কোম্পানীৰ গঠন 

অনুশীলনী

বহুপছন্দযুক্ত প্ৰশ্নাৱলী (Multiple Choice Questions)ঃ

১। এক গণ্ডীবদ্ধ কোম্পানী গঠন কৰিবলৈ সৰ্বনিম্ন সদস্যৰ সংখ্যা হৈছে- (Minimum number of members to form a private company is)

(ক) ২ (2)

(খ) ৩ (3)

(গ) ৫(5) 

(ঘ) ৭ (7)

২। এক ৰাজহুৱা কোম্পানি গঠন কৰিবলৈ সৰ্বনিম্ন সদস্যৰ সংখ্যা হৈছে- (Minimum number of members to form a public company is)

(ক) ৫ (5) 

(খ) ৭ (7) 

(গ) ১২ (12) 

(ঘ) ২১ (21)

৩। কোম্পানিৰ নামৰ অনুমোদনৰ বাবে আবেদন জনাব লাগে- (Application for approval of a company is to be made to)

(ক) ছেবি' লৈ (SEBI)

(খ) কোম্পানিসমূহৰ পঞ্জীয়কলৈ (Registrar of Companies)

(গ) ভাৰত চৰকাৰলৈ (Government of India)

(ঘ) যি ৰাজ্যত কোম্পানি পঞ্জীয়নভুক্ত হয় সেই ৰাজ্যৰ চৰকাৰলৈ (Government of the State in which Company is to be registered)

৪। কোম্পানিৰ প্ৰস্তাৱিত নাম অনাকাঙ্খিত বিবেচত হয় যদিহে- (A proposed name of Company is considered undesirable, if)

(ক) নামটো প্ৰচলিত কোম্পানিৰ নামৰ অবিকল হয় (It is identical with the name of an existing company)

(খ) প্ৰচলিত কোম্পানিৰ নামৰ সৈতে মিল থাকে (It resembles closely with the name of an existing company)

(গ) ভাৰত চৰকাৰ, সংযুক্ত জাতি আদিৰ প্ৰতীক হয় (It is an emblem of Government of India, (United Nations etc.)

(ঘ) ওপৰোক্ত যিকোনো এটা হয় (In case of the above)।

৫। অনুষ্ঠানপত্র বিলি কৰা হয় (A prospectus is issued by) 

(ক) গণ্ডীবদ্ধ / প্রাইভেট কোম্পানিৰ দ্বাৰা (A private company) 

(খ) জনসাধাৰণৰ পৰা বিনিয়ােগ বিচৰা ৰাজহ বা কোম্পানিৰ দ্বাৰা (A public company seeking investment from public) 

(গ) ৰাজহুৱা প্রতিষ্ঠান/উদ্যমৰ দ্বাৰা (A public enterprise) 

(ঘ) ৰাজহুৱা কোম্পানিৰ দ্বাৰা (A public company) 

৬। ৰাজহুৱা কোম্পানি গঠনৰ পর্যায়সমূহ হৈছে নিম্নোক্ত ক্ৰমৰ (Stages in the formation of a public company are in the following order) 

(ক) প্রৱর্তন-ব্যৱসায়ৰ আৰম্ভণি-নিগমবদ্ধকৰণ মূলধন বৰঙণি (Promotion, Commencement of Business, Incorporation, Capital Subscription) 

(খ) নিগমবদ্ধণ-মূলধন বৰঙণি-ব্যৱসায়ৰ আৰম্ভণি-প্রৱর্তন (Incorporation, Capital Subscription, Commencement of Business, Promotion) 

(গ) প্রৱর্তন-নিগমবদ্ধকৰণ-মূলধন বৰঙণি ব্যৱসায়ৰ আৰম্ভণি (Promotion, Incorporation, Capital Subscription, Commencement of Business) 

(ঘ) মূলধন বৰঙণি-প্রৱর্তন-নিগমবদ্ধকৰণ ব্যৱসায়ৰ আৰম্ভণি (Capital Subscription, Promotion, Incorporation Commencement of Business)। 

৭। প্রাথমিক চুক্তিসমূহ স্বাক্ষৰ কৰা হয় (Preliminary Contracts are signed)— 

(ক) নিগমবদ্ধকৰণৰ আগেয়ে (Before the incorporation) 

(খ) নিগমবদ্ধকৰণৰ পিছত কিন্তু মূলধন বৰঙণিৰ আগেয়ে (After incorporation but before capital subscription) 

(গ) নিগমবদ্ধকৰণৰ পিছত কিন্তু ব্যৱসায়ৰ আৰম্ভণিৰ আগেয়ে (After incorporation but before commencement of business) 

(ঘ) ব্যৱসায়ৰ আৰম্ভণিৰ পিছত (After commencement of business)। 

৮। প্রাথমিক চুক্তিসমূহ (Preliminary Contracts are) 

(ক) কোম্পানিৰ ওপৰত বাধ্যতামূলক/প্রযােজ্য হয় (Binding on the Company) 

(খ) কোম্পানিৰ ওপৰত বাধ্যতামূলক হয় যদিহে নিগমবদ্ধকৰণৰ পিছত চুক্তি নিশ্চিত হয় (Binding on the Company, if ratified after incorporation)

(গ) নিগমবদ্ধকৰণৰ পিছত কোম্পানিৰ ওপৰত বাধ্যতামূলক হয় (Binding on the Company, after incorportation)

(ঘ) কোম্পানিৰ ওপৰত বাধ্যতামূলক নহয়। (Not binding on the Company)।

সঁচা/মিস্থা উত্তৰৰ প্রশ্নাবলী (True/False Answer Questions)ঃ 

১। গাণ্ডীবদ্ধ (প্রাইভেট) বা ৰাজহুৱা যি কোম্পানিয়েই নহওঁক, নিগমবদ্ধকৰণ আৱশ্যকীয় হয়। (It is necessary to get every company incorporated , whether private or public.) 

২। ৰাজহুৱা বিলি (অংশ, ঋণপত্র) ৰ বাবে আগবঢ়া ৰাজহ্বা কোম্পানিৰ দ্বাৰা অনুষ্ঠান পত্ৰৰ বিকল্প বিবৃতি দাখিল কৰিব পৰা যায়। (Statement in lieu of prospectus can be filled by a public company going for a public issue.) 

৩। গণ্ডীবদ্ধ কোম্পানিয়ে নিগমবদ্ধকৰণৰ পিছতে ব্যৱসায় আৰম্ভ কৰিব পাৰে। (A private company can commence business after incorporation.) 

৪। কোম্পানি প্রৱৰ্তনত প্ৰৱর্তকসকলক যিসকল বিশেষজ্ঞই সহায় কৰে সেইসকলকো প্রবর্তক বােলা হয়। (Experts who help promoters in the promotion of a company are also called promoters.) 

৫। কোম্পানি এটাই নিগমবদ্ধকৰণৰ পিছত প্রাথমিক চুক্তিবােৰ নিশ্চিত (ratify) কৰিব পাৰে। (A company is registered on the basis of fictitious names, its incorporation is invalid.) 

৬। কাল্পনিক নামেৰে কোম্পানি এটা পঞ্জীয়নভুক্ত হলে ইয়াৰ নিগমবদ্ধকৰণ অবৈধ হয়। (If a company is registered on the basis of fictitious names, its incorporation is invalid. 

৭। ‘অন্তর্লিপি’ হৈছে কোম্পানিৰ মুখ্য দলিল। ('Articles of Association is the main document of company) 

৮। প্রত্যেক কোম্পানিয়ে অন্তর্লিপি দাখিল কৰিবই লাগিব। (Every company must file Articles of Association.) 

৯। এখন অস্থায়ী/সাময়িক চুক্তি কোম্পানিৰ নিগমবদ্ধকৰণৰ আগতে প্ৰৱৰ্তকৰ দ্বাৰা স্বাক্ষৰিত হয়। (A provisional contract is signed by promoters before the incorporation of the company.) 

১০। যদি এটা কোম্পানিৰ বিলিৰ (অংশ, ঋণপত্র) আধিক্য ঘটে আৰু ইয়াৰ দেনা পৰিশােধ কৰাৰ বাবে সম্পত্তি যথেষ্ট নহয় তেন্তে ঘাটি উদ্ধৃত্ত সভ্যসকলৰ সম্পত্তিৰ পৰা উদ্ধাৰ কৰিব পাৰি। (If a company suffers heavy issues and its assets are not enough to pay off its liabilities, the balance can be recovered from the private assets of its members.) 

চমু উত্তৰৰ প্ৰশ্নাৱলী (Short Answer Questions)ঃ 

১। কোম্পানি গঠনৰ পর্যায়সমূহৰ নাম লিখা। (Name tie stages of formation of a company.) 

২। কোম্পানিৰ নিগমবদ্ধকৰণৰ বাবে আৱশ্যকীয় নথি/দলিলৰ তালিকা প্রস্তুত কৰা। (List the documents required for the incorporation of a Company.) 

৩। অনুষ্ঠানপত্র কি? প্রত্যেক কোম্পানিৰ বাবেই অনুষ্ঠানপত্র বিলি আৱশ্যকীয় হয়নে? (What is a prospectus? Is it necessary for every company to file a prospectus?) 

৪। 'ন্যূনতম/সর্বনিম্ন বৰঙণি’ পদৰ ব্যাখ্যা দিয়া। (Explain the term, 'Minimum Subscription'.) 

৫। 'আবণ্টনৰ প্রত্যর্পণ’ পদৰ চমু ব্যাখ্যা আগবঢ়োৱা। (Briefly explain the term Return of Allotment.) 

৬। কোম্পানি প্ৰৱর্তনৰ গঠনৰ কোন পর্যায়ত ‘ছেবি’ৰ মুখামুখি হ'ব লাগে? (At which stage in the formation of a company does it. interact with SEBI.) 

৭।  'প্রাথমিক চুক্তি’ আৰু ‘অস্থায়ী/সাময়িক চুক্তি'ৰ মাজত প্রভেদ দেখুওৱা। (Distinguish between Preliminary contracts and provisional cotitracts'.)

দীৰ্ঘ উত্তৰৰ প্ৰশ্নাৱলী (Long Answer Questions)ঃ

১। ‘প্রৱর্তন’ পদটোৰ দ্বাৰা কি বুজা যায়? কোম্পানি প্রৱর্তনৰ সম্পৰ্কত প্রৱর্তকসকলৰ আইনগত স্থিতি আলােচনা কৰা। (What is meant by the term 'Promotion'. Discuss the legal position of promoters with respect to a company promoted by them.) 

২। কোম্পানি প্রৱৰ্তনত প্ৰৱর্তকসকলে গ্ৰহণ কৰা পদক্ষেপসমূহ ব্যাখ্যা কৰা। (Explain the steps taken by promoters in the promotion of a company.) 

৩। ‘স্মাৰকলিপি’ কি? ইয়াৰ দফাসমূহ চমুকৈ ব্যাখ্যা কৰা। (What is a Memorandum of Association'? Briefly explain its clauses.) 

৪। 'স্মাৰকলিপি’আৰু অন্তর্লিপি'ৰ মাজত প্ৰভেদ দেখুওৱা? (Distinguish between 'Memorandum of Association' and Articles of Association.") 

৫। ‘নিগমবদ্ধকৰণৰ প্রমাণপত্র’ আৰু ব্যৱসায়ৰ আৰম্ভণিৰ অন্তিম সাক্ষ্যৰ ফল/প্রভাৱ কি কি? (What is the effect of conclusiveness of the 'Certificates of Incorporation' and 'Commencement of Business'?) 

৬। ৰাজহুৱা কোম্পানি এটাৰ অংশসমূহ ষ্টক বিনিময় কেন্দ্ৰত তালিকাভুক্ত কৰাটো আৱশ্যকীয় হয়নে? যদি ৰাজহুৱা বিলি কৰিবলৈ যােৱা ৰাজহুৱা কোম্পানি এটাই প্রতিভূতিৰ লেনদেন কৰিবলৈ অনুমতিৰ বাবে আবেদন কৰাত ব্যর্থ হয় অথবা এনে অনুমতি লাভ কৰাত ব্যর্থ হয় তেন্তে পৰিণতি ঘটিব পাৰে? (Is it necessary for a public company to get its share listed on a stock exchange? What happens if a public company going for a public issue fails to apply to a stock exchange for permission to deal in its securities or fails to get such permission?) 

প্রকল্প/আৰােপিত কার্য (Projects/Assignment)ঃ 

কোম্পানিসমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা কোম্পানি গঠনৰ বাবে প্রকৃত পদ্ধতি জানি লােৱা। তুমি অধ্যয়ন কৰি পােৱাৰ সৈতে ই সদৃশ নে? কোম্পানিবােৰ পঞ্জীয়নভুক্ত হওঁতে সন্মুখীন হােৱা বাধা- বিঘিনিসমূহ কি কি? (Find out from the office of the Registrar of Companies, the actual procedure for formation of companies. Does it match with what you have studied, What are the obstacles which companies face in getting themselves registered.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)













Type Himanku Bora