Lesson-8 (I)


Reach for The Top



I. Answer these questions in one two sentences each. (The paragraph numbers within brackets provide clues to the answer)

এটা বা দুটা বাক্যত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। বান্ধনীৰ ভিতৰত দফাবিলাকৰ নম্বৰ দিয়া গৈছে।)


1. Why was the ‘holy man’ who gave Santosh’s mother his blessing surprised?

(জ্ঞানী পূৰুষজনে সন্তোষৰ মাকক আশীবাদ দিওঁতে কিয় আচৰিত হৈছিল?


Answer: In the society of Santosh’s family, people never ask for girl child. While her grandmother seeks blessing for girl which surprised the holy man.

সন্তোষহঁতৰ সমাজত মানুহে কেতিয়াও কন্যা সন্তান নিবিচাৰে, কিন্তু আইতাকে কন্যা সন্তানৰ বাবে আৰ্শীবাদ বিচাৰিছিল।


2) Give an example to show that even as a young girl Santosh was not ready to accept anything unreasonable. (2)

উদাহৰণ দিয়া সন্তোষে এজনী সৰু ছোৱালীৰ দৰে পৰম্পৰাগত সাজপাৰ পিন্ধা নাছিল, তাই ছুটী কাপোৰ পিন্ধিছিল।


3) Why was Santosh sent to the local school? (3)

(সন্তোষক কিয় স্থানীয় স্কূললৈ পঠিয়াইছিল?)


Answer: Santosh was sent to the local school in line with the prevailing custom in the family.

(সমাজৰ প্ৰচলিত নিয়মৰ লগত খাপ খাবৰ বাবে তাইক অৰ্থা সন্তোষক স্থানী. স্কুললৈ পঠিযাইছিল।)


4) When did she leave home for Delhi, and Why? (4)

তাই দিল্লীলৈ কেতিয়া আৰু কিয় গুচি গৈছিল?


Answer: She left home for Delhi to get proper education for herself. She was sixteen-year-old at that time.

(তাই উচিত শিক্ষা পাবৰ বাবে ঘৰ এৰি দিল্লিলৈ গুচি গৈছিল। সেই সময়ত তাইৰ বয়স ১৬ বছৰ আছিল।)


5) Why did Santosh’s parents agree to pay for her schooling in Delhi? What mental qualities of Santosh are bought into light by this incident?

(সন্তোষৰ অভিভাৱকে কিয় মান্তি হৈছিল তাইক দিল্লীৰ স্কুলত পঢ়িব কাৰণে পইচা দিবলৈ?  এই ঘটনাই সন্তোষৰ মানসিক স্থিতিটো কেনেকুৱা বুলি পৰিচয় দিলে?


Answer:- Santosh’s parents agreed to pay for schooling because she rewelded her plan to earn money by courage & herself by doing part time job to pay fees. It shows Santosh’s desire to achieve education.

(সন্তোষে নিজে উপাৰ্জন কৰাৰ কথা কোৱা বাবে মাক দেউতাকে স্কুলৰ পইচা দিবলৈ মান্তি হৈছিল। এই কথাই সন্তোষৰ সাহস আৰু ইচ্ছা শক্তিৰ পৰিচয় দিছিল।)


II. Answer each of these questions in a start paragraph (about 30 Words)


1) How did Santosh begin to climb mountain?

(সন্তোষে পাহাৰ বগাবলৈ কেনেকৈ আৰম্ভ কৰিছিল?)


Answer:- In Jaipur Santosh’s hostel room faced the Aravalli Hills from where she used to watch the villagers climbing up and suddenly vanishing after a while. She decided to check it by herself but found nobody except a few mountaineers who allowed her to climb with them. This was how Santosh began to climb mountain.

(জয়পুৰত সন্তোষৰ হোষ্টেলৰ ৰুমৰ পৰা আৰাৱলী পাহাৰটো দেখা পোৱা গৈছিল ঘৰ পৰা তাই সদায় পাহাৰত বগাই যোৱা গাঁৱলীয়া মানুহবোৰক চাইছিল। এদিন তাই নিজে সেই ঠাই চাবলৈ গৈ আৰোহণকাৰী দলক লগ পালে যিয়ে তাইক লগত পৰ্বত আৰোহণ কৰিবলৈ অনুমতি দিলে আৰু এইদৰেই তাই পাহাৰ বগাবলৈ আৰম্ভ কৰিলে।)


2) What incidents during the Everest expedition show Santosh’s concern for team mates?

(এভাৰেষ্ট অভিযানৰ সময়ত কোনবোৰ ঘটনাই সহকৰ্মীৰ প্ৰতি সন্তোষৰ দায়িত্ববোধৰ প্ৰকাশ ঘটাইছিল?)


Answer:- Santosh provided special care to a climber who lay dying at the South pole in 1992 Everest Mission. She saved Mohan Singh, who would have lost his life had she not shared her oxygen with him.

(১৯৯২ চনৰ এভাৰেষ্ট অভিযানত সন্তোষে দক্ষিণ মেৰুত মৃত্যুৰ লগত থকা আৰোহনকাৰীৰ বিশেষ যত্ন লৈছিল। তাই মোহন সিং নামৰ লোকজনৰো প্ৰাণ ৰক্ষা কৰিছিল অক্সিজেন চিলিণ্ডাৰ ভগাই লৈ।)


3) What shows her concern for the environment?

 পৰিৱেশৰ প্ৰতি তাইৰ চিন্তা কিহে দেখুৱায়?

Answer:- Santosh is really an environmentalist who is concern for the nature, during her maintaining period, she collected and brought down 500 kilograms of garbage from the Himalayas.

(সন্তোষ এগৰাকী প্ৰাকৃতিক ভাৱে সচেতন ছোৱালী আছিল যিয়ে পৰ্বতাৰোহনৰ পৰা উভতি আহোতে 500 কেজি ওজনৰ জাবৰ লগত লৈ আহিছিল। 


4) How does she describe her feeling at the summit of the Everest?

(এভাৰেষ্ট শৃংগত গৈ পাই তাই মনৰ ভাৱ কেনেকৈ প্ৰকাশ কৰিছিল?)


Answer:- She say’s that it takes time for the enormity of the moment to sink in. She was delighted at this moment and proudly unfurled the Indian Tricolor.

(তাই কৈছিল যে সেই সময়খিনি উপলব্ধি কৰিবৰ বাবে তাইক সময়ৰ প্ৰয়োজন হৈছিল। তাই আনন্দিত হৈ নিজৰ পতাকাখন তাত উৰুৱাই থৈ আহিছিল।)


5) Santosh Yadav got into the record books both times she scaled Mt. Everest. What were the reasons for this?

(সন্তোষ যাদৱে এভাৰেষ্ট আৰোহন কৰি দুবাৰকৈ ৰেক’ড বুকত স্থান পাইছিল। ইয়াৰ কাৰণ কি আছিল?)


Answer:- She is the youngest women who scaled the Everest. She is the only women who climbed the Everest twice.

(তাই এভাৰেষ্ট জয় কৰা আটাইতকৈ সৰু ছোৱালী আছিল তাই দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰা প্ৰথম মহিলা আছিল।)


III) Complete the following statements: 

(বাক্যবোৰ সম্পূৰ্ণ কৰা।)


1. From her room In Kasturba Hostel, Santosh used to watch villagers who climb up the hill and suddenly vanishing after a while.

কস্তুৰবা হোষ্টেলৰ ৰুমৰ পৰা সন্তোষে গাঁৱৰ মানুহবোৰক চাইছিল যিয়ে পাহাৰ বগাই গৈ থাকে আৰু কিছু দূৰ গৈ নাইকিয়া হৈ যায়।


2. When she finished college, Santosh had written a latter of apology to her father because she went for training directly in place of going home.

কলেজ শেষ কৰা পাছত, সন্তোষে দেউতাকলৈ ক্ষমা বিচাৰি চিঠি লিখিছিল কিয়নো পৰীক্ষা দি তাই ঘৰত যোৱাৰ পৰিৱৰ্তে প্ৰশিক্ষনৰ বাবে গুচি গৈছিল।)


3. During the Everest expedition, her seniors in the team admired her climbing skills, Physical fitness and mental Strength while working together endeared her to fellow climbers.

এভাৰেষ্ট অভিযানৰ সময়ত, দলৰ জেষ্ঠসকলে তাই দক্ষতা, শাৰীৰিক দক্ষতা মানসিক সবলতা


IV. Pick out words from the text that mean the same as the following expressions. (Look in the paragraphs indicates)

(পাঠটোৰ পৰা শব্দবোৰ বাছি উলিওৱা যাৰ অৰ্থ তলৰ শব্দবোৰৰ লগত মিলে।)


1) took to be true without proof (1)

     Blessing (আশীৰ্বাদ)


2) Based on reason; sensible; reasonable (2)

Rational (ভিবেক)


3) The usual way of doing things (3)

Custom (সামাজিক প্ৰথা)


4) a strong Desir arising from within (5)

Urge (উৎকাণ্ঠা)


5) the power to endure, without falling ill (7)

     Endurance (ধৈয্য ৰখা)


part-II

i. identify the two parts in the sentences below by underlining the part that gives us the information in brackets,as shown above.

1. Where other girls wore traditional indian dresses, santosh preferred shorts.(Contrasts her dress  with that of others)

2. The left home and got herself entrolled in a school in Delhi.(Tells us what happenend after the first action.)

3. She decided to fight the system when the right moment arrived (Tells us when She was going to fight the system).

4. Little Maria had not yet celebrated her tenth birthday when she was packed off the train in the United states.(Tells us when Maria was sent to the U..)

II- Now rewrite the pairs of sentences given below as one sentence.

1. Grandfather told me about the old days.All books were printed on paper then.

Ans:

2. What do you do after you finish the book? perhaps you just throw it away.

Ans:

3. He gave the little girl an apple. He took the computer apart.

Ans:

4. You have nothing. That makes you very determined.

Ans:

5. I never thought of quitting.I knew what i Wanted.




Re-Arrange By Dipawali Bora

Author Angamita Dutta


MA in English (G.U.)