বৰগীত( জয় জয় যাদৱ জলনিধিজা.....)


A. অতি চমু প্রশ্নঃ 

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B. চমু প্রশ্নঃ 

১। 'জলনিধি'আৰু 'মহদানন্দ' শব্দৰ অৰ্থ লিখা।

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। 'শ্ৰুতমাত্ৰাখিলত্ৰাতা' শব্দটোৰ অর্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

B. ৰচনাধর্মী প্রশ্নঃ

১। মূলভাৱ লিখা?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

বৰগীতঃ জয় জয় যাদৱ

A. অতি চমু প্রশ্নঃ


১। শংকৰদেৱৰ 'জয় জয় যাদৱ জলনিধিজা ... ' বৰগীতটো। ক'ৰপৰা লােৱা হৈছে? 

উত্তৰঃ

২। শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা ... ' বৰগীতটো কি ৰাগত বন্ধা? 

উত্তৰঃ

৩। বৰগীতটোত কাৰ কথা কোৱা হৈছে?

উত্তৰঃ

৪। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? 

উত্তৰঃ

৫। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কত হৈছিল? 

উত্তৰঃ

৬। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃ-মাতৃৰ নাম কি আছিল ? 

উত্তৰঃ

৭। শংকৰদেৱৰ শিক্ষাগুৰুগৰাকীৰ নাম লিখা। 

উত্তৰঃ

৮। শংকৰদেৱে কিমান খ্রীষ্টাব্দত বিবাহ কৰায়? 

উত্তৰঃ

৯। শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি আছিল? 

উত্তৰঃ

১০। শংকৰদেৱে কেইবাৰ তীর্থ ভ্রমণলৈ যায়? 

উত্তৰঃ

১১। শংকৰদেৱৰ দ্বিতীয়গৰাকী পত্নীৰ নাম কি আছিল? 

উত্তৰঃ

১২। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত ইহলীলা সম্বৰণ কৰে? 

উত্তৰঃ

১৩। একশৰণ বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ব কি? 

উত্তৰঃ

১৪। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতি গঠন প্রক্রিয়াত কোন দুটা মাধ্যমৰ সহায়ত অহােপুৰুষাৰ্থ কৰিছিল? 

উত্তৰঃ

১৫। মহাপুৰুষ জনাৰ কীর্তি কেইটা দিশত প্রতিফলিত হয়? 

উত্তৰঃ

১৬। শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম লিখা। 

উত্তৰঃ

১৭। সংস্কৃত ভাষাত লিখা শংকৰদেৱৰ গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ

১৮। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হিচাপে। কোনখন গ্রন্থক অভিহিত কৰা হয়? 

উত্তৰঃ

১৯। শংকৰদেৱে ৰচনা কৰা সংলাপবিহীন নাটখনৰ নাম কি? 

উত্তৰঃ

২০। ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে অনুবাদ কৰিছিল? 

উত্তৰঃ

২১। শংকৰদেৱ বিৰচিত দুখন কাব্যৰ নাম লিখা। 

উত্তৰঃ

২২। শংকৰদেৱৰ দুখন তত্ত্বমূলক গ্রন্থৰ নাম লিখা। 

উত্তৰঃ

২৩। শংকৰদেৱে সংস্কৃতত ৰচনা কৰা একমাত্র গ্রন্থখন কি? 

উত্তৰঃ

২৪। শংকৰদেৱৰ অংকীয়া নাটৰ ভাষা কি?

উত্তৰঃ

২৫। বৰগীত কি?  

উত্তৰঃ

২৬। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰথমটো বৰগীত কি?

উত্তৰঃ

২৭। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো বৰগীত ক'ত ৰচনা কৰিছিল?

উত্তৰঃ

২৮। শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ

২৯। শংকৰদেৱৰ বৰগীতৰ মূলভাৱ কি?

উত্তৰঃ

৩০। শংকৰদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি? 

উত্তৰঃ

৩১। বৰগীতবােৰ কি ভাষাত ৰচনা কৰিছিল? 

উত্তৰঃ

৩২। 'শ্ৰুতমাত্ৰাখিলত্ৰাতা’শব্দটোৰ অর্থ কি? 

উত্তৰঃ

৩৩। 'জলনিধি’ শব্দৰ অর্থ কি? 

উত্তৰঃ

৩৪। 'অজন’ শব্দটোৱে কি বুজায়?  

উত্তৰঃ

৩৫। 'অখিল’ মানে কি? 

উত্তৰঃ

৩৬। সাগৰৰ কন্যা কোন?

উত্তৰঃ

৩৭। লক্ষ্মীৰ পতি কোন? 

উত্তৰঃ

৩৮। 'মন্দ’ শব্দৰ অর্থ কি? 

উত্তৰঃ

৩৯। মহানন্দকন্দই কাক বুজায়? 

উত্তৰঃ

৪০। শব্দার্থ লিখা? 

ধৱ, ধাতা, ৰঞ্জন, ইনিধি, পৰকাশী, শ্রুত, ত্রাতা, মুকুতি, বিবিধ বিহাৰ, বিশাৰদ, সৰােৰুহ, কিংকৰ, অভিলাষী। 

উত্তৰঃ

B. চমু প্রশ্নঃ

১। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃতি কেইটা আৰু কি কি দিশত প্রতিফলিত হয়? 

উত্তৰঃ

২। মহাপুৰুষজনাৰ কাব্য কেইখন আৰু কি কি? 

উত্তৰঃ

৩। শংকৰদেৱে কিমানখন অংকীয়া নাট ৰচনা কৰিছিল ? সেই নাটসমূহ কি কি? 

উত্তৰঃ

৪। শংকৰদেৱে ৰচনা কৰা ভক্তি তত্ত্বমূলক গ্রন্থৰ নাম লিখা। 

উত্তৰঃ

৫। শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্রন্থৰ নাম লিখা। 

উত্তৰঃ

৬। মহাপুৰুষজনাৰ নামপ্রসংগমূলক গ্রন্থ দুখনৰ নাম লিখা। 

 উত্তৰঃ

৭। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতসমূহৰ মাজেৰে প্রকাশিত মূল ভাব কি কি? 

উত্তৰঃ

৮। মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ বৰগীতসমূহত কিকি ভাবৰ প্রকাশ ঘটিছে? 

উত্তৰঃ

৯। বৰগীত কাক বলে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতৰ মুঠ সংখ্যা কিমান? 

উত্তৰঃ

১০। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?

উত্তৰঃ

১১। 'জলনিধিজা’ শব্দৰ অর্থ কি? ‘জলনিধিজা’ শব্দই বৰগীতটোত কাক বুজাইছে? 

উত্তৰঃ

১২। বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্রকাশ কৰিছে। 

উত্তৰঃ

১৩। জনার্দন মানে কাক বুজোৱা হৈছে? 

উত্তৰঃ

১৪। দনুজ কোন? 

উত্তৰঃ

১৫।'জয় জয় যাদৱ জলনিধিজা ... ' বৰগীতটোত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা। 

উত্তৰঃ

১৬। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দক’ বুলি কোৱা হৈছে? 

উত্তৰঃ

C.ৰচনাধর্মী প্রশ্নঃ


১। শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৃতিৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ

২। বৰগীতটিৰ ভাব-ভাষাৰ সৌন্দর্য সম্পর্কে আলােচনা কৰা। 

উত্তৰঃ

৩। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ

৪। বৰগীতটিৰ ভগৱানৰ লগত মানৱৰ আধ্যাত্মিক সম্পৰ্ক কেনেদৰে বৰ্ণনা কৰা হৈছে?

উত্তৰঃ

৫। বৰগীতটিৰ মাজেৰে শংকৰদেৱৰ কাব্যিক প্রতিভা কিদৰে ফুটি ওলাইছে?

উত্তৰঃ

৬। বৰগীতটিৰ যােগেদি শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে, বুজাই লিখা।

উত্তৰঃ

৭। চমুটোকা লিখাঃ


(ক) বৰগীত (খ) জগতবন্ধুবিধু (গ) কেশী 

৮। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

        (ক) জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী। 

        মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।। 

উত্তৰঃ

        (খ) বিবিধ বিহাৰ বিশাৰদ শাৰদ ইন্দুনিন্দি পৰকাশী। 

        শেষ শয়ন শিৱ কেশী বিনাশন পীতবসন অবিনাশী।। 

উত্তৰঃ

        (গ) জগবন্ধুবিধু মাধৱ মধুৰিপু মধুৰ মূৰুতি মুৰনাশী। 

        শৱ চৰণ সৰােৰুহ কিংকৰ শংকৰ অভিলাষী ।।

উত্তৰঃ