুখন মহাকাব্যৰ নাম লিখা ।
উত্তৰঃ


১৪) ৰংঘৰ কিয় নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ


১৫) ভাৰতৰ যোগবিদি্যাৰ বিষয়ে লিখা ।
উত্তৰঃ



১৬)  আহোম ৰাজত্ব কালত নিৰ্মিত তিনিটা ৰাজকীয় অট্টালিকাৰ নাম লিখা ।
উত্তৰঃ


১৭) ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ


১৮) প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্য দুটাৰ নাম লিখা ।
উত্তৰঃ


১৯) অসমৰ প্ৰথমখন বাৰ্তালোচনী নাম কি আৰু ই কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰঃ


২০) অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা ।
উত্তৰঃ


২১) ওজাপালিৰ দুটা ভাগৰ নাম লিখা ।
উত্তৰঃ


২২) আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰঃ


২৩) তিনিজন প্ৰাচীন ভাৰতীয় বিজ্ঞানীৰ নাম লিখা ।
উত্তৰঃ


২৪) মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা ।
উত্তৰঃ


২৫) তলাতল ঘৰৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল আৰু কোনে শেষ কৰিছিল?
উত্তৰঃ


২৬) চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰঃ


২৭) চিকিৎসা বিষয়ক দুখন প্ৰাচীন পুথিৰ নাম লিখা ।
উত্তৰঃ


২৮) আহোম ৰাজত্বকালত নিৰ্মিত কেইখনমান দলংৰ নাম লিখা ।
উত্তৰঃ


২৯) পৰৱৰ্তী বৈদিক যুগত ৰচিত তিনিখন সংহিতাৰ নাম লিখা ।
উত্তৰঃ


৩০) সিন্ধু উপত্যকাত আবিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্ত্তিৰ নাম লিখা ।
উত্তৰঃ


৩১) জেং বিহু মানে কি?
উত্তৰঃ


৩২) ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা ।
উত্তৰঃ


৩৩) সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ


৩৪) চতুৰ্দশ শতিকাৰ কেইজনমান অসমীয়া সাহিত্য়িকৰ নাম লিখা ।
উত্তৰঃ


৩৫) অষ্টিকসকলে উদ্ভাৱন কৰা কেইবিধমান কাৰ্যৰ নাম লিখা ।
উত্তৰঃ


৩৬) অসমৰ পূব অংশত বাস কৰা বৌদ্ধ ধৰ্মালম্বী লোক সকল কোন কোন আছিল?
উত্তৰঃ


৩৭) হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা ।
উত্তৰঃ


৩৮) দৰঙৰ দুবিধ লোকত নৃত্যৰ নাম উল্লেখ কৰা ।
উত্তৰঃ


৩৯) ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা ।
উত্তৰঃ


৪০) তিনিজন প্ৰাচীন ভাৰতীয় দাৰ্শনিকৰ নাম লিখা ।
উত্তৰঃ


৪১) ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ


৪২) অশোকৰ দ্বাদশ মুখ্য শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ


৪৩) বিুহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা ।
উত্তৰঃ


৪৪) দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম লিখা ।
উত্তৰঃ


৪৫) অসমৰ লোকগীতৰ প্ৰতি অৱদান আগবঢ়োৱা তিনিগৰাকী খ্যাতিমান ব্যক্তিৰ নাম লিখা ।
উত্তৰঃ


৪৬) ভাৰতবৰ্ষত গঢ়ি উঠা ভাস্কৰ্য শিল্পকলা তিনিটাৰ নাম লিখা ।
উত্তৰঃ


৪৭) প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা ।
উত্তৰঃ


৪৮) ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰে?
উত্তৰঃ


৪৯) 'ভাৰত আৰু উত্তৰ পূীৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য' পাঠটিত 'সাংস্কৃতিক একতাৰ জালিকা' বুলি কি বুজাব বিচৰা হৈছে?
উত্তৰঃ


৫০) প্ৰাচীন কালত শিলেৰে নিৰ্মিত মঠ মন্দিৰ সমূহৰ নিৰ্মাণ শৈলীসমূহৰ নাম লিখা ।
উত্তৰঃ


৫১) শংকৰদেৱৰ দ্বাৰা ৰচিত আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট কেইখন মানৰ নাম লিখা ।
উত্তৰঃ


৫২) ভাৰতৰ ভাস্কৰ্য শিল্পত কি কি মূৰ্ত্তি নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ


৫৩) চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা ।
উত্তৰঃ


৫৪) UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তাসিকাভুক্ত হোৱাৰ ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা ।
উত্তৰঃ


৫৫) সিন্ধু সভ্তাৰ নিদৰ্শন থকা আৱিস্কৃত হোৱা দুবিধ বস্ত্তৰ নাম লিখা ।
উত্তৰঃ


৫৬) অসমৰ কেইখনমান প্ৰাচীন বুৰঞ্জীৰ নাম লিখা ।
উত্তৰঃ


৫৭) UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত দুটা স্থাপত্যৰ নাম লিখা ।
উত্তৰঃ


৫৮) ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা ।
উত্তৰঃ


৫৯) অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা গ্ৰন্থ তিনিখনৰ নাম লিখা ।
উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ


২) 'ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিৰ্হিত হৈ আছে বুলি ক'লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব'- বাক্যশাৰীৰ ভাবাৰ্থ আলোচনা কৰা ।
উত্তৰঃ


৩) 'লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলততে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে'- এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা ।
উত্তৰঃ


৪) ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ


৫) অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা ।
উত্তৰঃ


৬) ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা ।
উত্তৰঃ


৭) চমুটোকা লিখাঃ

i) অসমৰ ধৰ্মীয় সংহতি ।

ii) ভাৰতীয় চিত্ৰকলা ।

iii) অসমৰ স্থাপত্য শিল্প ।

iv) বিহু উৎসৱ ।

v) প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প ।

vi) অসমৰ ভাস্কৰ্য শিল্প ।

vii) অসমৰ বুৰঞ্জী সাহিত্য ।

viii) অসমৰ বৈষ্ণৱী সাহিত্য ।

ix) ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য ।

x) অসমৰ লোক সংগীত ।


৮) 'অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে'-এই প্ৰসংগটো চমুকৈ আলোচনা কৰা ।
উত্তৰঃ


৯) উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ


১০) ৰচয়িতাসকলৰ নাম লিখা ।

a) কালিয় দমন ।

b) নামঘোষা ।

c) অৰ্থশাস্ত্ৰ ।

d) ভাৰত সম্ভেদ ।

e) চোৰধৰা পিম্পৰা গুচোৱা ।

f) হস্তিবিদ্যাৰ্ণৱ ।

g) ৰামবিজয় ।

h) ৰাজতৰঙ্গিনী

i) কথাগীতা ।

j) কীৰ্ত্তন ।


১১) উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰন বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰঃ


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 👇 

👉Click Here Might Learn

-------------------------------