HTML 

    HTMLৰ সম্পূৰ্ণ নাম হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেঙ্গুৱেজ। যিয়ে Websiter বিকাশত অধিক ব্যৱহাৰ কৰা হয়। HTML বাৰ্ণাৰছ-লীয়ে 1991 চনত সৃষ্টি কৰিছিল। HTMLৰ প্ৰথম স্পেচিফিকেচন আছিল "HTML 2.0" ইয়াক 1995 চনত প্ৰকাশ কৰা হৈছিল। HTMLৰ দ্বিতীয় স্পেচিফিকেচন আছিল "HTML 4.1" ইয়াক 1999 চনত প্ৰকাশ কৰা হৈছিল। HTMLৰ তৃতীয় স্পেচিফিকেচন হৈছে বৰ্তমান প্ৰচলিত "HTML 5" ইয়াক 2012 চনত প্ৰকাশ কৰা হৈছিল।

    The full name of the HTML is Hyper Text Markup Longuage. Which is used more in Websiter development. HTML Burns-Lee created in 1991. the first specification of the HTML was "HTML 2.0" it was published in 1995. The second specification of HTML was "HTML 4.1" it was published in 1999. The third specification of HTML is the now prevalent "HTML 5" it was published in 2012.



    HTML হৈছে শিক্ষাৰ্থী আৰু কৰ্মৰত সকলৰ বাবে এজন ছফ্টৱেৰ অভিযন্তা হোৱাৰ সুযোগ। বিশেষকৈ যেতিয়া তেওঁ ৱেব ডেভেলপমেণ্টৰ ওপৰত কাম কৰি থাকে।

    HTML is a software engineer for students and employees. Especially when he is working on web development.






Post ID : DABP004884