By which amendment of the Constitution of India, the Right to Property was removed as a Fundamental Right?(ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল?)  

উত্তৰঃ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ ৪৪ তম সংবিধা সংশােধনীৰ জৰিয়তে ১৯৭৮ চনত বাতিল কৰা হয় ।