অনুশীলনী
: 3.3
1) দণ্ডচিএ সহায়ত
প্ৰশ্নবোৰৰ উওৰ লিখা:
(i) কিমান গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল ভাল পায়?
(ii) চাৰিওবিধ খেলভালপোৱা মুঠ
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
(iii) আটাইতকৈ বেছি আৰু আটাইতকৈ কম
ভালপোৱা খেল দুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য কিমান?
Soln: দিয়া আছে,
ক্ৰিকেট খেল ভালপোৱা ছাত্ৰ-ছাত্ৰীৰ
সংখ্যা = 40 গৰাকী।
ফুটবল ,,
,, ,, ,,
=60 গৰাকী।
কাবাডী ,, ,,
,, ,, = 45 গৰাকী।
দৌৰ ,,
,, ,, ,,
= 50 গৰাকী।
(i) 60 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ফুটবল
ভালপায়।
(ii) চাৰিওবিধ খেল ভালপোৱা
ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = (40+60+45+50) =195 গৰাকী।
(iii) আটাইতকৈ বেছি আৰু আটাইতকৈ কম
ভালপোৱা খেল দুবিধৰ মাজত ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য = 60-40
=20 গৰাকী।
b) গণিতৰ পৰীক্ষাত 60,65,70,75,80 (100 নম্বৰৰ ভিতৰত) এই নম্বৰসমূহ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দণ্ডচিএৰ সহায়ত
দেখুওৱা হৈছে।
(i) কিমানজন ছাত্ৰ-ছাত্ৰীয়ে 70তকৈ বেছি নম্বৰ লাভ কৰিছে?
(ii)কেইজন ছাত্ৰ-ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু কিমান?
(iii)65 আৰু 75 এই নম্বৰ দুটা লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?
Soln: দিয়া আছে
60 নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = 4 গৰাকী।
65 ,,
,, ,, ,,
,, = 6 গৰাকী।
70 ,,
,, ,, ,,
,, = 4 গৰাকী।
75 ,, ,, ,,
,, ,, = 5 গৰাকী।
80 ,,
,, ,, ,,
,, = 3 গৰাকী।
(i) 70 তকৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী = (5+3) = 8 গৰাকী।
(ii) জন ছাত্ৰ-ছাত্ৰীয়ে সমান নম্বৰ লাভ কৰিছে আৰু
(iii) 65 আৰু 75 লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা = (6+5) গৰাকী
= 11 গৰাকী।
2) সাতোঁৰৰ প্ৰশিক্ষণ কেন্দ্ৰ এটাও যোৱা পাঁচটা বছৰত নামভৰ্ত্তি কৰা
প্ৰশিক্ষাৰ্থীৰ সংখ্যা তলত দিয়া ধৰণৰ-
বছৰ |
2014 |
2015 |
2016 |
2017 |
2018 |
প্ৰশিক্ষাৰ্থীৰ সংখ্যা |
650 |
700 |
450 |
500 |
600 |
উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা
দণ্ডলেখ প্ৰস্ত্তত কৰা আৰু লগতে তলৰ প্ৰশ্নসমূহৰ উওৰ দিয়া-
(i)আটাইতকৈ বেছি প্ৰশিক্ষাৰ্থী কোনটো বছৰত আহে?
(ii)2014, 2015 আৰু 2016 এই তিনিওটা বছৰত নামভৰ্ত্তি কৰা মুঠ প্ৰশিক্ষাৰ্থীৰ সংখ্যা কিমান?
Soln:
(i)আটাইতকৈ বেছি
প্ৰশিক্ষাৰ্থী থকা বছৰ =2015
(ii)2014 ত নামভৰ্ওি কৰা
প্ৰশিক্ষাৰ্থীৰ সংখ্যা =650 গৰাকী
2015 ,, ,, ,, ,, =700 ,,
2016
,, ,, ,, ,, =450
,,
3) তলত বিভিন্ন ৰং
ভালপোৱা আৰু বেয়াপোৱা ছাএ-ছাএীৰ এখন তালিকা প্ৰস্ত্তত কৰা হ’ল –
ৰঙৰ নাম |
নীলা |
সেউজীয়া |
ৰঙা |
বেঙুনীয়া |
ভালপোৱা ছাএ-ছাএীৰ সংখ্যা |
14 |
15 |
12 |
14 |
বেয়াপোৱা ছাএ-ছাএীৰ সংখ্যা |
7 |
10 |
6 |
5 |
উপযুক্ত স্কেল
ব্যৱহাৰ কৰি উক্ত তথ্যৰ পৰা দ্বৈত দণ্ড লেখ অংকন কৰা।
Soln
4) এজন ছাএই সপ্তম আৰু ষষ্ঠ শ্ৰেণীৰ চাৰিওটা মূল্যায়নত 200 নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰসমূহ তলত দিয়া হ’ল। উপযুক্ত স্কেল ব্যৱহাৰ কৰি এটা দ্বৈত দণ্ডলেখ অংকন কৰা
আৰু তলৰ প্ৰশ্নবোৰৰ উওৰ দিয়া।
শ্ৰেণী |
ইংৰাজী |
গণিত |
বিজ্ঞান |
অসমীয়া |
সমাজ বিজ্ঞান |
ষষ্ঠ |
144 |
164 |
160 |
134 |
170 |
সপ্তম |
130 |
175 |
170 |
165 |
150 |
(i)কোনটো বিষয়ত
ছাএজনে আটাইতকৈ উন্নত ফল দেখুৱাইছে?
(ii)কোনটো বিষয়ৰ
কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন?
(iii)সবাৰ্ধিক নম্বৰ
পোৱা বিষয় আৰু শ্ৰেণীটো কি?
Soln
(i) অসমীয়াত ছাএজনে
আটাইতকৈ উন্নত ফল দেখুৱাইছে।
(ii)সমাজ বিজ্ঞানত
ছাএজনৰ কৃতকাৰ্যতাৰ স্তৰ একেবাৰে নিম্ন।
(iii)সবাৰ্ধিক নম্বৰ
পোৱা বিষয়টো হ’ল গণিত আৰু
সপ্তম শ্ৰেণীত।
5) এখন কিতাপৰ
দোকানত চাৰিটা বছৰত বিক্ৰী হোৱা ইংৰাজী আৰু অসমীয়া কিতাপৰ সংখ্যা তলত দিয়া হ’ল। তালিকাখনৰ পৰা উপযুক্ত স্কেল ব্যৱহাৰ কৰি দ্বৈত দণ্ডলেখ
অংকণ কৰা আৰু প্ৰশ্নবোৰৰ উওৰ দিয়া?
বছৰ |
2014 |
2015 |
2016 |
2017 |
ইংৰাজী |
350 |
400 |
300 |
600 |
অসমীয়া |
500 |
600 |
450 |
650 |
(i)আটাইতকৈ বেছি
অসমীয়া কিতাপ কোনটো চনত বিক্ৰী হৈছিল?
(ii)2016 চনত বিক্ৰী
হোৱা অসমীয়া আৰু ইংৰাজী কিতাপৰ পাৰ্থক্য কিমান?
(iii)2015 চনত মুঠ কিমান
কিতাপ বিক্ৰী হৈছিল?
Soln
(i) 2017 চনত আটাইতকৈ বেছি অসমীয়া কিতাপ
বিক্ৰী হৈছিল।
(ii) 2016 বৰ্ষত বিক্ৰী হোৱা অসমীয়া আৰু
ইংৰাজী কিতাপৰ পাৰ্থক্য =450-300
=150 খন।
(iii)2015 চনত মুঠ কিতাপ বিক্ৰী হৈছিল = 400+600
=1000 খন।