4.6.1 সমভাৰী (ISOBARS)

কেলছিয়াম, পাৰমাণৱিক সংখ্যা 20 আৰু আৰ্গন , পাৰমাণৱিক সংখ্যা 18 এই মৌল দুটা বিবেচনা কৰা হওঁক। এই পৰমাণু দুটাত ইলেকট্রনৰ সংখ্যা ভিন্ন, কিন্তু এই দুয়ােটা মৌলৰ ভৰ সংখ্যা 40। অর্থাৎ এই মৌলবােৰৰ পৰমাণুত নিউক্লিয়নৰ মুঠ সংখ্যা একে। বেলেগ বেলেগ পাৰমাণৱিক সংখ্যাবিশিষ্ট একে ভৰ সংখ্যাযুক্ত বেলেগ বেলেগ মৌলৰ পৰমাণুবােৰক সমভাৰী বােলা হয়।



Class 9 General Science Chapter 4

Bidyut Thakuria.