ধনবৰ আৰু ৰতনী 

A. অতি চমু প্রশ্নঃ

১। “ধনবৰ আৰু ৰতনী” কোন শ্রেণীৰ কবিতা? 

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

২। বেজবৰুৱাৰ একমাত্র কবিতাপুথিখন কি? 

উত্তৰঃ

৩। বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখন কি? 

উত্তৰঃ

৪। অসমীয়া চুটি গল্পৰ জনক কোন? 

উত্তৰঃ

৫। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখন কি? 

উত্তৰঃ

৬। লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ

৭। ধনবৰৰ ঘৰ কত?

উত্তৰঃ

৮। ৰতনীৰ ঘৰ ক'ত আছিল? 

উত্তৰঃ

৯। ৰতনীৰ বিৰহত ধনবৰে ক'ত বহি বিলাপ কৰিছিল? 

উত্তৰঃ

১০। বিচ্ছেদৰ পিছত ৰতনী ধনবৰৰ বাবে কি হৈ ৰ'ল?

 উত্তৰঃ

১১৷ ৰতনীৰ বিৰহত ধনবৰে অৱশেষত কি কৰিলে?

উত্তৰঃ

১২। ৰতনীৰ মাক-বাপেকে তাইক কিয় ধনবৰলৈ বিয়া নিদিলে?

উত্তৰঃ

১৩। শব্দার্থ লিখা?

বৰাব, কুটেশাল, খাগৰি, কালশত।

উত্তৰঃ

B. চমু প্রশ্নঃ

১। লক্ষ্মীনাথ বেজবৰুৱা ৰচিত কবিতাপুথি দুখনৰ নাম লিখা।

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

২। মালিক কেইটা ভাগত ভগােৱা হয় ? ‘ ধনবৰ ৰতনী কোন শ্রেণীৰ মালিতা ?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৩। মালিতা কাক বােলে? ই কেইপ্ৰকাৰৰ আৰু কি কি? 

উত্তৰঃ

৪। বেলাড় কাক বােলে? 

উত্তৰঃ

৫। অসমীয়া ভাষাত থকা কেইটামান উল্লেখযােগ্য বেলাড কি? 

উত্তৰঃ

৬। অসমীয়া সাহিত্যৰ কেইটামান জনপ্রিয় কৃত্রিম বেলাড’ৰ নাম উল্লেখ কৰা। 


C. ৰচনাধর্মী প্রশ্ন

১। মূলভাৱ লিখা ? 

ধনবৰ ৰতনী 

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

২। প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰাঃ 

(ক) পর্বতে পর্বতে বগাব পাৰোঁ মই, 

                                লতা বগাবলৈ টান, 

ৰতনী সােণাইকে বৰাব পাৰো মই

                                মাকক বুজাবলৈ টান।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

৩। 'ধনবৰ আৰুৰতনী’ বেজবৰুৱাৰ কোনখন কবিতাপুথিৰ অন্তর্গত? ইয়াককিয় মালি’আখ্যা দিয়া হৈছে? মালিতা বা বেলাডৰ প্রধান বৈশিষ্ট্য কি চমুকৈ আলােচনা কৰা। 

উত্তৰঃ

৪। লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য-কৃতি সম্পর্কে চমুকৈ আলােচনা কৰি বেজবৰুৱাৰ সাহিত্যৰ বৈশিষ্ট্য আলােচনা কৰা। 

উত্তৰঃ

৫। 'ধনবৰ আৰু ৰতনী’ কবিতাটোৰ সাৰাংশ লিখা ।

উত্তৰঃ

৬। 'ধনবৰ আৰু ৰতনী' কোন শ্রেণীৰ কবিতা? কবিতাটোৰ মূল কথাখিনি লিখা। 

উত্তৰঃ

৭। ধনবৰ আৰু ৰতনী কোন? কবিতাটোত ধনবৰে এনেদৰে বিলাপ কৰাৰ কাৰণ কি? বিলাপৰ কাৰণখিনি লিখা।

উত্তৰঃ

৮। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ


(ক) উজায়ে আহিলে ভাটিৰে ৰতনী, 

                    বুকুৰে মাধুৰী লৈ , 

ভটীয়াই গলে ঐ শাহটো সামৰি, 

                    মােলৈ খােলাটো থৈ। 

উত্তৰঃ

(খ) গঙাতে উৰিল ঐ গঙাৰে চিলনী, 

                    বালিতে উৰিল ঐ ঘোঁৰা, 

       সেন্দুৰী টিঙতে বহি উটি গলে 

                     ৰতনী ধনাইৰ পৰা। 

উত্তৰঃ

(গ) ফুটুকাৰ তলতে যখিনী ছােৱালী 

                       টুটুক্ চাপৰিবায়, 

ধনাইৰে ছাঁতে ৰতনী নাই ঐ 

                        কোনে তাৰ মুখলৈ চায়? 

উত্তৰঃ

(ঘ) বােপাই মােৰ লুইত ঐহ্ল সামৰি লােৱা মােক, 

                         কোলাত থান এফেৰি দিয়া, 

ৰতনী হেৰাল মােৰ, সকলাে পৰিল ওৰ, 

                        আৰু মােৰ একো নাইকিয়া।

উত্তৰঃ