Assamese to English 

1. মই সদায় স্কুললৈ যাওঁ 

I Always Goes To School 

2. বাঘটোক চিকাৰীয়ে হত্যা কৰিছিল

The Tiger Was killed By The Hunter 

3. শিক্ষকজনে কৈছিল "পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে।

The teacher said "The earth revolves around the sun.

4. গিলাচটোত অলপ পানী আছে।

The glass has a little water.

5. কেঁচুৱাটোৱে কান্দি আছে

The baby is crying

6. মায়ে ভাত ৰান্ধি আছে

mother is cooking rice

7. কয়লা কুলা 

Coal Is Black 

8. গাখাৰ বগা  

Milk Is White