ভাৰতীয় গণতন্ত্ৰ 

পৰীক্ষাৰ প্ৰশ্নসমূহঃ

A. অতি চমু প্ৰশ্নাৱলীঃ

১) সংসদীয় গণতন্ত্ৰ কি? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা মূল পাৰ্থক্যকেইটা লিখা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


২) ভাৰতবৰ্ষক কিয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়?

(এই প্ৰশ্নটো 2020চনত আহিছিল)

উত্তৰঃ 


৩) ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ নেকি? বাখ্যা কৰা ।

(এই প্ৰশ্নটো 2020 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ

১) ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয়নে?

উত্তৰঃ


২) ইংলেণ্ডৰ কোন দলে ক্ষমতালৈ অহাৰ পিছত ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ


৩) ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি? 

উত্তৰঃ 


৪) নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সংবিধান সভাই কেতিয়া গ্ৰহণ কৰে?

উত্তৰঃ


৫) ভাৰতবৰ্ষত দ্বি-নাগৰিকত্ব সুবিধা আছেনে?

উত্তৰঃ


৬) ভাৰতবৰ্ষৰ সংসদ কেইখন সদনৰে গঠিত?

উত্তৰঃ


৭) 1946 চনত ভাৰতৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্ত্ততি চলাবৰ বাবে ব্ৰিট্ৰিছ চৰকাৰে কাক ভাৰতলৈ পঠিয়াইছিল?

উত্তৰঃ


৮) 'Foedus' শব্দৰ অৰ্থ কি?

উত্তৰঃ


৯)'সমাজবাদী', 'ধৰ্মনিৰপেক্ষ' আৰু 'ঐক্য' এই শব্দ কেইটা সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিল?

উত্তৰঃ


১০) সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল?

উত্তৰঃ


১১) ভাৰবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ দাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?

উত্তৰঃ


১২) ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে?

উত্তৰঃ


১৩) ভাৰতবৰ্ষ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল?

উত্তৰঃ


১৪) ভাৰতৰ নতুন সংবিধানখন প্ৰস্ত্তত নোহোৱাত ভাৰতৰ শাসন ব্যৱস্থা কি আইন মতে চলিছিল?

উত্তৰঃ


১৫) সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?

উত্তৰঃ


১৬) যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়?

উত্তৰঃ


১৭) ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ দৰে শক্তিশালী হয়নে?

উত্তৰঃ


১৮) কেবিনেট মিছন'ত কেইজন মন্ত্ৰী আছিল?

উত্তৰঃ


১৯) সাৰ্বভৌমত্ব মানে কি?

উত্তৰঃ


২০) সংবিধানৰ সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল?

উত্তৰঃ


২১) আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰতিনিধিৰে গঠিত সন্থাক কি বুলি কোৱা হয়?

উত্তৰঃ


২২) ভাৰতবৰ্যত প্ৰকৃত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰচলন আছেনে?

উত্তৰঃ


২৩) সংবিধানৰ পাতনি কি?

উত্তৰঃ


২৪) 42 তম সংশোধনী কোন চনত হৈছিল?

উত্তৰঃ 


২৫) খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ


২৬) 'Federation' শব্দটো ক'ৰ পৰা আহিছে?

উত্তৰঃ


২৭) ভাৰতৰ সংসদৰ উচ্চ সদন কোন?

উত্তৰঃ


২৮) সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে?

উত্তৰঃ


C. চমু প্ৰশ্নাৱলীঃ


১) প্ৰস্তাৱনাত 'আমি ভাৰতীয় জনসাধাৰণে' বুলি কিয় উল্লেখ কৰা হৈছে?

উত্তৰঃ


২) কোন কেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ


৩) সংবিধান সভাৰ স্থায়ী সভাপতি আৰু খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ


৪) ইংলেণ্ডত কোন দলে কেতিয়া ক্ষমতালৈ অহাৰ পিছত ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ


৫) 'সমাজবাদৰ দ্বাৰ' বাৰতবৰ্ষক কি প্ৰতিষ্ঠা কৰিব বনচৰা হৈছে?

উত্তৰঃ


৬) কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানপ প্ৰস্তাৱনাত 'সমাজ বাদী' আৰু 'ধৰ্ম নিৰপেক্ষ' শব্দ দুটা সন্নিবিষ্ঠ কৰা হৈছে?

উত্তৰঃ


৭) 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতৰ শাসন ব্য়ৱস্থা কি আইৰ ভিত্তিত চলিছিলআৰু আইনকেইখন কোনে প্ৰস্ত্ত কৰিছিল?

উত্তৰঃ


৮) সংবিধান খচৰা কমিটিৰ সদস্যসকল ৰ নাম লিখা ।

উত্তৰঃ


৯) অৰ্ধযুক্ত ৰাষ্ট্ৰ্ৰ কাক বোলে?

উত্তৰঃ


১০) সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল আৰু ইয়াৰ সভাপতিত্ব কোনে কৰিছিল?

উত্তৰঃ


১১) ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা?

উত্তৰঃ


১২) প্ৰস্তাৱনাৰ তাৎপৰ্য্য চমুকৈ লিখা ।

উত্তৰঃ


১৩) গণতান্ত্ৰিক ব্যৱস্থা মানে কি?

উত্তৰঃ


১৪) বৃটিছ চৰকাৰে কেতিয়া কিয় কেবিনেট মিছনক ভঙাৰতলৈ পঠিয়াইছিল?

উত্তৰঃ


১৫) সংবিধানৰ প্ৰস্তাৱনাটো লিখা ।

উত্তৰঃ


১৬) 'সাৰ্বভৌম' মানে কি বুজা?

উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ


১) নেহেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলোচনা কৰা ।

উত্তৰঃ


২) ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰভাৱ পাইছে আলোচনা কৰা ।

উত্তৰঃ


৩) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্য সমূহ লিখা ।

উত্তৰঃ


৪) 'সাৰ্বভৌম', 'সমাজবাদী', 'ধৰ্মনিৰপেক্ষ', 'গণতান্ত্ৰিক', আৰু 'গণৰাজ্য' বুলিলে কি বুজা বহলাই লিখা ।

উত্তৰঃ


৫) ভাৰতবৰ্ষৰ সংসদীয় পদ্ধত্ৰ চৰকাৰৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ ওপৰত বাখ্যা আগবঢ়োৱা ।

উত্তৰঃ