বশিষ্ঠাশ্ৰম

আৰ্হি প্ৰশ্নঃ

১) ৰঘুনাথ চৌধাৰীৰ পৰিচয় লিখি বশিষ্ঠাশ্ৰম কবিতাটোৰ সাৰাংশ  লিখা ।

উত্তৰঃ

২) বশিষ্ঠাশ্ৰমত বসন্তকাল আৰু শৰৎকালৰ দৃশ্যৰাজি কেনেদৰে বৰ্ণিত হৈছে লিখা ।

উত্তৰঃ

৩) কবিয়ে  বশিষ্ঠাশ্ৰমক কি বুলি অভিহিত কৰিছে ।  বশিষ্ঠাশ্ৰমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ এটি বিৱৰণ দাঙি ধৰা ।

উত্তৰঃ


৪) প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ

        (ক) লেখা আছে বশিষ্ঠৰ হৃদয় দুৰ্গত-

            অতীত গৌৰৱ স্মৃতি আৰু পূণ্য কথা,

            বিশ্বলীলা অভিনয় কীৰ্তি শত শত ।

উত্তৰঃ


        (খ) আজিও  বশিষ্ঠাশ্ৰম আছে একেভাৱে

            আৰ্যৰ গৌৰৱ ঘোষি মৰ্ত্য ভূৱনত

            বিজেতাৰ হেন্দোলনি সহিছে নীৰৱে ।

উত্তৰঃ



Type- Leena Kakati