বিয়াৰ প্ৰেজেণ্ট

A. অতি চমু প্ৰশ্নঃ

১। চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাসিত চুটিগল্পৰ পুথিখনৰ নাম লিখা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২।  'বিয়াৰ প্ৰেজেণ্ট' গল্পটো প্ৰথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল? এই গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৩। ''তেনেহলে তুমি বিয়ালৈ আৰু নগ’লাই? তেওঁলােকে বেয়া নেপাবনে চাগৈ?” — কথাষাৰ কোনে, কাক কৈছিল? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৪। চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?(এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। নাজিয়া কিয় অকলে বিয়ালৈ যাবলগীয়া হৈছিল, বুজাই লিখা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। 'বিয়াৰ প্রেজেন্ট'গল্পটোত মানৱতাবাদৰ প্ৰকাশ কিদৰে ঘটিছে, চমুকৈ আলােচনা কৰা। 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৩। “আমাৰ দুজন একেলগে বিয়ালৈ যােৱাটো উচিত নহ'ব” — ‘আমাৰ দুজন’বুলি ইয়াত কাৰ কাৰ কথা কোৱা হৈছে?

 (এই প্ৰশ্নটো 2019 চনত আহিছিল) 

উত্তৰঃ

৪। 'বিয়াৰ প্রেজেন্ট' গল্পটো প্রথমে কোনখন আলােচনীত প্রকাশ পাইছিল? গল্পটোত থকা অসুখ হোৱা ছােৱালীজনীৰ নাম কি?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ 


১। 'বিয়াৰ প্রেজেন্ট' গল্পটোত মানৱতাবােধৰ প্রকাশ কিদৰে ঘটিছে চমুকৈ লিখা। 

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

২। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাবলী


A. অতি চমু প্রশ্নঃ 


১। 'বিয়াৰ প্রেজেন্ট' চুটিগল্পটোৰ গল্পকাৰগৰাকী কোন? 

উত্তৰঃ

২। 'বিয়াৰ প্রেজেন্ট' চুটিগল্পটি ক'ৰপৰা লােৱা হৈছে? 

উত্তৰঃ

৩। নাজিয়াই মােমায়েকৰ জীয়েকৰ বিয়াখনত অহা-যােৱা, বিয়াৰ প্রেজেন্টৰ বাবদ কিমান টকা খৰচ হ’ব বুলি ভাবিছিল? 

উত্তৰঃ

৪। চৈয়দ আব্দুল মালিকৰ জন্ম ক’ত হৈছিল? 

উত্তৰঃ

৫। চৈয়দ আব্দুল মালিকৰ জন্ম কোন চনত হৈছিল? 

উত্তৰঃ

৬। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্প সংকলনখনিৰ নাম কি? 

উত্তৰঃ

৭। জেতুকাপাতৰ দৰে নামৰ উপন্যাসখনৰ ৰচক কোন? 

উত্তৰঃ

৮। চৈয়দ আব্দুল মালিকে লিখা শংকৰদেৱৰ জীৱনীভিত্তিক উপন্যাসখনৰ নাম কি? 

উত্তৰঃ

৯। চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি? 

উত্তৰঃ

১০। নাজিয়া কোন? 

উত্তৰঃ

১১। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল? 

উত্তৰঃ

১২। চৈয়দ আব্দুল মালিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত লিখা উপন্যাসখনৰ নাম কি? 

উত্তৰঃ

১৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা। 

উত্তৰঃ

১৪। চৈয়দ আব্দুল মালিকে কিমান চনত 'চোভিয়েট দেশ নেহৰু বঁটা' লাভ কৰিছিল?

উত্তৰঃ

১৫। চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে ‘চোভিয়েট দেশ নেহৰু বঁটা' লাভ কৰিছিল? 

উত্তৰঃ

১৬। 'ৰামধেনু' যুগত সর্বাধিক খ্যাতি লাভ কৰা গল্পকাৰ আব্দুল মালিকে প্রথমে কোনখন কাকতত গল্প ৰচনাত হাত দিয়ে? 

উত্তৰঃ

১৭। চৈয়দ আব্দুল মালিকৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি? 

উত্তৰঃ

B. চমু প্রশ্নঃ


১। চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল আৰু সেই অধিবেশনখন ক'ত অনুষ্ঠিত হৈছিল? 

উত্তৰঃ

২। চৈয়দ আব্দুল মালিকে ৰচনা কৰা গৱেষণামূলক গ্রন্থসমূহৰ নাম লিখা। 

উত্তৰঃ

৩। চৈয়দ আব্দুল মালিকৰ চুটিগল্প সংকলন কেইখনমানৰ নাম লিখা।

উত্তৰঃ

৪। চৈয়দ আব্দুল মালিকৰ ৰচিত উপন্যাস কেইখনমানৰ নাম উল্লেখ কৰা।

উত্তৰঃ

৫। চৈয়দ আব্দুল মালিকৰ 'বিয়াৰ প্রেজেন্ট’ চুটিগল্পটোৰ মূল বার্তাটো কি?  

উত্তৰঃ

৬। নাজিয়াই বিনীতাৰ অপাৰেচনৰ বাবে হস্পিতালত কিদৰে আর্থিকভাৱে সহায় কৰিছিল? 

উত্তৰঃ

৭। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল? 

উত্তৰঃ

৮। “তেৱেঁই আগবাঢ়ি আহিল আৰু মােৰ মুখলৈ চাই সুধিলে— 'আমাৰ তাৰে নােহােৱানে’ ? ” — কোনে, কাক কথাষাৰ সুধিছিল?  

উত্তৰঃ

৯। নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল? 

উত্তৰঃ

১০। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক'ৰপৰা পইচা পালে? 

উত্তৰঃ

১১। “মই এনে কোনাে যাদুমন্ত্র নেজানাে যাৰ ফলত মই দুশক তিনিশ বা চাৰিশ কৰিব পাৰোঁ।” কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? 

উত্তৰঃ

১২। “ৰাতি অলপ বেছি হােৱাৰ কাৰণে চিন্তা লাগিছিল।” কাৰ কি কাৰণে ৰাতি বেছি হােৱাৰ বাবে চিন্তা লাগিছিল? 

উত্তৰঃ

৩। “নক’বা আৰু যত বিপদ আমাৰ দুখীয়াবােৰৰহে হয়।” কথাষাৰৰ বক্তাগৰাকী কোন? তেওঁ কাক উদ্দেশ্যি, কিয় কথাষাৰ কৈছিল? 

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। চৈয়দ আব্দুল মালিকৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা। 

উত্তৰঃ

২। চৈয়দ আব্দুল মালিকৰ সাহিত্য প্রতিভা সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ

৩। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?

 উত্তৰঃ

৪। “তেওঁৰ চকুৱে-মুখে এটা সুপ্রসন্ন হাঁহি বিৰিঙি থকা যেন লাগিল।” — ‘তেওঁ বুলি কাৰ কথা কোৱা হৈছে? চকুৱে-মুখে সুপ্রসন্ন হাঁহি বিৰিঙি থকাৰ অন্তনিৰ্হিত তাৎপর্য ব্যাখ্যা কৰা। 

উত্তৰঃ

৫। “অৱশেষত এটা উপায় উলিওৱা হ’ল।” — কোনে কি সমস্যাটোৰ কি উপায় বিচাৰি পালে? 

উত্তৰঃ

৬। “মােৰ কথা শুনি কনকেশ্বৰ ঠাকুৰ আৰু বিনীতা দুয়ােৰে চকু-মুখ উজ্জ্বল হৈ উঠিল।” — কথাষাৰৰ বক্তাগৰাকী কোন? বক্তাৰ কথা শুনি কনকেশ্বৰ ঠাকুৰ আৰু বিনীতা দুয়ােৰে চকু-মুখ উজ্জ্বল হৈ উঠাৰ কাৰণ কি, গল্পটোৰ আধাৰত বর্ণনা কৰা।

উত্তৰঃ

৭। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ'ল বর্ণনা কৰা। 

উত্তৰঃ

৯। “মই বিয়ালৈ নগ'লোঁ। মানে, মােৰ বিয়ালৈ যােৱা নহ’ল, মানে— ” কথাষাৰৰ বক্তাগৰাকী কোন? তেওঁ কি কাৰণে ঘৰৰপৰা বিয়ালৈ বুলি ওলাই গৈও অৱশেষত বিয়াঘৰত উপস্থিত নহ'লগৈ, 'বিয়াৰ প্রেজেন্ট’ গল্পটোৰ আলমত তােমাৰ নিজৰ ভাষাৰে বুজাই লিখা। 

উত্তৰঃ

১০। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক) “আজিকালি দিনত ঘৰবাৰী এৰি থৈ এদিনৰ কাৰণেও দূৰলৈ যােৱাটো ভাল কথা নহয়।” 

উত্তৰঃ

(খ) “আজিকালি ধনী মানুহে লাখৰ হিচাপত কথা কয় তাতকৈ নামৰ সকলে হেজাৰৰ হিচাপত কথা কয়। আজিকালি শ’ৰ হিচাপত কথা কোৱাটো বহুতে লাজৰ কথা বুলিয়ে ভাবে।” 

উত্তৰঃ

(গ) “ধাৰ-ধুৰ কৰি বিয়া খােৱাত কোনাে বাহাদুৰি নাই।”

উত্তৰঃ