বনকুৱঁৰী

A.অতি চমু প্ৰশ্নঃ

১। 'বনকুৱঁৰী' কবিতাটি প্ৰথমতে ক'ত প্ৰকাশ পাইছিল?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ

২। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ


৩। প্ৰথম অসমীয়া ৰোমাণ্টিক কবি কোন?

(এই প্ৰশ্নটো 2015, 2017 চনত আহিছিল)

উত্তৰঃ

৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ দেউতাকৰ নাম কি?

উত্তৰঃ

৫। 'প্ৰতিমাৰ খনিকৰ' বুলিলে কোনজন কবিক বুজা?

উত্তৰঃ

৬। 'বনকুৱঁৰী' নামৰ কবিতাটি কোনখন কবিতাপুথিত সন্নিৱিষ্ট হৈছে?

উত্তৰঃ

৭। 'প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ' - এই মন্তব্য কোনজন সমালোচকৰ?

উত্তৰঃ

৮। চন্দ্ৰকুমাৰ আগৰৱালা কোনযুগৰ কবি?

উত্তৰঃ

৯। কোনটো কবিতাক অসমীয়া আধুনিক গীতি কবিতাৰ প্ৰথম নিদৰ্শন হিচাপে উল্লেখ কৰিব পাৰি?

উত্তৰঃ


১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু কোন চনত হৈছিল?

উত্তৰঃ

১১। শব্দাৰ্থ লিখাঃ

শ্যামল, বিজন, লতিকা, যক্ষিণী, নিজম, অমিয়া, দেৱযানী,

উত্তৰঃ

B.চমু প্ৰশ্নঃ

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ 'প্ৰতিমা' নামৰ কাব্য পুথিখন সম্পৰ্কে লক্ষ্মীনাথ বেজবৰুৱাই কি মন্তব্য আগবঢ়াইছিল?

(এই প্ৰশ্নটো 2008 চনত আহিছিল)

উত্তৰঃ

২। 'বনকুৱঁৰী' কবিতাটোৰ কবি কোন। এই কবিতাটো প্ৰথমতে ক'ত প্ৰকাশ পাইছিল?

(এই প্ৰশ্নটো 2009 চনত আহিছিল)

উত্তৰঃ

৩। ৰোমাণ্টিক কবিতাৰ দুটা ঘাই লক্ষণ উল্লেখ কৰাঁ।

(এই প্ৰশ্নটো 2015, 2017 চনত আহিছিল)

উত্তৰঃ

৪। ৰোমাণ্টিক কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰাঁ।

(এই প্ৰশ্নটো 2016 চনত আহিছিল)

উত্তৰঃ

৫।মালিতা কি? ই কেইবিধ?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৬। জোনাকী যুগ ত্ৰিমূৰ্তিৰ বুলিলে কি বুজা?

(এই প্ৰশ্নটো 2018 চনত আহিছিল)

উত্তৰঃ

৭। যিকোনো দুছোৱা ব্যাখ্যা কৰাঃ

(এই প্ৰশ্নটো 2018 চনত আহিছিল)



(ক) খোপাত পিন্ধিছে বনৰ পখিলা,

আটাই আপোন ধন।

উত্তৰঃ

বন ফুলৰ মৌ পিছে কোনোৱে বা

শান্ত হ মানুহ মন।

উত্তৰঃ

৮। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক বুজোৱা হয়?

(এই প্ৰশ্নটো 2019 চনত আহিছিল)

উত্তৰঃ

৯। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি দুখনৰ নাম লিখা।

উত্তৰঃ

১০। 'জোনাকী’ আলােচনী কোন চনত প্রকাশিত হৈছিল আৰু ইয়াৰ প্রথম সম্পাদক কোন আছিল?

উত্তৰঃ

১১। মৰকত মণি জিলিকে শিৰত


-‘মৰকত মণি’ মানে কি? এই মণি কাৰ শিৰত জিলিকাৰ কথা কোৱা হৈছে?

উত্তৰঃ

১২। “খিল খিল্ হাঁহি গ'ল দিহাদিহি''

-ইয়াত কোনে খিলখিলাই হঁহাৰ কথা কোৱা হৈছে? তেওঁলােকে খিলখিলাই হাঁহি কি কৰিছিল?

উত্তৰঃ

১৩। 'জুৰজুৰ কৰি আনিলে বতাহে’ —ইয়াত বতাহে কি অনাৰ কথা কোৱা হৈছে?

উত্তৰঃ

১৪। হাবিৰ মাজৰ পৰা কোনে নাে বা মাতি উঠে ‘মৰ মৰ? —ইয়াত উল্লেখ কৰা মৰ মৰ শব্দটো আচলতে কিহৰ? কবিয়ে এই শব্দ কোনে কৰা বুলি কৈছে?

উত্তৰঃ

C. ৰচনাধৰ্মী প্ৰশ্নঃ

১। 'বনকুৱঁৰী' কবিতাটোৰ মূলভাৱ লিখা।

(এই প্ৰশ্নটো 2010, 2015, 2016, 2017 চনত আহিছিল)

উত্তৰঃ

২। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা-

(ক) মৰম ভিখাৰী, বিচাৰিছো দেৱী

প্ৰাণৰ অমিয়া মাধুৰী

(এই প্ৰশ্নটো 2015 চনত আহিছিল)

উত্তৰঃ

(খ) অথিৰ বায়ুৰ শিয়ঁৰিল নোম,

উছলাইছে গৈ জান

কাৰণ-নেদেখা আনন্দৰ ঢৌৱে

বুৰালে প্ৰাণীৰ প্ৰাণ।

(এই প্ৰশ্নটো 2017 চনত আহিছিল)

উত্তৰঃ

৩। চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱন আৰু কৃতিৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ

৪। চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী' কবিতাটিত কবিগৰাকীয়ে দেখা প্ৰকৃতিৰ ৰূপৰ এটি বর্ণনা দিয়া।

উত্তৰঃ

৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঃ

(ক) নিজম দুপৰীয়া সুহুৰিটি মাৰি

মাতিলে নাে কোনে কাক?

বিজন বনত কোন ক’ত আছে?

হালিছে গছৰ আগ

উত্তৰঃ

(খ) মৰম ভিখাৰী, বিচাৰিছোঁ দেৱী

প্রাণৰ অমিয়া মাধুৰী

মিচিকনি মাৰি হাঁহি দান দিলে

দুয়াে প্রকৃতি কুঁৱৰী।

উত্তৰঃ

(গ) গছৰ আগত ময়না পখিটী

মাতি সি নিচুক হ’ল।

শুনাে শুনাে, শুনিবলৈ বাট চাওঁ,

মনতে হেঁপাহ ৰ'ল।

উত্তৰঃ

(ঘ) মুকলি চুলিৰে নাম গায় ঘুৰি

চাপৰি টুক টুক টুক।

ৰূপহীৰ মেল দেৱযােনি খেল

মানুহে নেদেখা মুখ।

উত্তৰঃ