7.3.2 ৰাজ্য   ঃ প্রটিষ্টা (Protista)

এই ৰাজ্যত সংকোষকেন্দ্রীয় এককোষী জীৱবিলাক অন্তর্ভুক্ত। এই জীৱবিলাকৰে কিছুমানে চুলিৰ দৰে বা চাবুকৰ দৰে কিছুমান উপাংগ— কেশৰৰ (Flagella) সহায়ত চলাচল কৰি থাকিব পাৰে। ইহঁতৰ পৰিপুষ্টি প্রণালী সুপুষ্ট (Auototrophic) বা পৰপুষ্ট (Het erotrophic)। এককোষী শেলাই , ডায়েটম (Diatom), আদ্যপ্রাণী (Protozoa) আদি এই ৰাজ্যৰ অন্তৰ্গত জীৱৰ উদাহৰণ। (চিত্র 7.2 চোৱা)।

পেৰামেছিয়াম

সংকোচনশীল গহ্বৰ এমিবা
সংকোচনশীল গহ্বৰ
এমিবা



আদ্য় প্ৰাণী





Type:- Bidyut Thakuria

Class 9 G.Science Assam SCERT Book (Chapter 7)