আন্তৰ্জাতিক সংস্থা- ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

পৰীক্ষাৰ প্ৰশ্নসমূহঃ
A. অতি চমু প্ৰশ্নাৱলীঃ

১) বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত "ৰাষ্ট্ৰসংঘ দিৱস" হিচাপে পালন কৰা হয়?
(এই প্ৰশ্নটো 2013 চনত আহিছিল)
উত্তৰঃ


২) আন্তৰ্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি?
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
উত্তৰঃ


B. চমু প্ৰশ্নাৱলীঃ
১) ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
উত্তৰঃ


২) ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আৰু আয়োগৰ গঠন আৰু কাৰ্যাৱলী চমুকৈ বৰ্ণনা কৰা ।
(এই প্ৰশ্নটো 2020 চনত আহিছিল)
উত্তৰঃ


৩) বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্ৰধান আইনগত সমস্যা উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2012 আৰু 2017 চনত আহিছিল)
উত্তৰঃ


৪) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ যি কোনো তিনিটা ক্ষমতা লিখা ।
(এই প্ৰশ্নটো 2010 চনত আহিছিল)
উত্তৰঃ


৫)ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এটা চমু বিৱৰণ দিয়া ।
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
উত্তৰঃ


৬) তলত উল্লেখ কৰা আন্তৰ্জাতিক অনুষ্ঠান কেইটাৰ মূখ্য কাৰ্যায়লয়ৰ নাম লিখা ।
ক) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ ।
খ) দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা ।
(এই প্ৰশ্নটো 2018 চনত আহিছিল)
উত্তৰঃ


৭) ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দুটা মুখ্য ক্ষমতা লিখা ।
(এই প্ৰশ্নটো 2011 চনত আহিছিল)
উত্তৰঃ


৮) ৰাষ্ট্ৰসংঘ কেতিয়া স্থাপিত হৈছিল? ইয়াৰ মূল লক্ষ্যটো কি?
(এই প্ৰশ্নটো 2020 চনত আহিছিল)
উত্তৰঃ


৯) ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানৱ অধিকাৰ ঘোষণাত্ৰ গ্ৰহণ কৰে । মানৱ অধিকাৰ ঘোষণাপত্ৰৰ প্ৰধান উদ্দেশ্য কি?
(এই প্ৰশ্নটো 2017 চনত আহিছিল)
উত্তৰঃ


১০) ৰাষ্ট্ৰসংঘৰ তিনিটা উদ্দেশ্য লিখা ।
(এই প্ৰশ্নটো 2006 চনত আহিছিল)
উত্তৰঃ


১১) ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজন কি আছিল?
(এই প্ৰশ্নটো 2019 চনত আহিছিল)
উত্তৰঃ


১২) ৰাষ্ট্ৰসংঘৰ ছয়টা বিশেষ অভিকৰণ কি কি?
(এই প্ৰশ্নটো 2011 চনত আহিছিল)
উত্তৰঃ


C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ
১) ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিওষওদৰ ক্ষমতা আৰু কাৰ্য্যৰ বিষয়ে লিখা ।
(এই প্ৰশ্নটো 2016 চনত আহিছছিল)
উত্তৰঃ


২) ৰাষট্ৰীয় মানৱ অধিকাৰ আইনৰ প্ৰধান ক্ষমতা আৰু কাৰ্যসমূহ আলোচনা কৰা ।
(এই প্ৰশ্নটো 2012 চনত আহিছিল)
উত্তৰঃ


৩) ৰাষ্ট্ৰ-সংঘৰ মূল লক্ষ্য আৰু নীতিসমূহ উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2008 চনত আহিছিল)
উত্তৰঃ


৪) ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগৰ চাৰিটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
(এই প্ৰশ্নটো 2015 চনত আহিছিল)
উত্তৰঃ


৫) ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগৰ কাৰ্যাৱলী বাখ্যা কৰা ।
(এই প্ৰশ্নটো 2008 চনত আহিছিল)
উত্তৰঃ


অতিৰিক্ত প্ৰয়োজনীয় প্ৰশ্নাৱলীঃ
A. অতিু চমু প্ৰশ্নাৱলীঃ
১) ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ কৰা আছে?
উত্তৰঃ


২) বৰ্তমান ৰাষ্ট্ৰসংঘ সদস্য কিমান?
উত্তৰঃ


৩) নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা চুক্তি এখনৰ নাম লিখআ ।
উত্তৰঃ


৪) ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত কেইজন স্থায়ী সদস্য আছে?
উত্তৰঃ


৫) প্ৰথম বিশ্বযুদ্ধৰ পিছত শান্তি অৰ্থে স্থাপন হোৱা আন্তৰ্জাতিক সংগঠনটো কি আছিল?
উত্তৰঃ


৬) বৰ্তমান ৰাষ্ট্ৰসংঘৰ  সচিব প্ৰধানজনৰ নাম কি?
উত্তৰঃ


৭) ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন কৰে?
উত্তৰঃ


৮) আন্তৰ্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?
উত্তৰঃ


৯) উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত এজন ন্যায়াধীশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'ব পাৰেনে?
উত্তৰঃ


১০) ফিফাৰ (FIFA) মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


১১) ভাৰতবৰ্ষত মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হয়?
উত্তৰঃ


১২) প্ৰথমে ৰাষ্ট্ৰ-সংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা কিমান?
উত্তৰঃ


১৩) ৰাষ্ট্ৰসংঘ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল?
উত্তৰঃ


১৪) বৰ্তমান ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ


১৫) ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


১৬) মানৱ অধিকাৰ ঘোষণা পত্ৰত সন্নিৱিষ্ট যিকোনো এটা বিষয়ৰ নাম লিখা ।
উত্তৰঃ


১৭) কমনৱেলথ্ অৱ নেচনছৰ মুখঅয কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


১৮) ৰাষ্ট্ৰ-সংঘৰ মূখ্য কাৰ্যালয় ক'ত?
উত্তৰঃ


১৯) ৰাষ্ট্ৰসংঘ সাধাৰণ সভা সদস্য ৰাষ্ট্ৰসমূহে কেইজন প্ৰতিনিধি পঠিয়াব পাৰে?
উত্তৰঃ


২০) মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ


২১) আন্তৰ্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে?
উত্তৰঃ


২২) দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ


২৩) ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদত কেইজন অস্থায়ী সদস্য আছে?
উত্তৰঃ


২৪) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা?
উত্তৰঃ


২৫) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য কিমান?
উত্তৰঃ


২৬) NATO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ


২৭) নাটোৰ (NATO ) মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


২৮) সচিবপ্ৰধানক কোনে নিয়োগ কৰে?
উত্তৰঃ


২৯) প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ


৩০) ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মানৱ অধিকাৰৰ আয়োগৰ সদস্য সকলক কিমান দিনৰ বাবে নিযুক্তি দিয়ে?
উত্তৰঃ


৩১) ৰাষ্ট্ৰ-সংঘ দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰঃ


৩২) এছিয়া পেছিফিকৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


৩৩) মানৱ অধিকাৰ আন্তৰ্জাতিক ঘোষণাপত্ৰ কেতিয়া প্ৰকাশিত হয়?
উত্তৰঃ


৩৪) ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?
উত্তৰঃ


৩৫) নিৰাপত্তা পৰিষদৰ ভেটো প্ৰয়োগৰ ক্ষমতা কাৰ আছে?
উত্তৰঃ


৩৬) ৰাষ্ট্ৰসংঘ চনদত কিমানটা অনুচ্ছেদ আছে?
উত্তৰঃ


৩৭) মানৱ অধিকাৰ ঘোষণাপত্ৰ ৰাষ্ট্ৰসংঘই কেতিয়া গ্ৰহণ কৰে?
উত্তৰঃ


৩৮) ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ


৩৯) ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্ৰধানৰ নাম কি?
উত্তৰঃ


৪০) CTBT ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ


৪১) নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ


৪২) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ


৪৩) কোন নং অনুচ্ছেদ সংশোধন কৰি নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা দহজনলৈ বৃদ্ধি কৰা হৈছিল?
উত্তৰঃ


৪৪) কিমান তাৰিখে 'মানৱ অধিকাৰ আন্তৰ্জাতিক ঘোষমা পত্ৰ' গ্ৰহণ কৰা হয়?
উত্তৰঃ


৪৫) ASEAN ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ


৪৬) ৰাষ্ট্ৰ-সংঘৰ প্ৰধান অংগ কেইটা?
উত্তৰঃ


৪৭) ন্যাসৰক্ষী পৰিষদ কেইধৰণৰ সদস্যৰে গঠিত?
উত্তৰঃ


৪৮) ৰাষ্ট্ৰসংঘ বৃহত্তম অংগটোৰ নাম কি?
উত্তৰঃ


 ৪৯) ইন্টাৰনেচনেল ৰিনিউৱেল এনাৰ্জি এজ্ঞ্চিৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰঃ


 ৫০) ৱৰ্ড ইক'ন'মিক ফৰামৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
 উত্তৰঃ


 ৫১) ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় কেন্দ্ৰটোৰ নাম লিখা ।
 উত্তৰঃ


 ৫২) ইন্টাৰনেচনেল ক্ৰিকেট কাউন্সিলৰ মূখ্য কাৰ্যালয় ক'ত অৱস্থিত?
 উত্তৰঃ


 ৫৩) ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
 উত্তৰঃ


 ৫৪) ৰাষ্ট্ৰসংঘ কিমান চনত প্ৰতিষ্ঠা হৈছিল?
 উত্তৰঃ


 ৫৫) সচিব প্ৰধানৰ কাৰ্যকাল কেইবছৰ?
 উত্তৰঃ


 ৫৬) এমনেষ্ঠি ইন্টাৰনেছনেলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
 উত্তৰঃ


 ৫৭) বিশ্ব-শান্তি ৰক্ষাৰ্থে গঠন হোৱা প্ৰথম অনুষ্ঠানটো কি?
 উত্তৰঃ


 ৫৮) এছ'চিনেনচ অৱ ছাউথ ইষ্ট এছিয়ান নেছনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
 উত্তৰঃ


 ৫৯) প্ৰথম বিশ্বমহাযুদ্ধৰ পিছত কি আন্তৰ্জাতিক সংস্থা গঠিত হৈছিল?
 উত্তৰঃ


 B. চমু উত্তৰৰ প্ৰশ্নঃ
 
 ১) মানৱ অধিকাৰ কি?
 উত্তৰঃ


 ২) সচিবালয়প সচিব প্ৰধানজনক কিদৰে নিয়োগ কৰা হয়?
 উত্তৰঃ


 ৩) 'ৰাষ্ট্ৰসংঘৰ চনদ' কেতিয়া গ্ৰহণ কৰা হয়?
 উত্তৰঃ


 ৪) মানৱ অধিকাৰৰ ঘোষণাপত্ৰত কেইটা প্ৰস্তাৱনা আৰু অনুচ্ছেদ সম্বলিত হয়?
 উত্তৰঃ


 ৫) সাধাৰণ সভাৰ গঠনৰ বিষয়ে লিখা ।
 উত্তৰঃ


 ৬) ৰাষ্ট্ৰ-সংঘৰ যিকোনো চাৰিটা প্ৰধান অংগৰ নাম লিখা ।
 উত্তৰঃ


 ৭) ন্যাসৰক্ষী পৰিষদৰ সদস্যসমূহ কেইধৰণৰ সদস্যৰে ঘঠিত আৰু কি কি?
 উত্তৰঃ


 ৮) ৰাষ্ট্ৰ-সংঘই বিশ্ব শান্তি ৰক্ষাৰ বাবে কি কাম কৰে?
 উত্তৰঃ


 ৯) ৰাষ্ট্ৰসংঘই যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰিবলৈ সম্পাদিত কৰা তিনিখন চুক্তিৰ নাম উল্লেখ কৰা ।
উত্তৰঃ


 ১০) নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে লিখা ।
 উত্তৰঃ


 ১১) ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগৰ কাম কি?
 উত্তৰঃ


 ১২) ৰাষ্ট্ৰ-সংঘৰ তিনিটা বিশেষ অভিকৰণৰ নাম উল্লেখ কৰা ।
 উত্তৰঃ


 ১৩) ৰাষ্ট্ৰ-সংঘৰ চনদৰ চ৭ড়ান্ত ৰূপ ক'ত, কেতিয়া দিয়া হৈছিল?
 উত্তৰঃ


 ১৪) ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ আয়োগৰ সদস্য সকলৰ অৰ্হতা সম্পৰ্কে লিখা ।
উত্তৰঃ


 ১৫) ৰাষ্ট্ৰ-সংঘ কেতিয়া কেতিয়া, কিয় গঠিত হয়?
 উত্তৰঃ


 C. ৰচনাধৰ্মী প্ৰশ্নাৱলীঃ

 ১) চমুপটোকা লিখাঃ

 i) ন্যাসৰক্ষী পৰিষদ ।

ii) সাধাৰণ সভা ।

iii) সচিবালয় ।

iv) সাধাৰণ সভা ।

v) আন্তৰ্জাতিক ন্যায়ালয় ।
উত্তৰঃ


২) ভাৰতবৰ্ষ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা ।
উত্তৰঃ


৩) ৰাষ্ট্ৰসংঘৰ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা ।
উত্তৰঃ


৪)  ৰাষ্ট্ৰ-সংঘৰ যিকোনো পাঁটা অংগৰ নাম লিখা ।
উত্তৰঃ


৫) বিশ্বশক্তিৰ বাবে ৰাষ্ট্ৰসংঘধই লোৱা পদক্ষেপসমূহ আলোচনা কৰা ।
উত্তৰঃ


৬) মানৱ ঁঅধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপ আলোচনা কৰা ।
উত্তৰঃ


৭) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ


৮) কেনেধৰণৰ ব্যক্তি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য হ'ব পাৰে?
উত্তৰঃ