ব
১২৩৭) বকঞ্জিৎ (Bakanjit) - শ্ৰীকৃষ্ণ ।
১২৩৪) বকুল্ (Bakul)- এবিধ গছ; তাৰ ফুল ।
১২৩৫) বকুলজ্যোতি (Bakuljyoti) - বকুলফুলৰ শোভা ।
১২৩৬)বকুলৰঞ্জন (Bakularanjan)- বকুলফুলেৰে সু-শোভিত ।
১২৩৭) বজ্ৰ (Bajra)- ইন্দ্ৰ ঘাই অস্ত্ৰ ।
১২৩৮) বজ্ৰধৰ্ (Bajradhar) - ইন্দ্ৰ ।
১২৩৯) বজ্ৰদীপ (Bajradip) - বিজুলীৰ উজ্জ্বল পোহৰ ।
১২৪০) বজ্ৰমণি (Bajramani) - হীৰা ।
১২৪১) বজ্ৰময় (Bajramaya) - বজ্ৰৰ নিচিনা টান ।
১২৪২) বজ্ৰী (Bajra)- দেৱৰাজ ইন্দ্ৰ আন এটা নাম ।
১২৪৩) বনদ্বিপ (bandwip) - বনৰ দ্বিপ অৰ্থাৎ বনৰীয়া হাতী ।
১২৪৪) বনমালী (Banamali) - কৃষ্ণ ।
১২৪৫) বনি (Booni) - অগ্নি ।
১২৪৬) বনিত (Bonit) - যাচিত ।
১২৪৭) বন্দ (Bondo) -প্ৰণাম কৰ ।
১২৪৮) বন্দাৰু (Bandaru) - ভদ্ৰ ।
১২৪৯) বন্দ্ৰ (Bandra)- কল্যাণ,মংগল ।
১২৫০) বভ্ৰ (Babhra) - বজ্ৰ ।
১২৫১) বৰেন্দ্ৰ (Birendra)- প্ৰাচীন গৌড় ।
১২৫২) বৰীষুু (barishu) - কামদেৱ ।
১২৫৩) বৰেশ্বৰ (bareshwar)- মহাদেৱ ।
১২৫৪) বৰুণ্ (Barun)- জলৰ অধিপতি দেৱতা ।
১২৫৫) বৰ্ণন্ (Barnan) - বৰ্ণোৱা কাৰ্য ।
১২৫৬) বৰ্ণি (Barni) - সোণ ।
১২৫৭) বৰ্ষণ (Borshon) - বৰষুণ হোৱা কাৰ্ষ ।
১২৫৮) বৰ্ণিত (Barnit) - বৰ্ণনা কৰা ।
১২৫৯) বৰ্হচন্দ্ৰ (Barhacandra) - ম'ৰা চৰাইৰ পাথপত থকা শোসোভিত চকু ।
১২৬০) বলজিৎ (Baljit) - ইন্দ্ৰ ।
১২৬১) বলদেৱ (baldev) - বলৰাম।
১২৬২) বলৱৎ (Balabaṯ) - ডাঠ ।
১২৬৩) বল্লি (Balli) - পৃথিৱী ।
১২৬৪) বসন্ত (Basanta) - পানী বসন্ত ।
১২৬৯) বসুদেৱ (Basudev)- শ্ৰী কৃষ্ণৰ বাপেক ।
১২৭০) বসু (Basu)- পানী ।
১২৭১) বহিত্ৰ (Bahitra) - ব'ঠা ।
১২৭২) বহ্ণিজ্যোতি (Bohni Jyoti- অগ্নিপ্ৰভা ।
১২৭৩) বাঁকৰাজ্ (Bankraj) - গাত আঁবাঁক থকা এবিধ সাপ ।
১২৭৪) বাগ্মি (Bagmi) - বাক্পটু ।
১২৭৫) বাজশনি (Bajshani) - সূৰ্য ।
১২৭৬) বাজসন (Bajshan) - বিষ্ণু ।
১২৭৮) বাণীদীপ (Banidip) - জ্ঞানৰ জেউতি ।
১২৭৯) বাদলজ্যোতি (Badaljyoti) ) - মেঘৰ প্ৰভা, মেঘৰাশিৰ শোভা ।
১২৮০) বাবু (Babu) - ভদ্ৰলোক ।
১২৮১) বাৰণ (Baron) - কবচ ।
১২৮২) বাৰিৎ (Barit) - নদী ।
১২৮৩) বাৰিশ (Barish) - বিষ্ণু ।
১২৮৪) বাৰুণ (Barun) - পানী ।
১২৮৫) বাৰীন্দ্ৰ (Barindra) - সমুদ্ৰ ।
১২৮৬) বাৰনীশ (Barnish) - কমলাপতি বিষ্ণু ।
১২৮৭) বাস্তোস্পতি (Bastuspoti) - দেৱৰাজ ইন্দ্ৰ আন এটা নাম ।
১২৮৮) বিকৰ্ণ (Bikarnna) - দুৰ্যোধনৰ এজন বায়েকৰ নাম ।
১২৮৯) বিৰ্কস (Birkash) - চন্দ্ৰ ।
১২৯০) বিকস (Bikosh) - ফুলা ।
১২৯১) বিকাশ (Bikash) - প্ৰকাশ ।
১২৯২) বিকুণ্ঠ (Bikuntha) - বিষ্ণুলোক ।
১২৯৩) বিক্ৰম (Vikram) - প্ৰতাপ ।
১২৯৪) বিক্ৰমজিৎ (Bikram jit) - বীৰ ।
১২৯৯) বিক্ৰমপ্ৰকাশ (Bikram prakash) - শক্তিৰ প্ৰকাশ ।
১৩০০) বিচিত্ৰ (bichitro) - শুৱনি ।
১৩০১) বিজয় (Bijay) - জয় ।
১৩০২) বিজয়কুমাৰ (Bijay kumar) - কাৰ্তিকেয় ।
১৩০৩) বিজয়্কৃষ্ণ (Bijay krishna) - সদাবিজয়ী শ্ৰীকৃষ্ণ ।
১৩০৪) বিজয়ন্ত (Bijayanta)- ইন্দ্ৰ ।
১৩০৫) বিজুবন (Birjuban) - নিৰ্জন অৰণ্য ।
১৩০৬) বিজ্ঞতম্ (bigyatam) -বৰ জ্ঞানী ।
১৩০৭) বিজিত্ (Bijit) - পৰাস্ত ।
১৩০৮) বিজ্ঞাত (Bigyat) - বিশেষভাৱে জনা বা জ্ঞাত ।
১৩০৯) বিড়ৌজা (Birauja) - ইন্দ্ৰ ।
১৩১০) বিদথ (Bidath) - জ্ঞানী ।
১৩১১) বিদিত (Bidit) - জ্ঞাত ।
১৩১২) বিদিশ্ (Bidish) - দুই দিশৰ মাজৰ চুক ।
১৩১৩) বিদু (Bidu) - পণ্ডিত ।
১৩১৪) বিদুৰ (Bidur) - স্থিৰ ।
১৩১৫) বিদূল (Bidul) - জোন ।
১৩১৬) বিদূলজ্যোতি (Biduljyoti) - বিদূলৰ প্ৰভা অৰ্থাৎ জোন ।
১৩১৭) বিদ্যাজ্যোতি (Bidyajyoti) - জ্ঞানৰ জেউতি ।
১৩১৮) বিদ্যাৰঞ্জন (Bidyaranjhan) - জ্ঞানেৰে সুশোভিত ।
১৩১৯) বিদ্যাৰ্ণৱ (Bidyarnav) - বিদ্যাৰ সাগৰ ।
১৩২০) বিদ্যুৎ (Bidyut)- বিজুলী ।
১৩২১) বিদ্ৰুম (Bidrum) - প্ৰবাল ।
১৩২২) বিধান (Bidhan) - ব্যৱস্থা ।
১৩২৩) বিনন্দ (Binanda) - আনন্দযুক্ত ।
১৩২৪) বিনন্দচন্দ্ৰ (Binanda Chandra)- মনোহৰ চন্দ্ৰ ।
১৩২৫) বিনয়্ (Binay) - নম্ৰতা ।
১৩২৬) বিনয়কান্তি (Binay kanti) - মিনতিয়েই যাৰ শোভা অৰ্থাৎ বিনয়ী ।
১৩২৭) বিনয়কুমাৰ (Binay kumar) - অথিশয় নম্ৰ ।
১৩২৮) বিনয়কৃষ্ণ (Binay krishna) - নম্ৰতাৰ আধাৰস্ৱৰূপ শ্ৰীকৃষ্ণ ।
১৩২৯) বিনশ্বৰ (binashwar) - সদায় নথকা ।
১৩৩০) বিনাশ (Binash) - নাশ ।
১৩৩১) বিনিদ্ৰ (Binindra) - জাগৰিত ।
১৩৩২) বিনোদ (Binud)- ৰং- ধেমালি ।
১৩৩৩) বিন্দুজ্যোতি (Bindu jyoti) - মুকুতাৰ দ্বীপ্তি ।
১৩৩৪) বিপল (Bipal) - সময়ৰ ক্ষুদ্ৰ একক ।
১৩৩৫) বিপিন (Bipin)- বন ।
১৩৩৬) বিপিনচন্দ্ৰ (Bipin chandra ) - অৰণ্যৰ জোন যেন চম্পা ফুল।
১৩৩৭) বিপুল্ (Bipul) - ডাঙৰ ।
১৩৩৮) বিপুলজ্যোতি (Bipuljyoti) - বিস্তাৰিত প্ৰভা ।
১৩৩৯) বিপ্ৰতীপ (Biprotip) - সম্পুৰ্ণ বিপৰীত ।
১৩৪০) বিপ্লৱ (Biplap)- প্ৰচলিত শাসনতন্ত্ৰ ।
১৩৪১) বিবুধ (Bibudh) - চন্দ্ৰ ।
১৩৪২) বিভৱ (Bibhab) - ক্ষমতা ।
১৩৪৩) বিভাকান্তি (Bibhakanti- অশোক শোভা ।
১৩৪৪) বিমল্ (Bimal) - নিৰ্মল ।
১৩৪৫) বিমলজ্যোতি (Bimaljyoti) - নিৰ্মল জেউতি ।
১৩৪৬) বিমলানন্দ (Bimalananda) - নিৰ্মল আনন্দ ।
১৩৪৭) বিম্ব (Bimba) - সূৰ্য বা চন্দ্ৰৰ মণ্ডল ।
১৩৪৮) বিৰল (Biral) - পাতল ।
১৩৪৯) বিৰাজ (Biraj) - উজ্জ্বলকৈ প্ৰকাশ হ ।
১৩৫০) বিৰাজজ্যোতি (Biraj jyoti) - দীপ্তিমান পোহৰৰ শোভা ।
১৩৫১) বিৰাজদীপ (Birajdip) - উজ্জ্বল বন্তি ।
১৩৫২) বিৰাজ্মান (Birajman) - প্ৰকাষযুক্ত ।
১৩৫৩) বিৰাট (Birat) - বৰ ডাঙৰ,বৃহৎ ।
১৩৫৪) বিলীন্ (Bilin) - একেলগ হোৱা ।
১৩৫৫) বিশিপ (Biship- দেৱমন্দিৰ ।
১৩৫৬) বিশ্ব (Bishwa) - জগত ।
১৩৫৭) বিশ্বজিৎ (Bishwajit) - ব্ৰহ্মাণ্ড জয় কৰোঁতা ।
১৩৫৮) বিশ্বদেৱ (Bishwadev) - এবিধ যজ্ঞ ।
১৩৫৯) বিশ্বনাথ (Bishwanath) - জগতৰ প্ৰভু ।
১৩৬০) বিশ্বপ্ৰদীপ (Bishwapradip) - পৰমেশ্বৰ ।
১৩৬১) বিষান্তক (Bishantak) - মহাদেৱ ।
১৩৬২) বিষুৱ (Bishub)- বিহু ।
১৩৬৩) বিষ্ণু (Bishnu) - হিন্দুৰ ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা ।
১৩৬৪) বিষ্ণুগুপ্ত (Bishnugupta) - চাণক্যৰ এটা নাম ।
১৩৬৫) বিষ্ণুজ্যোতি (Bishnujyoti) - ঐস্বৰক প্ৰভা ।
১৩৬৬) বিষ্ণুপ্ৰসাদ (Bishnuprasad) - নাৰায়ণ বিষ্ণুৰ কৰুণা ।
১৩৬৭) বিসজ (Bisaj) - পদুম ।
১৩৬৮) বীজিন (Bijin) - সূৰ্য দেৱতা ।
১৩৬৯) বীৰেন্দ্ৰ (Birendra) - মহাবীৰ ।
১৩৭০) বীৰেন্দ্ৰজিৎ (Birendrajit) - মহাবীৰক যি জয় কৰিছে ।
১৩৭১) বীৰেন্দ্ৰদীপ (Birendradip) - বীৰেন্দ্ৰসকলৰ প্ৰদীপ স্বৰূপ অৰ্থাৎ মহাবীৰ ।
১৩৭২) বীৰেশ্বৰ (Bireswar) - মহাবীৰ ।
১৩৭৩) বীৰ্জু (Birju) - তেজস্বী ।
১৩৭৪) বৃষণশ্ব (brishanshwa) - ইন্দ্ৰ ঘোঁৰা
১৩৭৫) বেদান্ত (Bedanta) - বেদৰ অন্ত ভাগ ।
১৩৭৬) বেদজ্যোতি (Bedjyoti) - বেদৰ জ্ঞান ।
১৩৭৭) বেদজ্ঞ (Bedagya) - বেদ জনা ।
১৩৭৮) বেশন্ত (beshant) - জুই ।
১৩৭৯) বেশ্ম (Beshma) - ঘৰ ।
১৩৮০) ব্ৰহ্ম (Brahma)- সৃষ্টিকৰ্তা ।
১৩৮১) ব্ৰজনাথ (Brajanath) - শ্ৰীকৃষ্ণ ।
১৩৮২) ব্ৰজেন্দ্ৰ (Brajendra) - শ্ৰীকৃষ্ণ ।
১৩৮৩) ব্ৰহ্মণ্য ( Brahmanya) - নাৰায়ণ ।
১৩৮৪) বুৰণ (Buran) - বুৰা বা ডুবা কাৰ্য ।
১৩৮৫) বিবেক (Bibek) - বিবেচনা শক্তি ।
Type: Bipasha kakati
0 Comments