ৰাৱণক বিভীষণৰ সজ উপদেশ

  

 A. অতি চমু প্ৰশ্নৰ উত্তৰ দিয়াঃ


১। শব্দাৰ্থ লিখাঃ

তহিতে, দগধ (এই প্ৰশ্নটো 2008 চনত আহিছিল )

উত্তৰঃ

বিদিত, হন্তে (এই প্ৰশ্নটো 200 9 চনত আহিছিল )

উত্তৰঃ

২। মাধৱ কন্দলি কোন শতিকাৰ কবি? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল )। 

উত্তৰঃ

৩। মাধৱ কন্দলিয়ে কোনজন ৰজাৰ পৃষ্ঠপােষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল )

উত্তৰঃ

। মাধৱ কন্দলিক কোনে অপ্রমাদীকবিবুলি অভিহিতকৰিছিল?

(এই প্ৰশ্নটো 2018 চনত আহিছিল )   

উত্তৰঃ

৫। মাধৱ কন্দলি কোন যুগৰ কবি?

(এই প্ৰশ্নটো 2019 চনত আহিছিল )

উত্তৰঃ

B.চমু প্রশ্ন 


১। মাধৱ কন্দলি কোন যুগৰ কবি? তেওঁৰ পৃষ্ঠপােষক ৰজাজনৰ নাম কি? 

(এই প্ৰশ্নটো 2016 চনত আহিছিল )   

উত্তৰঃ

২। 'নাগপাশ' কি? হনুমানক কোনে নাগপাশেৰে বান্ধিছিল? 

(এই প্ৰশ্নটো 2018 চনত আহিছিল )   

উত্তৰঃ

৩। নৈকেষী কোন? তেওঁ বিভীষণ ৰাৱণৰ ৰাজসভালৈ কিয় পঠাইছিল?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)   

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

        (ক) ৰামৰ হাতত জানাে মােৰ যাইব জীৱ।

        তথাপি নিদিবো সীতা জনকৰ জীৱ।।

        (এই প্ৰশ্নটো  2006, 2008, 2009, চনত আহিছিল )    

উত্তৰঃ

        (খ) উত্তম অধম যে মধ্যম কহে মন্ত্র। 

        সত্ত্বৰ ত্রিবিধ কৰিবাক লাগে তন্ত্র।।

        (এই প্ৰশ্নটো 2015 চনত আহিছিল) 

উত্তৰঃ

        (গ) অস্ত্র বলে ভৰি পুৰি আছৈ সর লংকা। 

        মনুষ্য ৰামক প্রভু নকৰিবা শংকা।। 

        (এই প্ৰশ্নটো 2016 চনত আহিছিল) 

উত্তৰঃ

        (ঘ) শুনি পাত্র মেলে উঠি বােলে ৰাৱণত।

        দুঃস্বপ্নৰ কথা প্রভু গুচায়াে মনত।।

        (এই প্ৰশ্নটো 2017 চনত আহিছিল) 

উত্তৰঃ

        (ঙ) লংকা পুৰি হনুমন্ত গৈল যেন মতে। 

        আপুনিয়াে দেখিলাহা পাত্র সমন্বিতে।।

        (এই প্ৰশ্নটো 2018 চনত আহিছিল ) 

উত্তৰঃ

        (চ) ৰামৰ হাতত জানাে মােৰ যাইৰ জীৱ। 

        তথাপি নিদিবাে সীতা জনকৰ জীৱ।।

        (এই প্ৰশ্নটো 2019 চনত আহিছিল ) 

উত্তৰঃ

২। বিভীষণ কোন আছিল? বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল, পাঠৰ আলমত আলােচনা কৰা।

(এই প্ৰশ্নটো 2007 চনত আহিছিল ) 

উত্তৰঃ

৩।'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? ৰাৱণক বিভীষণে কি সজ উপদেশ দিছিল, বুজাই লিখা।

(এই প্ৰশ্নটো 2009 চনত আহিছিল ) 

উত্তৰঃ

৪। 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটিৰ কবি কোন ? বিভীষণৰ সজ উপদেশৰ বিপৰীতে, পাত্র মন্ত্রীসকলে ৰাৱণক কেনে ধৰণৰ উপদেশ দিছিল, বুজাই লিখা। 

(এই প্ৰশ্নটো 2010 চনত আহিছিল ) 

উত্তৰঃ

৫। বিভীষণে ৰাৱণক কি কিসজ উপদেশ দিছিল? আলােচনা কৰাঁ।

(এই প্ৰশ্নটো 2015 চনত আহিছিল ) 

উত্তৰঃ

অতিৰিক্ত প্রয়ােজনীয় প্রশ্ন 

A. অতি চমু প্রশ্নঃ

১। প্রাক্-শংকৰী যুগৰ সর্বশ্রেষ্ঠ কবিজন কোন? 

উত্তৰঃ

২। শংকৰদেৱে মাধৱ কন্দলিক কি বুলি বখানিছে? 

উত্তৰঃ

৩। মাধৱ কন্দলিৰ পৃষ্ঠপোেষক ৰজাজনৰ নাম কি? 

উত্তৰঃ

৪। ৰাৱণক বিভীষণৰ সজ উপদেশ নামৰ পাঠাংশ মাধৱ কন্দলিৰ ৰামায়ণৰ কোনটো কাণ্ডৰ অন্তৰ্গত? ৰাৱণৰ মাকৰ নাম কি? 

উত্তৰঃ

৬। ইন্দ্রজিৎ কোন আছিল ?

উত্তৰঃ

৭। শব্দার্থ লিখাঃ 

পাত্র, বিষ্ণু ভকত, ডেৱ, তৰি, উৎছন, লাঞ্জ, একৈক, বিদিত, মধুসূদন, গহ, হন্তে । 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। কবি মাধৱ কন্দলিৰ এটি চমু পৰিচয় দিয়া। 

উত্তৰঃ

২। “শুনি পাত্র মেলে উঠি বােলে ৰাৱণত। দুঃস্বপ্নৰ কথা প্রভু গুচায়াে মনত।।” -ইয়াত কি দুঃস্বপ্নৰ কথা কোৱা হৈছে, বুজাই লিখা। 

উত্তৰঃ

৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ

        (ক) ৰাঘৱ মুনিষ যেন জগত বিদিত। 

        কহিলাে কাহিনী যেন আমাৰ উচিত।।

উত্তৰঃ

        (খ) অনেক মন্ত্ৰীৰ সেবে হােৱে একমতি।

         মধ্যম বুলিয় তাক মন্ত্ৰীৰ শকতি।।

উত্তৰঃ

C. ৰচনাধর্মী প্রশ্নঃ

১ । ৰাৱণৰ মন্ত্ৰীসকলে ৰাৱণক বিভীষণৰ হিত উপদেশৰ বিপৰীতে কেনেধৰণৰ উপদেশ দিছিল, আলােচনা কৰা।

উত্তৰঃ

২। উত্তম, মধ্যম আৰু অধম বুলি কোন কোন মন্ত্রক কোৱা হয়, 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ পদ্যাংশৰ সহায়ত আলােচনা কৰা। 

উত্তৰঃ

৩। 'ৰাৱণক বিভীষণৰ সজ উপদেশ' পদ্যাংশৰ সাৰাংশ লিখা। 

উত্তৰঃ

৪। মাধৱ কন্দলিৰ সাহিত্যকৃতিৰ চমু পৰিচয় দি 'ৰাৱণক বিভীষণৰ সজ উপদেশ' নামৰ কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ

৫। 'ৰাৱণক বিভীষণৰ সজ উপদেশ' কবিতাটোৰ মাজেৰে বিভীষণৰ চৰিত্ৰটো কেনেভাৱে ফুটি উঠিছে, বিশ্লেষণ কৰা।

উত্তৰঃ

৬। 'ৰাৱণক বিভীষণৰ সজ উপদেশ' পদ্যাংশৰ মূল কথাখিনি চমুকৈ তােমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ