Page no 47 

২.৩    নিবনুৱা সমস্য়া  ঃ

            সাধাৰণতে নিবনুৱা শব্দটোৱে কৰ্মহীনতাক বুজায়। যিসকল লোকে কাম কৰাৰ কোনো সুযোগ নাপায় তেওঁলোকক নিবনুৱা বুলি কোৱা হয়। কিন্তু অৰ্থনীতিত নিবনুৱা বুলি ক'লে সেইসকলক বুজায় যাৰ কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা আছে, কিন্তু কোনো উপযুক্ত সংস্থা নাপায়। এজন লোকৰ কৰ্ম কৰাৰ ক্ষমতা আছে, কিন্তু তেওঁ যদি চলিত মজুৰিত কাম কৰাৰ বাবে ইচ্ছুক নহয় তেন্তে তেওঁক নিবনুৱা বুলি ক'ব নোৱাৰি।




Bidyut Thakuria.