প্ৰশ্নঃ Define constitution. (সংবিধানৰ সংজ্ঞা দিয়া।)

উত্তৰঃ লর্ড ব্রাইচে কয় , “ সংবিধান হ'ল সেইবিলাক আইন আৰু প্ৰথাৰ সমষ্টি , যিবিলাকৰ দ্বাৰা ৰাষ্ট্রৰ জীৱন পৰিচালিত হয় । ”