এভাৰেষ্টৰ সপোন আৰু বিভীষিকা

  A.অতি চমু প্রশ্নঃ 


১। পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্রপৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত? 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B. চমু প্রশ্নঃ

২। প্রথম অসমীয়া এভাৰেষ্ট আৰােহণকাৰী দুজনৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলী |

(ক) অতি চমু প্রশ্নঃ


১। এভাৰেষ্টৰ সপােন আৰু বিভীষিকা নামৰ পাঠটোৰ লেখক কোন? 

উত্তৰঃ

২। প্রণয় বৰদলৈৰ সম্পাদিত আলােচনীখন কি?

উত্তৰঃ

৩। লেখক প্রণয় বৰদলৈয়ে কেতিয়া এভাৰেষ্ট আৰােহণৰ সপােন দেখিছিল বুলি উল্লেখ কৰিছে? 

উত্তৰঃ

৪। এভাৰেষ্ট আৰহণ কৰাৰ সময়ত লেখক তথা তেওঁৰ সতীর্থই কি পৰিধান কৰিছিল? 

উত্তৰঃ

৫। ২০১৫ চনত অসম এভাৰেষ্ট অভিযান’ৰ অভিযাত্রী দলটিত লেখক সমন্বিতে কিমানজন লােক গৈছিল? 

উত্তৰঃ

৬। লেখক তথা তেওঁৰ সতীর্থবৃন্দই কাৰ নেতৃত্বত ২০১৫ চনত অসম এভাৰেষ্ট অভিযান’ নাম দি এভাৰেষ্টলৈ অভিযান চলায়? 

উত্তৰঃ

৭। পৃথিৱীৰ সর্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰপৰা কিমান ফুট উচ্চতাত অৱস্থিত? 

উত্তৰঃ

৮। অসম এভাৰেষ্ট অভিযানৰ অভিযাত্রী দলটিয়ে আৰহণৰ কৌশল অনুশীলনৰ বাবে ওলাই যােৱা হিমবাহ ক্ষেত্ৰৰ নাম কি আছিল? 

উত্তৰঃ

৯। নেপালীসকলৰ জনবিশ্বাস মতে সাগৰ মাথা বা মাউন্ট এভাৰেষ্টৰ জীয়ৰী বুলি কাক জনা যায়? 

উত্তৰঃ

১০। লেখক তথা তেওঁৰ সতীর্থবৃন্দৰ এভাৰেষ্ট অভিযানত যােৱা দলটোৰ লগত জড়িত আৰু ইতিপূর্বে ১০ বাৰকৈ এভাৰেষ্ট আৰহণ কৰা ব্যক্তিগৰাকী কোন? 

উত্তৰঃ

১১। হিমানী সম্প্রপাত কি? 

উত্তৰঃ

১২। প্রলয়ংকৰী হিমানী সম্প্রপাত কোনটো শিখৰৰপৰা বাগৰি আহিছিল? 

উত্তৰঃ

১৩। প্রলয়ংকৰী হিমানী সম্প্রপাতৰ ফলত কিমানজন পর্বতাৰােহীয়ে প্রাণ হেৰুৱাব লগীয়া হয়?

উত্তৰঃ

১৪। লেখক তথা তেওঁৰ সতীর্থবৃন্দৰ এভাৰেষ্ট অভিযানত যােৱা দলটোৰ বেছ কেম্প মেনেজাৰ দুজনৰ নাম কি?

উত্তৰঃ

১৫। লেখক তথা তেওঁৰ সতীর্থবৃন্দৰ এভাৰেষ্ট অভিযানত যােৱা অসম এভাৰেষ্ট অভিযান’ দলটোৰ চিকিৎসকগৰাকীৰ নাম কি? 

উত্তৰঃ

১৬। পর্বতাৰােহণ ক্রীড়াক আন কি নামেৰে জনা যায়? 

উত্তৰঃ

১৭। পর্বতাৰােহণত দলৰ সাফল্য কিহৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ

১৮। ‘এক্সপ্ল'ৰাছ’ কি? 

উত্তৰঃ

১৯। কাং, চ'চ ' কাং-নেলডাৰ উচ্চতা কিমান? 

উত্তৰঃ

২০। পর্বতাৰােহী দলটোৱে কিমান ফুট উচ্চতাত বেছ কেম্প স্থাপন কৰিছিল? 

উত্তৰঃ

B. চমু প্রশ্নঃ  

১। প্রণয় বৰদলৈয়ে ৰচনা কৰা পর্বতাৰােহণৰ অভিজ্ঞতাৰে পৰিপুষ্ট গ্রন্থ দুখন কি কি? 

উত্তৰঃ

২। বৰফৰ প্ৰাচীৰ বগাবলৈ ব্যৱহাৰ কৰা কৌশলসমূহৰ নাম লিখা। 

উত্তৰঃ

৩। প্ৰথম অসমীয়া এভাৰেষ্ট আৰােহণকাৰী দুজন কোন কোন? 

উত্তৰঃ

৪। ২০১৫ চনত এভাৰেষ্টলৈ অভিযান চলােৱা অসম এভাৰেষ্ট অভিযান’ৰ অভিযাত্রী দলটিৰ পর্বতাৰােহীকেইজনৰ নাম লিখা। 

উত্তৰঃ

৫। ২০১৬ চনত এভাৰেষ্ট জয় কৰা অসমীয়া ব্যক্তিসকলৰ নাম উল্লেখ কৰা। 

উত্তৰঃ

৬। লাকপা ৰনড্ৰুক শ্বের্পা কোন? 

উত্তৰঃ

৭। “সেইবােৰ চাই থাকোতেই হঠাৎ শুনিলাে আটাইতকৈ ভয়ংকৰ বিস্ফোৰণৰ এক প্রচণ্ড গর্জন।” – লেখকে শুনা ভয়ংকৰ বিস্ফোৰণৰ প্রচণ্ড গর্জন কি আছিল? 

উত্তৰঃ

৮। “আৰু তাৰ প্রায় লগে লগেই সেই দৈত্য দ্রুতগতিত অগ্ৰসৰ হয় আমি থকা স্থানৰ ফালে। ” — ইয়াত কি দৈত্যৰ কথা কোৱা হৈছে? দৈত্য কিয় লেখকৰ ফালে আগুৱাই আহিছিল? 

উত্তৰঃ

৯। হিমানী সম্প্রপাতৰ প্ৰলয়ংকৰী ৰূপক প্রতিহত কৰি ‘ অসম এভাৰেষ্ট অভিযান’ৰ দলটোৱে নিজকে মৃত্যুপথৰপৰা উদ্ধাৰ কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল ?

উত্তৰঃ

১০। এভাৰেষ্ট অভিযানৰ অভিযাত্রী চীনা মহিলা চিকিৎসক গৰাকীৰ কিদৰে মৃত্যু হ’ল? 

উত্তৰঃ

১১। দ্রুতবেগী হিমানী সম্প্রপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্রৰ আছিল? 

উত্তৰঃ

১২। খুম্বু আইচ ফল’ বুলিলে কি বুজা? 

উত্তৰঃ

১৩। কাৰ নেতৃত্বত কোন অঞ্চললৈ ট্রেকিং অভিযানত অংশ লওঁতে লেখকৰ মনত এভাৰেষ্ট আৰহণৰ সপােন ৰােপিত হৈছিল? 

উত্তৰঃ

১৪। মৃত্যু অৱধাৰিত বুলি ভাবিও লেখক তথা তেওঁৰ সতীর্থবৃন্দই প্রলয়ংকৰী হিমানী সম্প্রপাতৰ কৱলৰপৰা কি উপায় কৰি সুকলমে ৰক্ষা পৰিলে, লিখা। 

উত্তৰঃ

১৫। সকলােকে সুকলমে দেখা পাই আটায়ে স্বস্তিৰ নিশ্বাস পেলাওঁ।- কথাষাৰ লেখকে কি পৰিস্থিতিত পৰি কৈছিল আলােচনা কৰা। 

উত্তৰঃ

১৬। লেখক তথা তেওঁৰ সতীর্থবৃন্দৰ এভাৰেষ্ট অভিযানত যােৱা 'অসম এভাৰেষ্ট অভিযান’ দলটোৰ বেছ কেম্প মেনেজাৰ দুজন ক্রমে শৈলেন আৰু অমৰৰ প্ৰলয়ংকৰী হিমানী সম্প্রপাতৰ গ্ৰাসৰ পৰা কিদৰে ৰক্ষা পৰিল, চমুকৈ লিখা। 

উত্তৰঃ

১৭। হিমালয়ৰ দৰে পর্বত আৰােহণ কৰিবলৈ শাৰীৰিক শক্তিৰ উপৰি আন কি গুণৰ প্রয়ােজন?

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ 

১। লেখক প্রণয় বৰদলৈৰ চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ

২। এভাৰেষ্টৰ সপােন আৰু বিভীষিকা’ পাঠটিৰ মূল কথাখিনি চমুকৈ লিখা।

উত্তৰঃ

৩। লেখকৰ অনুশীলনৰ অন্তিম পর্যায়ত অহা ভূমিকম্পৰ জোকাৰণিত নামি অহা হিমানী সম্প্রপাতে অভিযানকাৰী দলক কি পৰিস্থিতিৰ মুখামুখি কৰাইছিল? 

উত্তৰঃ

৪। “বেছ কেম্পলৈ আহি এক দুঃখজনক পৰিস্থিতিৰ মুখামুখি হলাে – লেখক আৰু তেওঁৰ সতীর্থবৃন্দ কি দুঃখজনক পৰিস্থিতিৰ মুখামুখি হ’ল আলােচনা কৰা। 

উত্তৰঃ

৫। প্রয়াত পবর্তাৰােহী নেছিম আখতাৰ আৰু লেখকৰ মাজত হােৱা কথােপকথনৰ এটি চমুটোকা যুগুত কৰা। 

উত্তৰঃ

৬। হিমানী সম্প্রপাত কিয় বিপজ্জনক ঘটনা বুলি পাঠটিত উল্লেখ কৰিছে? 

উত্তৰঃ

৭। হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল?

 উত্তৰঃ

৮। “সেই বৰফৰ দৈত্যই আমাৰ অন্য খাদ্য-সামগ্ৰীসমূহৰ লগতে কাঠমাণ্ডুৰপৰা অনা মাছৰ টেঙা আঞ্জাও গ্রাস কৰে।” — বৰফৰ দৈত্যই মাছৰ টেঙা আঞ্জা গ্রাস কৰিলে বুলি লেখকে কি প্রসংগত আৰু কিয় কৈছে বুজাই লিখা। 

উত্তৰঃ

৯। এভাৰেষ্ট অভিযানৰ সংশয়ৰ দিন এটিত লেখকৰ মনত হাঁহিৰ খােৰাক জন্মােৱা ঘটনাটো কি আছিল? 

উত্তৰঃ

১০। লেখকে এভাৰেষ্ট অভিযানত যদিও বিফল হৈছে, তথাপি আকৌ হিমালয়ৰ শিখৰত বিজয়ধ্বজা উৰুওৱাৰ উদ্যমক তুমি সপোেন নে বাস্তৱ বুলি ভাবা?  

উত্তৰঃ

১১। “অসম এভাৰেষ্ট অভিযান’ দলটিৰ ওভতনি যাত্রা কেনেকুৱা আছিল ব্যাখ্যা কৰা।

উত্তৰঃ