বৰষুনৰ টোপাল টোপাল ... । বৰষুনৰ টোপাল ... জুবিনৰ অসমীয়া গান । জুবিনৰ অসমীয়া গান বৰষুণৰ টোপাল । Zubeen Garg Assamese Song BoroKhunor Tupal |  

বৰষুণ-টোপাল টোপাল... 

টোপাল টোপাল বৰষুনে্ আহি 

চকুৰ পতাত আজি চুমা দি যায় 

মেঘৰ নাচোনে পৃথিৱী কপালে 

সেউজ অহাৰ আজি বাতৰি পায় 

উপচি আহে কলিজাৰে জোৱাৰ

 কোহে কোহে শুণে গীতি নৱ ৰসাল 

টোপাল টোপাল.....

চকুৰ পতাত.... 


প্ৰতিটো টোপালৰ স্পন্দন আহে বৈ 

পুৰণি হিয়াকে জোকাৰি যাবলৈ 

সপোনৰ গুঞ্জন 

টোপে টোপে আহে বৈ 

ধৰণীৰ বুকুতে ...

জীপাল হবলে 

উপচি আহে কলিজাৰে জোৱাৰ 

কোহে কোহে শুণো গীতি নৱ ৰসাল 

মেঘে মেঘে ৰদালি 

সোণালী  চুলি মেলি 

মায়াময় অভিনৱ 

লুকা ভাকু খেলি 

উপচি আহে কলিজাৰে  জোৱাৰ 

কোহে কোহে শুনো গীতি নৱ ৰসাল 

মেঘে মেঘে ৰদালি 

সোণালী চুলি মেলি 

মায়াময় অভিনৱ

লুকা ভাকু খেলি 

উপচি আহে কলিজাৰে জোৱাৰ 

কোহে কোহে শুনো নৱ ৰসাল 

টোপাল টোপাল .... 

চকুৰ পতাত ... ।।