Cristiano Ronaldo
Cristiano Ronaldo

Cristiano Ronaldo: ক্ৰিষ্টিয়ানো ৰোনাল্দোৰ জন্ম হৈছিল ১৯৮৫ চনৰ ৫ ফেব্ৰুৱাৰীত মাহত পর্তুগাল নাম থাইত। তেখেতৰ সম্পূৰ্ণ নাম ক্ৰিষ্টিয়ানো ৰোনাল্ডো ডছ চেণ্টোচ আভেইৰো। তেওঁ তিনি বছৰৰ বয়সৰ পৰাই ফুটবলৰ প্ৰতি ধাউতি আছিল। আৰু ৬ বছৰৰ বয়সৰ পৰাই ফুটবল খেলিবলৈ লৈছিল। তেওঁ প্ৰথমে আঠ বছৰ বয়সত "এণ্ডোৰিনহা" নামৰ এটা অপেছাদাৰী গোটত কৰ্মজীৱন আৰম্ভ কৰিছিল। 
Game winning moment

২০১৬ ত ইউৰো, তেওঁ প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক খিতাপ জয়ৰ কৰাৰ প্ৰয়াসৰে ফাইনেলত প্ৰৱেশ কৰিছিল। ফাইনেললৈ যাওঁতে তেওঁ ডু অৰ ডাই মেচত হাংগেৰীৰ বিৰুদ্ধে এযোৰ গ'ল আৰু সহায় কৰিছিল৷ দ্বিতীয় ৰাউণ্ডৰ খেলখনত তেওঁ অতিৰিক্ত সময়ৰ শেষ মুহূৰ্তত সহায় কৰিবলৈ মাত্ৰ ৮ ছেকেণ্ডত ৬৮ মিটাৰ দৌৰিছিল আৰু কোৱাৰ্টাৰ ফাইনেলত টাই (tie) ত উপনীত হৈছিল। তেওঁ হ'ল ফুটবল খেলত সকোলোতকৈ বেছি গ'ল কৰা ব্য়ক্তি। 

Cristiano Ronaldo With his wife
Cristiano Ronaldo With his wife

বিবাহঃ তেখেতে জৰ্জিনা ৰোড্ৰিকেজ নাম মহিলা লগত বিবাহ পাক্ষত আবদ্ধ হয়। তেখেতৰ ল'ৰা আৰু ছোৱালী সংখ্য়া ৪ টা।      

Type
Hirok Jyoti Bora.