সংবিধানঃ কিয় আৰু কেনেকৈ ? ( Constitution: Why And How ?)  অধ্যায় ১ | Chapter 1 | Class 11 Political Science Question Answer | HS 1st Year Political Science Solution | Question Answer Assam Board | Assamese Medium | Free Political Science Answer and Model | Higher Secondary First Year Political Science Suggestion | উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ উত্তৰ | একাদশ শ্ৰেণীৰ ভাৰতীয় সংবিধান |  


Chapter 1

সংবিধানঃ কিয় আৰু কেনেকৈ ?

Constitution: Why And How?


ৰচনাধৰ্মী প্ৰশ্নঃ

১। সংবিধানৰ অৰ্থ ব্যাখ্যা কৰা আৰু ইয়াৰ দুটা সংজ্ঞা দাঙি ধৰা ।

২। সংবিধান কাক বােলে ? আমাক এখন সংবিধানৰ কিয় প্রয়ােজন

৩। সংবিধানসভাৰ গঠন আৰু কার্যাবলী আলােচনা কৰা ।

৪ । সংবিধান ৰচনাৰ খচৰা কমিটি গঠন প্রক্রিয়া আলােচনা কৰা । ইয়াৰ সভাপতি কোন আছিল ? 

৫। এখন দেশৰ বাবে ক্ষমতাৰ স্পষ্ট সীমাবদ্ধতা আৰু দায়ৱদ্ধতাৰ বাবে সংবিধানৰ কিয় আৱশ্যক ? এনেকুৱা সীমাবদ্ধতা আৰু দায়বদ্ধতা নহ'লে কি ঘটিব পাৰে ?

৬। শাসকসকলৰ বাবে সীমাবদ্ধতা সংবিধানত কিয় আৱশ্যক ? এনেকুৱা সংবিধান থাকিব পাৰে নেকি য'ত নাগৰিকৰ কোনাে অধিকাৰ থাকিব নােৱাৰে ?

৭। অনিলে শিক্ষকক প্রশ্ন কৰিলে যে এই সংবিধানখন পঞ্চাছ বছৰৰ আগতে ৰচিত আৰু ই সময়ােপযােগী নহয় । কার্যকৰী কৰা সময়ত মােৰ পৰা কোনােৱে মতামত লােৱা নাই । ইয়াৰ ভাষাবােৰ বৰ কঠিন হােৱা বাবে মই বুজি পােৱা নাই । গতিকে কিয় মই এই সংবিধানখন মানি লব লাগিব তাক বুজাই দিব লাগিব । তুমি যদি সেই শিক্ষকজন হােৱা তেনেহ'লে অনিলক কেনেকৈ উত্তৰটো দিবা ?

৮। ১৯৪৬ চনৰ লক্ষ্য নির্ধাৰণমূলক প্ৰস্তাৱটো চমুকৈ বর্ণনা কৰা ।

৯। ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা । 

১০। ভাৰতীয় সংবিধান বৈশিষ্ট্যসমূহ আলােচনা কৰা ।


চমু উত্তৰৰ প্রশ্ন ( Short Answer Questions ) :

১। কেনেকুৱা পৰিস্থিতিত সংবিধানসভা গঠন কৰা হৈছিল আলােচনা কৰা ।

২। সংবিধান সভাৰ গঠন প্রণালী ব্যাখ্যা কৰা ।

৩। কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল ?

৪। সংবিধানখন দেশৰ সর্বশ্রেষ্ঠ আইন নে ?

৫। লক্ষ্য নির্ধাৰকমূলক প্রস্তাৱটো কি ? 

৬। সংবিধান সভাৰ খচৰা কমিটিৰ বিষয়ে চমুটোকা লিখা ।

৭। আমাক এখন সংবিধান কিয় লাগে বুজাই লিখা ।

৮। আমেৰিকাৰ সংবিধানৰ কি কি সমল ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা হৈছে ?

৯। আমাৰ সংবিধান কার্যকলাপৰ সৈতে জড়িত তিনিটা বেলেগ বেলেগ কাৰ্যৰ অনুভৱক লৈ এটি আলােচনা চক্ৰত তিনিজন বক্তাই ভাগ লৈছে ।


 ক ) হীৰেন – ভাৰতীয় সংবিধানে গণতান্ত্রিক ধ্যান - ধাৰণা প্রদান কৰাত সফল হৈছে ।

( খ ) বিজয়া – ভাৰতীয় সংবিধানতস্বতন্ত্রতা , সমতা আৰু ভ্রাতৃত্ববােধ সুনিশ্চিতকৰণত বিধিগত বাধা আছে । সেইবাবে ভাৰতীয় সংবিধান বিফল হৈছে ।

( গ ) নাজিমা – ভাৰতীয় সংবিধান বিফল নহয় , আমিহে ইয়াক বিফল কৰিছে । তুমি ওপৰত উল্লেখ কৰা কোনটো পক্ষ সমর্থন কৰা আৰু কিয় , যদি নকৰা তােমাৰ নিজস্ব বক্তব্য দাঙি ধৰা ।

১০। সংবিধান এক সমন্বয় আৰু অশ্বাস বুজাই লিখা ।

১১। চৰকাৰৰ ক্ষমতাৰ ওপৰত সীমাবদ্ধই কি বুজায় ? ব্যাখ্যা কৰা ।

১২। সংবিধানৰ কর্তৃত্বই কি সূচায় বুজাই লিখা ।

১৩। ভাৰতীয় সংবিধান কার্যপদ্ধতি বর্ণনা কৰা ।

১৪। সামাজিক ন্যায় কি ? 

 অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short Answer Questions ) 

১। ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ?

২। ভাৰতীয় সংবিধানৰ দুটা উৎস উল্লেখ কৰা । 

৩। সংবিধানৰ দুটা কাৰ্যৰ নাম লিখ ।

৪। অবিভক্ত ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল ?

৫। কাৰ পৰামর্শ মতে সংবিধানসভা গঠন কৰা হৈছিল ? 

৬। ভাৰত সংবিধানখন কিয় ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল ?

৭। ভাৰতীয় সংবিধানৰ প্ৰভাৱনাত সন্নিৱিষ্ট দুটা আদর্শ উল্লেখ কৰা ।

৮। সমাজত সংবিধানৰ কাম কি ? 

৯। ভাৰতীয় সংবিধান কি ধৰণেৰে প্ৰস্ত্ত কৰা হৈছিল ?

১০। ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা ।

১১। ভাৰতীয় সংবিধানৰ দুটা বৈশিষ্ট্যৰ নাম লিখা । 

১২। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা । 

১৩। চৰকাৰৰ ক্ষমতাৰ ওপৰত দুটা সীমাৱদ্ধতা উল্লেখ কৰা ।

১৪। জনসাধাৰণৰ মৌলিক পৰিচয়ে কি বুজায় ?

১৫। সংবিধান এখন সফল হােৱাৰ দুটা কাৰণ লিখা ।

১৬। উদ্দেশ্য প্রস্তাৱ ( Objective Resolution ) - ৰ - দুটা দিশ উল্লেখ কৰা ।

১৭। সংবিধানৰ খচৰা কমিটিৰ দুজন সদস্যৰ নাম লিখা ।

১৮। সংবিধান সভাৰ দুখন কমিটি কি কি ?

১৯। ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল নে ?

২০। লক্ষ্য নির্ধাৰকমূলক প্ৰস্তাৱৰ দুটা নীতি লিখা ।

২১। জৱাহৰলাল নেহেৰুৰ উদ্দেশ্য প্রস্তাৱৰ দুটা মূল দিশ লিখা ।

২২। ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ  কৰা হৈছিল ? ই কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?

২৩। ভাৰতৰ সংবিধানখন এখন ধাৰ কৰা সংবিধান মন্তব্য দিয়া । 

২৪। সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক ‘ ৰাজ্যসমূহৰ সংঘ ' বুলি কোৱা হৈছে ? 

A. উত্তৰ দিয়া ( Give Answers ) 

১। কোনবিধ কার্য সংবিধান অন্তর্ভুক্ত নহয় ?

 ( ক ) নাগৰিকৰ সুৰক্ষাৰ অধিকাৰ

( খ ) চৰকাৰৰ অন্তৰ্গত বিভিন্ন বিভাগৰ ক্ষমতা

( গ ) প্রতিভাসম্পন্ন ব্যক্তি ক্ষমতালৈ অহা ।

( ঘ ) মত প্রকাশৰ অধিকাৰ

২। তলত উল্লেখ কৰা কোনবােৰ যুক্তিয়ে সংসদতকৈ সংবিধানৰ কর্তৃত্ব বেছি নির্ধাৰণ কৰে ?

( ক ) সংসদ গঠনৰ আগতে সংবিধান ৰচনা কৰা হৈছিল । 

( খ ) সাংসদসকলতকৈ সংবিধান প্রণেতাসকল বেছি প্রখ্যাত নেতা ।

( গ ) সংবিধানে সংসদ গঠন আৰু ক্ষমতা নির্ধাৰণ কৰে ।

( ঘ ) সংসদে সংবিধান সংশােধন কৰিব নােৱাৰে ।

৩। সংবিধান সম্পর্কে তলত উল্লেখ কৰা বাক্যবােৰ সচা নে মিছা ?

( ক ) সংবিধান চৰকাৰ গঠন ক্ষমতা সম্পর্কে লিখিত দলিল ।

( খ ) গণতান্ত্রিক ৰাষ্ট্রৰ কাৰণেহে সংবিধান প্রয়ােজন । 

( গ ) সংবিধান কেৱল আইনগত দলিলহে , ইয়াৰ কোনাে আদর্শ আৰু গুৰুত্ব নাই ।

( ঘ ) সংবিধানে নাগৰিকক নতুনত্ব প্রদান কৰে । 

৪। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নিম্নলিখিত সিদ্ধান্তবিলাক সঁচা নে মিছা যুক্তি দশোৱা ।

 ( ক ) সংবিধান সভাই ভাৰতীয় নাগৰিকক প্রতিনিধিত্ব কৰা নাই কিয়নাে তেওঁলােকক সকলাে নাগৰিকে নির্বাচিত কৰা নাছিল । 

( খ ) সংবিধান প্রণয়নৰ সময়ত সংবিধানৰ বুনিয়াদী ৰূপৰেখা সম্পর্কে নেতাসকলৰ মাজত সহমত থকাৰ কাৰণে কোনাে ধৰণৰ জটিল সমস্যাৰ সৃষ্টি হােৱা নাছিল ।

( গ ) ভাৰতীয় সংবিধান অন্যান্য দেশৰ সংবিধানৰ আলমত ৰচনা কৰাৰ বাবে ইয়াৰ কোনাে মৌলিকতা নাই ।

( ঘ ) কোনখন আঁচনিৰ জৰিয়তে সংবিধান সভা গঠন কৰা হৈছিল ?

৫। ভাৰতীয় সংবিধানৰ আধাৰত তলত উল্লেখ কৰা সিদ্ধান্ত সম্পৰ্কত দুটাকৈ উদাহৰণ দিয়া ।

 ( ক ) ভাৰতীয় সংবিধানখন বিচক্ষণ নেতাৰ দ্বাৰা প্রণয়ন কৰা হৈছে বাবে তেওঁলােকক ভাৰতীয় নাগৰিকে সম্মান কৰে ।

( খ ) সংবিধানে যি উপায়ে ক্ষমতাৰ বিতৰণ কৰিছে তাক অদল - বদল কৰাত প্রতিবন্ধকতা আছে ।

( গ ) সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংখ্যাৰ কেন্দ্রবিন্দু । 

( ঘ ) সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নির্বাচিত কৰা হৈছিল ?

৬। সংবিধান সভাৰ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

৭। সংবিধান সভাৰ অস্থায়ী সভাপতি কাক নির্বাচিত কৰা হৈছিল ?

৮। সংবিধান সভাৰ প্রথম বৈঠক কেতিয়া আৰম্ভ হৈছিল ?

৯। ভাৰতীয় সংবিধানৰ খচৰা সমিতিখনৰ সভাপতি কোন আছিল ?

১০। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল ?

১১। আমাক সংবিধান এখন কিয় লাগে এটা কাৰণ উল্লেখ কৰা । 

১২। এখন সংবিধান জনসাধাৰণৰ মৌলিক পৰিচয় । ( সত্য নে অসত্য লিখা ) 

১৩। এখন সংবিধানে জনসাধাৰণৰ মৌলিক পৰিচয় দাঙি ধৰে নে ? ( হয় নে নহয় লিখা ) 

১৪। ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্র । ( হয় নে নহয় লিখা ) 

১৫। সংবিধান হৈছে দেশৰ সর্বোচ্চ আইন যাক সকলাে নাগৰিকে মানি চলিবলৈ বাধ্য । ( হয় নে নহয় লিখা ) 

শুদ্ধ উত্তৰ বাছি উলিওৱা ( Chose the correct answers )  

১। তলত উল্লেখ কৰা ভাৰতীয় সংবিধানৰ কোনটো ব্যবস্থা বিতর্ক নােহােৱাকৈ গৃহীত হৈছিল ?

( ক ) সার্বজনীন প্রাপ্তবয়স্ক ভােটাধিকাৰ           ( খ ) মৌলিক অধিকাৰ

( গ ) ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক                          ( ঘ ) সংসদীয় গণতন্ত্র 

২। সংবিধান সভাৰ নির্বাচন কিহৰ ভিত্তিত অনুষ্ঠিত হৈছিল ? 

( ক ) সার্বজনীন ভােট ব্যৱস্থা

( খ ) সম ভােটাধিকাৰ 

( গ ) সাম্প্রদায়িক ভিত্তিত

( ঘ ) মনােনয়নৰ জৰিয়তে 

৩। স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ - জেনেৰেল কোন আছিল ?

( ক ) পণ্ডিত জৱহৰলাল নেহৰু            

( খ ) চক্রবর্তী ৰাজাগােপালাচাৰী

( গ ) লর্ড মাউণ্টবেটেন                        

 ( ঘ ) ডঃ বি . আৰ , আম্বেদকাৰ

৪। প্রথম অৱস্থাত সংবিধানসভা সার্বভৌম সন্থ উচ্চ স্থান নাছিল কিন্তু পিছলৈ ই সার্বভৌম সংস্থা হয় । 

( ক ) ১৫ জুলাই ১৯৪৬ চন ।                    

 খ ) ১৫ আগষ্ট ১৯৫০ চন

( গ ) ২৬ জানুৱাৰী ১৯৫০ চন                   

 ( ঘ ) ৯ ডিচেম্বৰ ১৯৪৬ চন

উত্তৰ দিয়া ( Give answer )  

১। সংবিধান মানে কি ?

২। সংবিধানে ছৰকাৰৰ ক্ষমতা সীমিত কৰে নে ? 

৩। বৃটিছ সংবিধানৰ পৰা লােৱ ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ।

৪। ভাৰতীয় সংবিধানৰ খচৰা কোনে প্রস্তুত কৰিছিল ?

৫। লক্ষ্য নির্ধাৰকমূলক প্ৰভাৱটো সংবিধান সভাত কোনে দাঙি ধৰিছিল ।

Type Sumit Patar.