Lesson 2 

গোট-১

খ) ভাৰতীয় সংস্কৃতি 

A.অতি চমু প্ৰশ্নাৱলীঃ

১) অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে ?

      (এই প্ৰশ্নটো ২০০৬ আৰু ২০০৮ চনত আহিছিল)

উত্তৰঃ

২) কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ-শিল্পৰ নতুূন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে ?

      (এই প্ৰশ্নটো ২০০৭ চনত আহিছিল)

উত্তৰঃ

৩) ভাৰতীয় সংস্কৃতি নামৰ প্ৰবন্ধটোৰ লেখক কোন ?

     (এই প্ৰশ্নটো  ২০০৯চনত আহিছিল)

উত্তৰঃ

৪) মধ্য এচিয়াকা ইতিহাস কোনে লিখিছিল ?

    (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ

৫) ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্টপতি কোন ?

      (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ

৬) কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্থাৰ যুগ বুলিব পাৰি ?

 (এই প্ৰশ্নটো ২০১৯ চনত আহিছিল)

উত্তৰঃ 

B) চমু প্ৰশ্নাৱলী ঃ

১) সকলো আৰ্টৰ  মূলতে কি কি দিটা বিপৰীত পন্থাই কাম কৰা দেখা যায় ?

 (এই প্ৰশ্নটো ২০০৬ চনত আহিছিল)

উত্তৰঃ

২) ভাৰতীয় সংস্কৃতিত ইচলামৰ অৰিহনা বিষয়ে এটি চমুটোকা যুগুত কৰা ?

 (এই প্ৰশ্নটো ২০০১ আৰু ২০০৩চনত আহিছিল)

উত্তৰঃ

৩)  দাক্ষিণাত্যৰ ভাস্কৰ্যৰ বৈশিষ্ট্য কেনে ধৰনৰ,চমুকৈ লিখা ?

   (এই প্ৰশ্নটো ২০০১ আৰু ২০০৩চনত আহিছিল)

উত্তৰঃ

৪) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্ধয়ৰ বস্ত বুলি লেখকে কিয় কৈছে ?

 (এই প্ৰশ্নটো ২০০৯ চনত আহিছিল)

উত্তৰঃ

৫)  লিখকে ভাৰত  বুৰঞ্জীক কিয় ৰাজ্যৰ উহুান-পতন , ভঙা-গঢ়াৰ, বুৰঞ্জী বুলি কৈছে ?

 (এই প্ৰশ্নটো ২০১৬ চনত আহিছিল)

উত্তৰঃ

৬)  অজন্তাৰ ছবিবোৰত কি কি ভাববস্ত প্ৰকাশ পাইছে ?

 (এই প্ৰশ্নটো ২০১৭ চনত আহিছিল)

উত্তৰঃ

৭) লগে লগে সংস্কৃতিৰ ৰুপান্তৰ ঘটিল |

-  কিহৰ লগে লগে সংস্কৃতিৰ ৰুপান্তৰ কিদৰে ঘটিছিল, বুজাই লিখাঁ

    (এই প্ৰশ্নটো ২০১৮ চনত আহিছিল)

উত্তৰঃ

৮) ব্যাখ্যা কৰাঃ

ক) ভাৰত বুৰঞ্জীত কেনেকৈ হানীয় আৰু বাহিৰাগতৰ  মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল তাৰ প্ৰমানো অলেখ আছে।

 (এই প্ৰশ্নটো ২০০২ চনত আহিছিল)

উত্তৰঃ

খ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

  (এই প্ৰশ্নটো ২০০১ আৰু ২০০৪  চনত আহিছিল)

উত্তৰঃ

গ) সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা ।

 (এই প্ৰশ্নটো ২০০3 চনত আহিছিল)

উত্তৰঃ

ঘ)  ভাৰতীয়. সংস্কৃতি এক বিৰাত সমন্বয়ৰ বস্ত

 (এই প্ৰশ্নটো ২০০ ৬ চনত আহিছিল)

উত্তৰঃ


 D. পাঠভিত্তিক ব্যাকৰন 

১) সন্ধি ভাঙা ঃ

 সংস্কৃতি, সমন্ময় ,  সম্বন্ধয় , ভাৰাক্ৰান্ত, সন্মত

২) বিশেষ্য বা বিশেষণলৈ নিয়া ঃ

বৈচিত্ৰ্য, ভৌগোলিক, বিস্তৃতি , নৈৰাশ্য, বিপ্লৱ ।


-------------------------------

বেলেগ ধৰণৰ উত্তৰ পাবলৈ এই লিংক টোত ক্লিক কৰক 

Click Here Might Learn

-------------------------------