অনুশীলনী : 3.4

1) তলত দিয়াবোৰ নিশ্চিতভাৱে ঘটিব, ঘটনাটো অসম্ভৱ, ঘটিব পাৰে কিন্ত্ত নিশ্চিত নহয় কোনটো শুদ্ধ কোৱা?

(i) অহা বছৰ স্বাধীনতা দিৱস 15 আগষ্টত উদযাপন কৰা হব।

Ans নিশ্চিতভাৱে ঘটিব।

(ii) তুমি ভাল ৰিজাল্ট কৰিলে এটা পুৰস্কাৰ পাবা।

Ans ঘটিব পাৰে কিন্ত্ত নিশ্চিত নহয়।

(iii) অহা সপ্তাহত বুধবাৰৰ পিছৰ দিনটো শুক্ৰবাৰ হব।

Ans ঘটনাটো অসম্ভৱ।

(iv) তোমাক আজি বন্ধুজনে দেখা কৰিব।

Ans ঘটিব পাৰে কিন্ত্ত নিশ্চিত নহয়।

(v) তুমি চিৰিয়াখানালৈ গলে ডাইনচৰ দেখা পাবা।

Ans ঘটনাটো অসম্ভৱ।

2) এটা পাএত চাৰিটা মাৰ্বল আছে। এটা ৰঙা, এটা হালধীয়া, এটা কলা আৰু এটা বগা ৰঙৰ।

(i) ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিকা কিমান?

(ii) বগা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিকা কিমান?

soln দিয়া আছে,

  পাএটোত থকা ৰঙা মাৰ্বলৰ সংখ্যা = 1টা।

   ,,     ,, হালধীয়া ,,    ,,  = 1টা।

  পাএটোত  ,,  লা  ,,    ,,  = 1টা

  পাএটোত  ,,  বগা  ,,     ,,  = 1টা

 পাএটোত থকা মুঠ মাৰ্বলৰ সংখ্যা = 1+1+1+1  = 4টা

(i) ৰঙা ৰঙৰ মাৰ্বলটো উলিয়াই অনাৰ সম্ভাৱিতা =



3) ৰীতা, ববিতা, হেমা, পুষ্পা আৰু মেঘাই নিজৰ নিজৰ নামবোৰ কাগজৰ টুকুৰাত লিখি এটা বাকচত ভৰালে। মেঘাই বাকচৰ পৰা এটা নাম উলিয়ালে। তাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱিতা কিমান?

Soln  ইয়াত মুঠ ছোৱালীৰ সংখ্যা = 5 জনী

       মুঠ ফলাফল = 5

       মেঘাই নিজৰ নামটো উলিয়াই অনাৰ সম্ভাৱিতা =

4) ‘EDUCATION’ এই শব্দটোত পৰা ইংৰাজী স্বৰবৰ্ণখিনি উলিয়াই অনাৰ সম্ভাৱিতা কিমান?

Soln ইয়াত ‘EDUCATION’ শব্দটোত থকা মুঠ বৰ্ণৰ সংখ্যা = 9

          ঘটনাৰ মুঠ ফলাফল =9

আকৌ,  ‘EDUCATION’ শব্দত থকা স্বৰবৰ্ণৰ সংখ্যা = 5 ( A, I, O, U, E )

      স্বৰবৰ্ণ উলিয়াই অনাৰ সম্ভাৱিতা =  

 

5) এটা পাচিত 4টা আম, 3টা নাচপতি আৰু 5টা কল আছে। পাচিটোৰ পৰা গোটেইখিনি কল উলিয়াই অনাৰ সম্ভাৱিতা কিমান হ?

Soln দিয়া আছে,

   পাচিত থকা আমৰ সংখ্যা = 4টা

  পাচিত থকা নাচপতিৰ সংখ্যা = 3টা

  পাচিত থকা কলৰ সংখ্যা   = 5টা

 পাচিত থকা মুঠ ফলৰ সংখ্যা = 4+3+5  =12 টা

  পাচিটোৰ পৰা কলখিনি উলিয়াই অনাৰ সম্ভাৱিতা