বুৰ্দ্ধ মান মহাবীৰ সকলো প্ৰশ্ন উত্তৰ


1) বুৰ্দ্ধমান মহাবীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ জন্ম হৈছিল ৫৯৯ খ্ৰীষ্টপূৰ্বত।

2) বুৰ্দ্ধমান মহাবীৰ পিতৃ নাম কি আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ পিতৃ নাম আছিল সিদ্ধাৰ্থ।

3) বুৰ্দ্ধমান মহাবীৰ মাতৃ নাম কি আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ মাতৃ নাম আছিল ত্ৰিশলা।

4) বুৰ্দ্ধমান মহাবীৰ কিমান চনত মৃত্যু হয়।

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ মৃত্যু হয় ৫৭২ খ্ৰীষ্টপূবত।

5) বুৰ্দ্ধমান মহাবীৰ জন্ম তাৰিখটো কি হিচাপে পালন কৰা হয়?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ জন্ম তাৰিখটো মহাবীৰ জয়ন্তী হিচাপে পালন কৰা হয়। 

6) বুৰ্দ্ধমান মহাবীৰ কোন পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ- বিশ্বাস কৰা হৈ যে জৈন পৰম্পৰা মতে তেখেতে বিহাৰত এক ৰাজ পৰিয়ালত  জন্ম হৈছিল। 

7) বুৰ্দ্ধমান মহাবীৰ কোন নামৰ ঠাই দলপতি এজনৰ পুত্ৰ আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ কুন্দপুৰ নামৰ ঠাইৰ ক্ষত্ৰিয় গোষ্ঠীৰ দলপতি এজনৰ পুত্ৰ আছিল।

8) ২৪ জন তীৰ্থংকৰ বা ধৰ্ম প্ৰচাৰকে জৈন ধৰ্মৰ কথাবোৰ প্ৰচাৰ কৰিছিল তেওঁলোকৰ প্ৰথমগৰাকী নাম কি আছিল আৰু দ্বিতীয় গৰাকী নাম কি আছিল?

উত্তৰঃ- ২৪ জন তীৰ্থংকৰ বা ধৰ্ম প্ৰচাৰকে জৈন ধৰ্মৰ কথাবোৰ প্ৰচাৰ কৰিছিল তেওঁলোকৰ প্ৰথমগৰাকী নাম আছিল ঋষভ আৰু দ্বিতীয় গৰাকী নাম আছিল বৰ্দ্ধমান মহাবীৰ।

9) বুৰ্দ্ধমান মহাবীৰ ৩০ বছৰ বয়সতে ঘৰৰ পৰা ওলাই গৈ কি জীৱন- যাপন কৰিছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ ৩০ বছৰ বয়সতে ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী জীৱন- যাপন কৰিছিল। 

10) বুৰ্দ্ধমান মহাবীৰয়ে সুদীৰ্ঘ ১২ বছৰ কাল তেওঁ কঠোৰ তপস্যাত নিমগ্ন হৈছিল তপস্যাৰ অন্তৰত তেওঁ কি লাভ কৰিছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ সুদীৰ্ঘ ১২ বছৰ কাল তেওঁ কঠোৰ তপস্যাত নিমগ্ন হৈছিল আৰু তেওঁ লাভ কৰিছিল কৈৱল্য বা আত্মজ্ঞান লাভ কৰে।   

11) বুৰ্দ্ধমান মহাবীয়ে তেওঁ কি হিচাপে জ্ঞাত হৈছিল? 

উত্তৰঃ-বুৰ্দ্ধমান মহাবীয়ে তেতিয়া পৰাই তেওঁ সৰ্বজ্ঞ আৰু জিতেন্দ্ৰিয় হিচাপে জ্ঞাত হৈছিল।

12) বুৰ্দ্ধমান মহাবীয়ে ইন্দ্ৰিয় জয় কৰা বাবে তেওঁ কি উপাধি পাইছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীয়ে ইন্দ্ৰিয় জয় কৰা বাবে তেওঁ জিন উপাধি পাইছিল। 

13)বুৰ্দ্ধমান মহাবীয়ে সুদীৰ্ঘ ৩০ বছৰ কাল কোশল, মগধ, মিথিলা, বিদেহ, অংগ আদি বিভিন্ন ঠাইত জৈন ধৰ্ম প্ৰচাৰ কৰি তেওঁ কিমান বয়সত ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীয়ে সুদীৰ্ঘ ৩০ বছৰ কাল কোশল, মগধ, মিথিলা, বিদেহ, অংগ আদি বিভিন্ন ঠাইত জৈন ধৰ্ম প্ৰচাৰ কৰি তেওঁ ৭২ বছৰ বয়সতে তেওঁ মৃত্যু হয়।

14) বুৰ্দ্ধমান মহাবীৰ নীতি শিক্ষা কেইটা? আৰু কি কি?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীয় নীতি শিক্ষা ছয়টা। আৰু সেইকেইটা হ'ল- অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচৰ্য।

15) বুৰ্দ্ধমান মহাবীৰ অনুগামী সকল কি নামেৰে খ্যাত হৈছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ অনুগামী সকল দিগম্বৰ নামে খ্যাত হৈছিল।

16) বুৰ্দ্ধমান মহাবীৰ বাণীসমূহ কিছু বছৰ ধৰি মৌখিকভাৱে জনসাধাৰণৰ মাজত কি হৈছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ বাণীসমূহ কিছু বছৰ ধৰি মৌখিকভাৱে জনসাধাৰণৰ মাজত প্ৰচাৰিত হৈছিল।

 17) মহাবীৰৰ বাণীসমূহ সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ  কি ভাষাত লিখা হৈছিল?

উত্তৰঃ-  বুৰ্দ্ধমান মহাবীৰৰ বাণীসমূহ সৰ্বসাধাৰণ মানুহে বুজিব পৰাকৈ প্ৰাকৃত ভাষাত লিখা হৈছিল।

18) মহাবীৰে পৰম সত্য বা কেৱল জ্ঞান লাভ কৰা পিছত তেওঁ কি বাণী বিলাইছিল?

উত্তৰঃ- মহাবীৰে পৰম সত্য বা কেৱল জ্ঞাত লাভ কৰা পিছত তেওঁ সত্য আৰু অহিংসা বাণী বিলাইছিল।

19) বুৰ্দ্ধমান মহাবীৰে তেওঁৰ শিষ্যসকলক কি কি শিক্ষা দিছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰে তেওঁৰ শিষ্যসকলক পাঁচটা নীতি শিক্ষা দিছিল সেইকেইটা হল- অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰহ্মচৰ্য আৰু মায়া মোহৰ দ্বাৰা আবৃত নহৈ আত্মিক সংশোধন আৰু সঠিক জীৱন- যাপন শিক্ষা দিছিল। 

20) মহাবীৰ প্ৰকৃত নাম কি আছিল?

উত্তৰঃ- মহাবীৰ প্ৰকৃত নাম আছিল বুৰ্দ্ধমান।

21) বুৰ্দ্ধমান মহাবীৰ কিমান বছৰ কঠোৰ তপস্যাত থাকে?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীয়ে প্ৰায় চাৰে বাৰ বছৰ তেওঁ কঠোৰ তপস্যাত থাকে।

22) বুৰ্দ্ধমান মহাবীয়ে চাৰে বাৰ বছৰ কাল কাৰ তপস্যাত আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীয়ে চাৰে বাৰ বছৰ কাল ব্ৰহ্মচাৰ্য তপস্যাত আছিল।

23) বুৰ্দ্ধমান মহাবীৰ তেওঁ ধৰ্মীয় প্ৰতীক কি আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ তেওঁ ধৰ্মীয় প্ৰতীক হল- সিংহ আৰু শাল গছ।

24) জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ কি?

উত্তৰঃ- জৈন ধৰ্মৰ অনুগামী সকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱটো নাম হল মহাবীৰ জয়ন্তী বা মহাবীৰ জন্ম কল্যাণ।

25) বুৰ্দ্ধমান মহাবীৰ তিথিটো কি মাহত অনুষ্ঠিত কৰা হয়?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ তিথিটো অসমীয়া চ'ত মাহৰ শুক্লা ত্ৰয়োদশী আৰু ইংৰাজী মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত কৰা হয়।

 26) বুৰ্দ্ধমান মহাবীৰ জন্ম হোৱা ঠাই খনৰ নাম কি আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ জন্ম হোৱা ঠাইখনৰ নাম আছিল বিহাৰ বৈশালী জিলা কুণ্ডগ্ৰাম।

27) বুৰ্দ্ধমান মহাবীৰ পাৰম্পৰিক জৈন ধৰ্মৰ মতে তেওঁ কি ৰূপত পূজা কৰা হয়?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ পাৰম্পৰিক জৈন ধৰ্মৰ মতে তেওঁক মহাবীৰ দিগম্বৰ হিচাপে পূজা কৰা হয়।

28) বুৰ্দ্ধমান মহাবীৰ কিমান ফুট উচ্চতা আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ ১০.৫ ফুট উচ্চতা আছিল।

29) বুৰ্দ্ধমান মহাবীৰ তেওঁ হাতখন কলৈ প্ৰসাৰিত?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ তেওঁ হাতখন আঁঠুলৈ প্ৰসাৰিত।

30) বুৰ্দ্ধমান মহাবীৰ তেওঁ বুকুত কি আছিল?

উত্তৰঃ- বুৰ্দ্ধমান মহাবীৰ তেওঁ বুকুত শ্ৰীবৎস থাকে। 


Type Sumit Patar