শংকৰদেৱ

জন্ম হ'ল বৰ্ট্ৰদোৱাৰ বৰদোৱা থানত,

তেৱেঁই মহাপুৰুষ আমাৰ সকলোৰে মানত।

জন্ম দি জননী বৈকুন্ঠলৈ গ'ল,

মহেন্দ্ৰ কন্দলিৰ টোলত পঢ়িবলৈ গ'ল।

কম দিনতে পুৰাণ,শাস্ত্ৰ শিকি,

স্বৰচিহ্ন নোহোৱাকৈ কবিতা লিখি।

মাধৱ দেৱক নিজৰ প্ৰিয় শিষ্য মানি,

থৈ গ'ল অসমীয়াক একতাৰ দোলেৰে বান্ধি।

নামঘৰ, মনিকূট, সত্ৰ আদি প্ৰতিষ্ঠা কৰি,

নামৰ ৰসেৰে বোৱাই গ'ল অসমীয়া জাতিক।

কবিঃ

DIKHA BORA 

CLASS -8

RAMESHWARI SANGHA VIDYALAY

MORIGAON (ASSAM)