Lesson 1

ধনৰ ব্যৱহাৰ

A. অতি চমু প্ৰশ্নঃ

১। সত্যনাথ বৰাই ৰচনা কৰা এখন প্ৰবন্ধ পুথিৰ নাম লিখা। 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ


২। সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখনৰ নাম কি ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B.চমু প্ৰশ্নঃ 

৩। কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

C. ৰচনাধৰ্মী প্ৰশ্নঃ

১। 'ধন ঘটিবলৈ উজু, কিন্তো ৰাখিবলৈ টান'  এই কথাৰ সাৰমৰ্ম ব্যাখ্যা কৰা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। “ ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ ” — কথাষাৰ ব্যাখ্যা কৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

৩। চমুকৈ লিখাঃ

 সত্যনাথ বৰা ।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ


অতিৰিক্ত প্রয়ােজনীয় প্রশ্নাৱলী

A. অতি চমু প্রশ্নঃ  

১। অসমীয়া সাহিত্যৰ ‘বেকন’ হিচাপে পৰিচিত সাহিত্যিকগৰাকী কোন?

উত্তৰঃ

২।' ধনৰ ব্যৱহাৰ' শীর্ষক পাঠটি লেখকৰ কোনখন গ্ৰন্থৰ  পৰা লােৱা হৈছে?

উত্তৰঃ

৩। সত্যনাথ বৰাই কোন চনত জন্মগ্রহণ কৰিছিল? 

উত্তৰঃ

৪। গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা সত্যনাথ বৰাৰ প্রথমখন গ্ৰন্থৰ নাম কি?

উত্তৰঃ

৫। সর্বপ্রথম অসমীয়া সাহিত্যত কোনে বিজ্ঞান বিষয়ক পুথি ৰচনা কৰিছিল?

উত্তৰঃ

৬। বিজ্ঞান বিষয়ক গ্রন্থ ৰচনা কৰা অসমীয়া সাহিত্যৰ। প্রথম গ্রন্থখনৰ নাম কি?

উত্তৰঃ

৭। সত্যনাথ বৰাৰ জীৱনৰ কীর্তিস্তম্ভ স্বৰূপ গ্ৰন?

উত্তৰঃ

৮। অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি? 

উত্তৰঃ

৯। 'গীতাৱলী' নামৰ গীতৰ পুথিখনৰ ৰচক কোন? 

উত্তৰঃ

১০। সত্যনাথ বৰাৰ একমাত্ৰ গীতৰ পুথিখন প্রথম কেতিয়া প্ৰকাশ হৈছিল?

উত্তৰঃ

১১। 'কেন্দ্রসভা' নামৰ পুথিখনৰ ৰচক কোন?

উত্তৰঃ

১২। প্রথম অসমীয়া আইনজীৱী কোন? 

উত্তৰঃ

১৩। সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি? 

উত্তৰঃ

১৪। সত্যনাথ বৰাই ৰচনা কৰা প্রথম পুথিখন কি?

উত্তৰঃ

১৫। সত্যনাথ বৰাৰ ‘আকাশ ৰহস্য’ কি বিষয়ক গ্রন্থ?

উত্তৰঃ

১৬।'চিন্তাকলি' গ্রন্থৰ ৰচক কোন?

উত্তৰঃ

১৭। সত্যনাথ বৰা ৰচিত ব্যাকৰণ পুথিখনৰ নাম কি? 

উত্তৰঃ

১৮। সত্যনাথ বৰাই কোনখন আলােচনীৰ সম্পাদনাৰ দায়িত্ব বহন কৰিছিল?

উত্তৰঃ

১৯। সত্যনাথ বৰা ৰচিত ব্যাকৰণ পুথিখনৰ নাম কি? 

উত্তৰঃ

২০।'আকাশ ৰহস্য'ৰ বিষয়বস্তু কি?

উত্তৰঃ

২১। প্রথম অসমীয়া বি.এল. উপাধিধাৰী কোন? 

উত্তৰঃ

২২। সত্যনাথ বৰাৰ প্রবন্ধসমূহৰ মূল বক্তব্য কি?

উত্তৰঃ

২৩। কৃপণ বা কট্কিনা বুলিলে কি বুজা?

উত্তৰঃ

২৪। কৃপণ বা কট্কিনা মানুহৰ চৰিত্ৰ কেনেকুৱা? 

উত্তৰঃ

২৫। দৰিদ্ৰ হােৱাৰ চিন কেনেকুৱা?

উত্তৰঃ

২৬। অষ্টম দৰিদ্র মানে কি? 

উত্তৰঃ

২৭। দুই চভিয়া’ৰ অর্থ কি? 

উত্তৰঃ

২৮। লেখকে কৃপণৰ ধনক কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ

২৯। লেখকৰ মতে ধনক কেই ধৰণে ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ

৩০। উৎসৱত ধন খৰচ কৰিলে কৃপণে কি বােধ কৰে? 

উত্তৰঃ

৩১। কৃপণৰ বিবেচনাত ধন আৰু কাম এই দুটাৰ ভিতৰত কোনটোৰ মূল্য বেছি? 

উত্তৰঃ

৩২। কৃপণে কি কি কামতহে ধন ভাঙে অর্থাৎ কৃপণৰ ধর্ম  বুলি লেখকে উল্লেখ কৰিছে? 

উত্তৰঃ

৩৩। কৃপণ লােকৰ দুই ধর্ম কি কি? 

উত্তৰঃ

৩৪। কৃপণৰ বিবেচনাত উত্তম ভােজন কি?

উত্তৰঃ

৩৫। কৃপণৰ মতে উত্তম পিন্ধন কি?

উত্তৰঃ

 ৩৬। কৃপণৰ বিষয়ে নীতিবচনত থকা কথাষাৰ কি?

উত্তৰঃ

৩৭। কৃপণৰ মতে উৎসৱত ধন ভাঙ্গিলে কি কৰা বুজায়? 

উত্তৰঃ

৩৮। কৃপণৰ ভাতলৈ আশা কৰাজনক কিহৰ জীৱনৰ লগত তুলনা কৰা হৈছে? 

উত্তৰঃ

৩৯। মাইহাং কাঁহী কি? 

উত্তৰঃ

৪০। ভৰকীয়া শব্দৰ অর্থ কি?

উত্তৰঃ

৪১ । কৃপণে কাৰ কি কার্যত বিধি - পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়? 

উত্তৰঃ

৪২। খাৰণি কি ?

উত্তৰঃ

৪৩। সন্তানহীন তথা সন্তান জন্ম দিবপৰা ক্ষমতানথকা লােকক কি বোলে? 

উত্তৰঃ

৪৪। মানুহৰ ঋণ কেতিয়া হয়?

উত্তৰঃ

৪৫। ৰজাই ধনৰ বাবে কিয় আক্রোহ কৰে? 

উত্তৰঃ

৪৬। বজাই ধনৰ বাবে আক্রোহ কৰাৰ কাৰণ কি?

উত্তৰঃ

৪৭। ধোঁৱাখুলীয়া স্বভাৱ কি?

উত্তৰঃ

৪৮।‘ওচ মােচ’শব্দৰ অর্থ কি?

উত্তৰঃ

৪৯। কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উত্তৰঃ

৫০। ভৰক শব্দৰ অর্থ কি? 

উত্তৰঃ

৫১। বহুত মানুহে তেওঁলােকৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ কি কৰে?

উত্তৰঃ

৫২। কালিয়ন মানে কি? 

উত্তৰঃ

B. চমু প্রশ্নঃ

১ । সত্যনাথ বৰাৰ পিতৃ - মাতৃৰ নাম কি আছিল? 

উত্তৰঃ

২।সত্যনাথ বৰাই ৰচনা কৰা দুখন প্রবন্ধপুথিৰ নাম লিখা।

উত্তৰঃ

৩।সত্যনাথ বৰাৰ ৰচিত দুখন হাস্য ব্যংগ পুথিৰ নাম লিখা।

উত্তৰঃ

৪। সত্যনাথ বৰাক কোন দুজন বিদেশী সাহিত্যিকৰ সৈতে তুলনা কৰা হয়? 

উত্তৰঃ

৫।সত্যনাথ বৰাই সাহিত্য চর্চা কৰা আলােচনীকেইখনৰ নাম লিখা।

উত্তৰঃ

৬।সত্যনাথ বৰাৰ দুখন হাস্য-ব্যংগাত্মক পুথিৰ নাম লিখা। 

উত্তৰঃ

৭।সত্যনাথ বৰাৰ দুখন প্রবন্ধ পুথিৰ নাম লিখা। 

উত্তৰঃ

৮। নীতিগর্ভ আৰু উপদেশমূলক মন্তব্য কোন দুগৰাকী বিদেশী সাহিত্যিকৰ প্ৰবন্ধৰ মূল কথা?

উত্তৰঃ

৯।লেখকৰ মতে ধনক কি ধৰণে আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ

১০। নিধনীৰ লক্ষণ কি?

উত্তৰঃ

১১। ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ কি কি? 

উত্তৰঃ

১২। 'কৃপণ আৰু এক শ্ৰেণীৰ আছে।'— পাঠটিত উল্লেখ কৰা এই শ্রেণী কৃপণৰ বৈশিষ্ট্য কি বুলি লেখকে কৈছে? 

উত্তৰঃ

১৩। চৰাঘৰ আৰু বৰ ঘৰৰ মাজত পার্থক্য কি?

উত্তৰঃ

১৪। কৃপণবিলাকে কি উদ্দেশ্যত কৃপণালি কৰে বুলি লেখকে উল্লেখ কৰিছে?

উত্তৰঃ

১৫। ধনৰ পৰিমাণ বাঢ়িলেই আনন্দৰ পৰিমাণ বঢ়া কৃপণৰ আন বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ

১৬। কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নােৱাৰে? 

উত্তৰঃ

১৭। ৰজাই আক্রোহ কৰি ধন সঁচা আৰু বজাই আক্ৰোহ কৰি ধন সঁচাৰ মাজত পার্থক্য কি? 

উত্তৰঃ

১৮। সঙ্কল্প কৰি থােৱা ডাঙৰ কামত খৰচ কৰিবলৈ কট্কিনালি কৰি ধন গােটোৱা কৃপণৰ লক্ষণ কি? 

উত্তৰঃ

১৯। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উত্তৰঃ

২০। কি দুটা কাৰণত মানুহে কৃপণালী কৰে? 

উত্তৰঃ

২১। ধোঁৱাখুলীয়া আৰু কৃপণৰ মাজত পার্থক্য কি? 

উত্তৰঃ

২২। ধোঁৱাখুলীয়া মানুহৰ ধনৰ প্ৰতি কৰা ব্যৱহাৰ সম্বন্ধে লিখা। 

উত্তৰঃ

২৩। 'ইহঁত আমঠ, ইহঁতৰ স্বভাৱ শুধৰণিৰ বাজ।' —লেখকে 'ইহঁত'বুলি কাৰ কথা কৈছে? কিয় ? ইহঁতৰ স্বভাৱ শুধৰণিৰ বাজ বুলি কিয় কোৱা হৈছে?

উত্তৰঃ

২৪। 'বৰ সবাহ, বৰভােজ, দৌল-দুর্গোৎসৱ আদি বার্ষিকে কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নােৱাৰি।' — লেখকে কি উদ্দেশ্যত এই কথাষাৰ উল্লেখ কৰিছে, কথাষাৰৰ তাৎপর্য বিচাৰ কৰা।

উত্তৰঃ

২৫। ঋণক মানুহে কিহৰ কিহৰ লগত ৰিজায়? 

উত্তৰঃ

২৬। ঋণী মানুহৰ কেনেধৰণৰ দুর্গতি হয় বুলি লেখকে উল্লেখ কৰিছে? 

উত্তৰঃ

২৭। 'ধাৰ নিজেই এটা আপদ।'কথাষাৰ সঁচানে, সমর্থন যুক্তি দিয়া।

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। 'ধনৰ ব্যৱহাৰ' পাঠটোত লেখকে ধনৰ কিদৰে সদ ব্যৱহাৰ কৰিব লাগে বুলি কৈছে তােমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ

২। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লােকৰ সংজ্ঞা সম্বন্ধে আলােচনা কৰা। 

উত্তৰঃ

৩। 'ধনৰ ব্যৱহাৰ'পাঠটোত লেখকে কেইধৰণৰ কৃপণৰ কথা উল্লেখ কৰিছে আৰু তেওঁলােকৰ ধন ঘটাৰ আৰু ধনৰ প্ৰতি কৰা ব্যৱহাৰ সম্বন্ধে আলােচনা কৰা।

উত্তৰঃ

৪।‘ধনৰ ব্যৱহাৰ’ পাঠটোৰ আলমত সত্যনাথ বৰাৰ গদ্যৰীতিৰ এটি আভাস দিয়া।

উত্তৰঃ

৫। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা।

উত্তৰঃ

৬। 'ধনৰ ব্যৱহাৰ' পাঠটোৰ যোগেদি লেখকে ধনৰ সদ্ ব্যৱহাৰ কেনেকৈ আৰু কিঅ কৰিব লাগে বুলি কৈছে বুজাই লিখা।

উত্তৰঃ

৭। ''এই দুই শ্ৰেণীৰ কৃপণে কিমান ধন হলে সিহঁতৰ অভিপ্রায় সিদ্ধ হ’ব ক'ব নােৱাৰে।'' — লেখকে উল্লেখ কৰা এই দুয়াে শ্ৰেণীৰ কৃপণে কি উদ্দেশ্যত, কাৰ কাৰণে ধন সাঁচে আৰু সিহঁতৰ অভিপ্রায় কিয় সিদ্ধ হ’ব বুলি ক'ব নােৱাৰে? 

উত্তৰঃ

৮। ঋণী বা ধন ধাৰ কৰা ব্যক্তিৰ কি কি অৱস্থা হয়, পাঠটোৰ আলমত বুজাইলিখা। 

উত্তৰঃ

৯। মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা। 

উত্তৰঃ

১০। অসজ বৃত্তিধাৰী কৃপণ লােকৰ জীৱনপ্রণালী কেনেকুৱা হয় আলােচনা কৰা

উত্তৰঃ

১১। তলৰ ফকৰাকেইটাৰ তাৎপর্য বিশ্লেষণ কৰা। 

(ক) বাজত বৰ চুৰিয়াৰ ফেৰ, ভিতৰত ঢকুৱাৰ বেৰ। 

উত্তৰঃ

(খ) ফুল বচা চৰাঘৰ, স্বৰগ দেখা বৰ ঘৰ। 

উত্তৰঃ

(গ) ৰজাৰ আক্রোহ আৰু বজাৰ আক্রোহ সমান।

উত্তৰঃ

(ঘ) আয় অলপ, খৰচ সৰহ সেয়েই দৰিদ্ৰ হ'বৰ চিন। 

উত্তৰঃ

(ঙ) বেজীৰ জলঙা মনে , কুঠাৰৰ জলঙা নমনে। 

উত্তৰঃ

১২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ


(ক) ধন ঘটিবলৈ উজু, কিন্তু ৰাখিবলৈ টান। 

উত্তৰঃ

(খ) আয় অনুসৰি খৰচ কৰাই অর্থ ব্যৱহাৰৰ মূলমন্ত্র। 

উত্তৰঃ

(গ) অশিক্ষিত সামান্য মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম্ম।

উত্তৰঃ

(ঘ) ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।

উত্তৰঃ

(ঙ) ধনী মানুহ দুখত পৰিলে মানুহে তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে, সি পুতৌ নাপায়। 

উত্তৰঃ

(চ) উৎসৱ আড়ম্বৰ আঢ্যৱন্তবস্তু, দৰিদ্ৰক সি কেতিয়াও নুশুজে। 

উত্তৰঃ

(ছ) জগতৰ সকলাে মানুহে ধন আর্জে, কিন্তু দুই চাৰি জনহে ধনৱন্ত হয়।

উত্তৰঃ

(জ) ব্যাধি থাকিলে শৰীৰৰ উদ্গতি, ঋণ থাকিলে অৱস্থাৰ   উদ্গতি, নহয়।       

উত্তৰঃ

(ঝ) খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা, সি গম নােপােৱাকৈ মানুহৰ অনিষ্ট কৰে।

উত্তৰঃ