ছাত্ৰ-ছাত্ৰীৰ নামঃ........................................................................................................

শ্ৰেণীঃ..........................................................................................................................

বিদ্যালয়ৰ নামঃ...........................................................................................................

শিক্ষকৰ নামঃ.............................................................................................................

ফোন নং......................................................................................................................

ছাত্ৰ-ছাত্ৰীৰ অভ্যসনৰ সময়ঃ প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা ১ বজালৈ

সূচীপত্ৰ

বিষয়ঃ অসমীয়া

পাঠ নং-৯ আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ

ষষ্ঠ শ্ৰেণীৰ পুলৰ আলোচনা

কাৰ্য-১ঃ কিতাপত থকা শব্দ সম্ভাৰ বা অভিধানৰ সহায়ত তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা।

কাৰ্য-২ তোমালোকৰ বিদ্যালয়ত পালন কৰা যিকোনো এটা দিৱস বা উৎসৱৰ বিষয়ে চমুকৈ লিখা।

কাৰ্য-৩ঃ তলত দিয়া ভাঙনিবোৰৰ যুক্তাক্ষৰ গঠন কৰা। প্ৰতিটো যুক্তাক্ষৰৰে দুটাকৈ শব্দ গঠন কৰা। প্ৰতিটো শব্দৰে একোটাকৈ বাক্য সাজ্য।

কাৰ্য-৪ঃ মনত পেলাওঁ আহা।

SUB: ENGLISH

LESSON-1: HOBBIES

ACTIVITY 1: Look at the picture and complete the sentences:

ACTIVITY 2 (b): Now write about yourself.

ACTIVITY 3: Choose the appropriate words from the box given below and fill in the blanks to complete the paragraph.

ACTIVITY 4: Choose the correct word and fill in the blanks.

ACTIVITY 5 (a): Look at Akani's favourite festival and complete the paragraph.

ACTIVITY 5 (b): Now, write 5 sentences on your favourite festival.

বিষয়ঃ গণিত

পাঠ নং-১ঃ সংখ্যাৰ পৰিচয়ঃ অখণ্ড সংখ্যা

বিষয়ঃ গণিত

পাঠ নং-১২ঃ সমমিতি

কাৰ্য-১ঃ তলৰ চিত্ৰকেইটাৰ পৰা সমমিত চিত্ৰবোৰ কৰা আৰু সমমিত চিত্ৰবোৰৰ সমমিত ৰেখা অংকন কৰা।

কাৰ্য-২ঃ তোমালোকৰ চৌপাশে থকা 5 বিধ সমমুত বস্তু আৰু 5 বিধ সমমিত নোহোৱা বস্তুৰ নাম লিখা।

কাৰ্য-৩ঃ তলত দিয়া চিত্ৰবোৰৰ সমমিত ৰেখাবোৰ ডট চিনেৰে চিহ্নিত কৰা।

কাৰ্য-৪ঃ তলৰ সমদ্বিবাহু ত্ৰিভুজটোৰ সমমিতি অক্ষডাল চিহ্নিত কৰা।

কাৰ্য-৫ঃ এটা বৰ্গ ্ৰআঁকি ইয়াৰ সমমিতি ৰেখা চিহ্নিত কৰা। সমমিত ৰেখা কেইডাল পালা? 

কাৰ্য-৬ঃ লেখ কাগজত অঁকা কেইটামান জ্যামিতিক আকৃতি তলত দিয়া আছে। চিত্ৰবোৰৰ সমমিতি ৰেখাবোৰ আঁকি দেখুওৱা।

কাৰ্য-৭ঃ বাকচত দিয়া আকৃতিবোৰৰ সমমিতি ৰেখাৰ সংখ্যাৰ নিৰ্ণয় কৰা।

কাৰ্য-৮ঃ এটা বৃত্ত অংকন কৰা আৰু ইয়াৰ সমমিতি ৰেখা অংকন কৰা। ইয়াৰ সমমিতি ৰেখা কিমান ডাল পালা? এই সমমিতি ৰেখাডালৰ বৃত্ত সাপেক্ষে কিবা বিশেষ নাম আছে নেকি?

কাৰ্য-৯ঃ তলত ক্ছুমান লেখ কাগজত অঁকা চিত্ৰৰ সৈতে একোডালকৈ ৰেখা 11’ 12’ 13’  দিয়া আছে। চিত্ৰবোৰ এনেভাৱে সম্পূৰ্ণ কৰা যাতে সেইবোৰ প্ৰদত্ত ৰেখা সাপেক্ষে সমমিত হয়।

কাৰ্য-১০ঃ এখন আয়তাকৃতিৰ কাগজ কাটি দুয়োফালে সম্পূৰ্ণৰূপে মিলাকৈ ভাঁজ কৰা। কিমানটো ভাঁজ পালা? প্ৰতিটো ভাঁজৰে একোটা চিত্ৰ অংকন কৰা।

কাৰ্য-১১ঃ লেখ কাগজত উলম্বৰেখা, অনুভূমিক ৰেখা আৰু উভয় ৰেখা সাপেক্ষে সমমিত হোৱাকৈ চিত্ৰবোৰ সম্পূৰ্ণ কৰা।

কাৰ্য-১২ঃ লেখ কাগজত চিত্ৰ এটা দিয়া আছে। চিত্ৰটোৰ পৰা।

কাৰ্য-১৩ঃ শুদ্ধ উত্তৰটো ৰাখি অশুদ্ধ অংশটো কাটি দিয়া।

ষষ্ঠ শ্ৰেণীৰ পুনৰালোচনা

বিষয়ঃ বিজ্ঞান

পাঠ নং-৬ঃ আমাৰ চৌপাশৰ পৰিৱৰ্তন

ষষ্ঠ শ্ৰেণীৰ পুলৰালোচনা

বিষয়ঃ বিজ্ঞান

পাঠ নং-১৪ঃ পানী

ষষ্ঠ শ্ৰেণীৰ পুনৰালোচনা

বিষয়ঃ সমাজ বিজ্ঞান

পাঠ নং-১৫ নতুন ভাৱৰ উত্থান

ষষ্ঠ শ্ৰেণীৰ পুনৰালোচনা

কাৰ্য-১ঃ ভাৰতত 'বৌদ্ধ ধৰ্ম' আৰু 'জৈন ধৰ্ম'ৰ উত্থানৰ অন্তৰালত অৰিহনা যোগোৱা কাৰণসমূহ ব্যাখ্যা কৰা।

কাৰ্য-২ঃ 'বৌদ্ধ' আৰু 'জৈন' দুয়োটা দৰ্মই অহিংসা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ 'অহিংসা'ৰ দ্বাৰা কি বুজাইছে? 

কাৰ্য-৩ঃ বৌদ্ধ আৰু জৈন ধৰ্মৰ উভয়ৰে মাজত থকা সাদৃশ্যসমূহ আৰু বৈসাদৃশ্যসমূহ বাছি উলিওৱা।

কাৰ্য-৪ঃ ষষ্ঠ শ্ৰেণীৰ পাঠ নং-১৬ ৰ পৃষ্ঠাৰ ১২৪ পৃষ্ঠাত থকা প্ৰচীন ভাৰতৰ মানচিত্ৰৰ সহায়ত বুদ্ধদেৱে তেওঁৰ মতবাদসমূহ প্ৰচাৰ কৰা স্থানসমূহ বিচাৰি উল্ওৱা। বৰ্তমান এই স্থানসমূহ ভাৰতৰে অন্তৰ্গত নে?

কাৰ্য-৫ঃ শুদ্ধ উত্তৰটো বাছি উলিওৱা।