অগ্নিগড়


অগ্নিগড়ত আছে ঊষা-অনিৰুদ্ধৰ গৰিমা,

আৰু আছে শ্ৰীকৃষ্ণৰ মহিমা।

ঊষাৰ বিৱৰণ, চিত্ৰলেখাৰ অংকন,

দেখিলেই ভাল লাগে মন।

ঊষা-আৰু অনিৰুদ্ধৰ বিয়া,

লগত থাকে সখি চিত্ৰলেখা।

একেৰাতিৰ ভিতৰতে মাৰিলে গড়,

ঊষাই মনে-প্ৰাণে অনিৰুদ্ধক মানিলে বৰ।

তাৰ লগতে দেখিলো হৰিহৰৰ যুদ্ধ,

চিত্ৰলেখাৰ চিত্ৰ দেখি হয় মন মুগ্ধ।


কবিঃ DIKHA BORA

RAMESHWARI SANGHA VIDYALAY.

MORIGAON (ASSAM)