ব 

১২৩৭) বকঞ্জিৎ (Bakanjit) - শ্ৰীকৃষ্ণ ।    
১২৩৪) বকুল্ (Bakul)- এবিধ গছ; তাৰ ফুল ।
১২৩৫) বকুলজ্যোতি (Bakuljyoti) - বকুলফুলৰ শোভা ।   
১২৩৬)বকুলৰঞ্জন (Bakularanjan)- বকুলফুলেৰে সু-শোভিত ।   
১২৩৭) বজ্ৰ (Bajra)- ইন্দ্ৰ ঘাই অস্ত্ৰ ।    
১২৩৮) বজ্ৰধৰ্ (Bajradhar) - ইন্দ্ৰ । 
১২৩৯) বজ্ৰদীপ (Bajradip) - বিজুলীৰ উজ্জ্বল পোহৰ ।   
১২৪০) বজ্ৰমণি (Bajramani) - হীৰা ।   
১২৪১) বজ্ৰময় (Bajramaya) - বজ্ৰৰ নিচিনা টান ।    
১২৪২) বজ্ৰী (Bajra)- দেৱৰাজ ইন্দ্ৰ আন এটা নাম ।    
১২৪৩) বনদ্বিপ (bandwip) - বনৰ দ্বিপ অৰ্থাৎ বনৰীয়া হাতী ।   
১২৪৪) বনমালী (Banamali) - কৃষ্ণ ।    
১২৪৫) বনি  (Booni) - অগ্নি ।   
১২৪৬) বনিত (Bonit) - যাচিত ।   
১২৪৭) বন্দ (Bondo) -প্ৰণাম কৰ । 
১২৪৮) বন্দাৰু (Bandaru) - ভদ্ৰ । 
১২৪৯) বন্দ্ৰ (Bandra)- কল্যাণ,মংগল ।  
১২৫০) বভ্ৰ (Babhra) - বজ্ৰ ।   
১২৫১) বৰেন্দ্ৰ (Birendra)- প্ৰাচীন গৌড় ।    
১২৫২) বৰীষুু (barishu) - কামদেৱ ।  
১২৫৩) বৰেশ্বৰ (bareshwar)- মহাদেৱ ।  
১২৫৪)  বৰুণ্ (Barun)- জলৰ অধিপতি দেৱতা ।    
১২৫৫) বৰ্ণন্ (Barnan) - বৰ্ণোৱা কাৰ্য ।   
১২৫৬) বৰ্ণি (Barni) - সোণ ।    
১২৫৭) বৰ্ষণ (Borshon) - বৰষুণ হোৱা কাৰ্ষ ।  
১২৫৮) বৰ্ণিত (Barnit) - বৰ্ণনা কৰা ।    
১২৫৯) বৰ্হচন্দ্ৰ (Barhacandra) - ম'ৰা চৰাইৰ পাথপত থকা শোসোভিত চকু ।   
১২৬০) বলজিৎ (Baljit) - ইন্দ্ৰ ।
১২৬১) বলদেৱ (baldev) - বলৰাম।
১২৬২) বলৱৎ (Balabaṯ) - ডাঠ ।  
১২৬৩) বল্লি (Balli) - পৃথিৱী ।  
১২৬৪) বসন্ত (Basanta) - পানী বসন্ত । 
১২৬৯) বসুদেৱ (Basudev)- শ্ৰী কৃষ্ণৰ বাপেক ।  
১২৭০) বসু (Basu)- পানী । 
১২৭১) বহিত্ৰ (Bahitra) - ব'ঠা । 
১২৭২) বহ্ণিজ্যোতি (Bohni Jyoti- অগ্নিপ্ৰভা ।  
১২৭৩) বাঁকৰাজ্  (Bankraj) - গাত আঁবাঁক থকা এবিধ সাপ ।  
১২৭৪) বাগ্মি (Bagmi) - বাক্পটু ।   
১২৭৫) বাজশনি (Bajshani) - সূৰ্য ।  
১২৭৬) বাজসন (Bajshan) - বিষ্ণু ।  
১২৭৮) বাণীদীপ (Banidip) - জ্ঞানৰ জেউতি । 
১২৭৯) বাদলজ্যোতি (Badaljyoti) ) - মেঘৰ প্ৰভা, মেঘৰাশিৰ শোভা । 
১২৮০) বাবু (Babu) - ভদ্ৰলোক । 
১২৮১)  বাৰণ (Baron) - কবচ । 
১২৮২) বাৰিৎ (Barit) - নদী ।  
১২৮৩) বাৰিশ (Barish) - বিষ্ণু । 
১২৮৪) বাৰুণ (Barun) - পানী ।   
১২৮৫) বাৰীন্দ্ৰ (Barindra) - সমুদ্ৰ ।  
১২৮৬) বাৰনীশ (Barnish) - কমলাপতি বিষ্ণু ।   
১২৮৭) বাস্তোস্পতি (Bastuspoti) - দেৱৰাজ ইন্দ্ৰ আন এটা নাম ।    
১২৮৮) বিকৰ্ণ (Bikarnna) - দুৰ্যোধনৰ এজন বায়েকৰ নাম ।    
১২৮৯) বিৰ্কস (Birkash) - চন্দ্ৰ ।  
১২৯০) বিকস (Bikosh) - ফুলা ।  
১২৯১) বিকাশ (Bikash) - প্ৰকাশ ।   
১২৯২) বিকুণ্ঠ (Bikuntha) - বিষ্ণুলোক ।  
১২৯৩) বিক্ৰম (Vikram) - প্ৰতাপ ।   
১২৯৪) বিক্ৰমজিৎ (Bikram jit) - বীৰ ।    
১২৯৯) বিক্ৰমপ্ৰকাশ (Bikram prakash) - শক্তিৰ প্ৰকাশ ।   
১৩০০) বিচিত্ৰ (bichitro) - শুৱনি ।   
১৩০১) বিজয় (Bijay) -  জয় ।  
১৩০২) বিজয়কুমাৰ (Bijay kumar) - কাৰ্তিকেয় 
১৩০৩) বিজয়্কৃষ্ণ (Bijay krishna) - সদাবিজয়ী শ্ৰীকৃষ্ণ ।   
১৩০৪) বিজয়ন্ত (Bijayanta)- ইন্দ্ৰ ।  
১৩০৫) বিজুবন (Birjuban) - নিৰ্জন অৰণ্য । 
১৩০৬) বিজ্ঞতম্ (bigyatam) -বৰ জ্ঞানী ।                  
১৩০৭) বিজিত্ (Bijit) - পৰাস্ত ।    
১৩০৮) বিজ্ঞাত (Bigyat) - বিশেষভাৱে জনা বা জ্ঞাত । 
১৩০৯) বিড়ৌজা (Birauja) - ইন্দ্ৰ ।   
১৩১০) বিদথ (Bidath) - জ্ঞানী ।  
১৩১১) বিদিত (Bidit) - জ্ঞাত ।  
১৩১২) বিদিশ্ (Bidish) - দুই দিশৰ মাজৰ চুক ।   
১৩১৩) বিদু (Bidu) - পণ্ডিত ।   
১৩১৪) বিদুৰ (Bidur) - স্থিৰ ।   
১৩১৫) বিদূল (Bidul) - জোন ।  
১৩১৬) বিদূলজ্যোতি (Biduljyoti) - বিদূলৰ প্ৰভা অৰ্থাৎ জোন 
১৩১৭) বিদ্যাজ্যোতি (Bidyajyoti) - জ্ঞানৰ জেউতি । 
১৩১৮) বিদ্যাৰঞ্জন (Bidyaranjhan) - জ্ঞানেৰে সুশোভিত ।  
১৩১৯) বিদ্যাৰ্ণৱ (Bidyarnav) - বিদ্যাৰ সাগৰ ।    
১৩২০) বিদ্যুৎ (Bidyut)- বিজুলী ।  
১৩২১) বিদ্ৰুম (Bidrum- প্ৰবাল ।  
১৩২২) বিধান (Bidhan) - ব্যৱস্থা ।  
১৩২৩) বিনন্দ (Binanda) - আনন্দযুক্ত ।     
১৩২৪) বিনন্দচন্দ্ৰ (Binanda Chandra)- মনোহৰ চন্দ্ৰ ।    
১৩২৫) বিনয়্ (Binay) - নম্ৰতা ।  
১৩২৬) বিনয়কান্তি (Binay kanti) - মিনতিয়েই যাৰ শোভা অৰ্থাৎ বিনয়ী ।  
১৩২৭) বিনয়কুমাৰ (Binay kumar) - অথিশয় নম্ৰ ।  
১৩২৮) বিনয়কৃষ্ণ (Binay krishna) - নম্ৰতাৰ আধাৰস্ৱৰূপ শ্ৰীকৃষ্ণ ।  
১৩২৯) বিনশ্বৰ (binashwar) - সদায় নথকা ।  
১৩৩০) বিনাশ (Binash) - নাশ ।   
১৩৩১) বিনিদ্ৰ (Binindra) - জাগৰিত ।
১৩৩২) বিনোদ (Binud)- ৰং- ধেমালি ।  
১৩৩৩) বিন্দুজ্যোতি (Bindu jyoti) - মুকুতাৰ দ্বীপ্তি ।   
১৩৩৪) বিপল (Bipal) - সময়ৰ ক্ষুদ্ৰ একক ।   
১৩৩৫) বিপিন (Bipin)- বন ।   
১৩৩৬) বিপিনচন্দ্ৰ (Bipin chandra ) - অৰণ্যৰ জোন যেন চম্পা ফুল।
১৩৩৭) বিপুল্ (Bipul) - ডাঙৰ । 
১৩৩৮) বিপুলজ্যোতি (Bipuljyoti) - বিস্তাৰিত প্ৰভা ।  
১৩৩৯) বিপ্ৰতীপ (Biprotip) - সম্পুৰ্ণ বিপৰীত ।  
১৩৪০) বিপ্লৱ (Biplap)- প্ৰচলিত শাসনতন্ত্ৰ ।   
১৩৪১) বিবুধ (Bibudh) - চন্দ্ৰ ।  
১৩৪২) বিভৱ (Bibhab) - ক্ষমতা ।  
১৩৪৩) বিভাকান্তি (Bibhakanti- অশোক শোভা ।  
১৩৪৪) বিমল্ (Bimal) - নিৰ্মল ।   
১৩৪৫) বিমলজ্যোতি (Bimaljyoti) - নিৰ্মল জেউতি ।  
১৩৪৬) বিমলানন্দ (Bimalananda) - নিৰ্মল আনন্দ ।   
১৩৪৭) বিম্ব (Bimba) - সূৰ্য বা চন্দ্ৰৰ মণ্ডল ।
১৩৪৮) বিৰল (Biral) - পাতল ।  
১৩৪৯) বিৰাজ (Biraj) - উজ্জ্বলকৈ প্ৰকাশ হ ।   
১৩৫০) বিৰাজজ্যোতি (Biraj jyoti) - দীপ্তিমান পোহৰৰ শোভা ।  
১৩৫১) বিৰাজদীপ (Birajdip) - উজ্জ্বল বন্তি ।   
১৩৫২) বিৰাজ্মান (Birajman) - প্ৰকাষযুক্ত ।  
১৩৫৩) বিৰাট (Birat) - বৰ ডাঙৰ,বৃহৎ । 
১৩৫৪) বিলীন্ (Bilin) - একেলগ হোৱা ।  
১৩৫৫) বিশিপ (Biship- দেৱমন্দিৰ ।   
১৩৫৬) বিশ্ব (Bishwa) - জগত ।   
১৩৫৭) বিশ্বজিৎ (Bishwajit) - ব্ৰহ্মাণ্ড জয় কৰোঁতা । 
১৩৫৮) বিশ্বদেৱ (Bishwadev) - এবিধ যজ্ঞ ।    
১৩৫৯) বিশ্বনাথ (Bishwanath) - জগতৰ প্ৰভু ।   
১৩৬০) বিশ্বপ্ৰদীপ (Bishwapradip) - পৰমেশ্বৰ ।   
১৩৬১) বিষান্তক (Bishantak) - মহাদেৱ ।  
১৩৬২) বিষুৱ (Bishub)- বিহু ।   
১৩৬৩) বিষ্ণু (Bishnu) - হিন্দুৰ ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা ।  
১৩৬৪) বিষ্ণুগুপ্ত (Bishnugupta) - চাণক্যৰ এটা নাম ।  
১৩৬৫) বিষ্ণুজ্যোতি (Bishnujyoti) - ঐস্বৰক প্ৰভা । 
১৩৬৬) বিষ্ণুপ্ৰসাদ (Bishnuprasad) - নাৰায়ণ বিষ্ণুৰ কৰুণা ।  
১৩৬৭) বিসজ (Bisaj) - পদুম ।  
১৩৬৮) বীজিন (Bijin) - সূৰ্য দেৱতা ।   
১৩৬৯) বীৰেন্দ্ৰ (Birendra) - মহাবীৰ । 
১৩৭০) বীৰেন্দ্ৰজি (Birendrajit) - মহাবীৰক যি জয় কৰিছে ।  
১৩৭১) বীৰেন্দ্ৰদীপ (Birendradip) - বীৰেন্দ্ৰসকলৰ প্ৰদীপ স্বৰূপ অৰ্থাৎ মহাবীৰ ।  
১৩৭২) বীৰেশ্বৰ (Bireswar) - মহাবীৰ ।  
১৩৭৩) বীৰ্জু (Birju) - তেজস্বী । 
১৩৭৪) বৃষণশ্ব (brishanshwa) - ইন্দ্ৰ ঘোঁৰা 
১৩৭৫) বেদান্ত (Bedanta) - বেদৰ অন্ত ভাগ ।  
১৩৭৬) বেদজ্যোতি (Bedjyoti) - বেদৰ জ্ঞান । 
১৩৭৭) বেদজ্ঞ (Bedagya) - বেদ জনা ।  
১৩৭৮) বেশন্ত (beshant) - জুই ।  
১৩৭৯) বেশ্ম (Beshma) - ঘৰ ।  
১৩৮০) ব্ৰহ্ম (Brahma)- সৃষ্টিকৰ্তা ।  
১৩৮১) ব্ৰজনাথ (Brajanath) - শ্ৰীকৃষ্ণ ।   
১৩৮২) ব্ৰজেন্দ্ৰ (Brajendra) - শ্ৰীকৃষ্ণ ।  
১৩৮৩) ব্ৰহ্মণ্য ( Brahmanya) - নাৰায়ণ ।  
১৩৮৪) বুৰণ (Buran) - বুৰা বা ডুবা কাৰ্য । 
১৩৮৫) বিবেক (Bibek) - বিবেচনা শক্তি ।





Type: Bipasha kakati