No subjects found. Create Your Profile

Showing posts with the label Political Science Short Question AnswerShow all
Mention two Fundamental Duties of the India citizens.(ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা।)
Mention two rights contained in Article 19 of the constitution. (সংবিধান ১৯ অনুচ্ছেদত সন্নিবিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা।)
Mention two fundamental Rights of an In-dian citizens.(ভাৰতীয় নাগৰিকৰ দুটা মৌলিক আধিকাৰ উল্লেখ কৰা ।)
Why fundamental rights are inserted in the constitution of India? State four reasons. (ভাৰতীয়  সংবিধানৰ কিয় মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছিল? চাৰিটা কাৰণ দৰ্শোৱা।)
Write two Gandhian principles contained in the directive principles of state policy.( ৰাষ্ট্ৰ নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্ত দুটা গান্ধীবাদী নীতিৰ উল্লেখ কৰা।)
Write four consitutional guarantees for the preservation of Fundamental Rights.(মৌলিক আধিকাৰ সংৰক্ষণৰ বাবে থকা চাৰিটা সাংবিধানিক ব্যৱস্থা লিখা।)
Write two economic principles contained in the Directive principles of state policy of the constitution.( ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশনৃক নীতিত সন্নিবিষ্ট কৰা দুটা অৰ্থনাতিক নীতি লিখা।)
Mention four characteristics of our Funda-mental Rights.(মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ মাজত চাৰিটা প্ৰাৰ্থক্য লিখা।)
Describe the Fundamental Rights of the citi- zens of India. Can Fundamental rights be amended?) ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰসমূহ বৰ্ণনা কৰা। মৌলিক অধিকাৰ সংশোধন কৰিব পাৰিনে
Abolition of untouchability is a Right to Equality / Right to Freedom of Religion / Right against Exploitation. (Choose the correct answer) (অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ/ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ / শোষণৰ বিৰুদ্ধে অধিকাৰ।)শুদ্ধ উত্তৰটো  বাছি উলিওৱা)
Abolition of untouchability is a Right to Equality / Right to Freedom of Religion / Right against Exploitation. (Choose the correct answer) (অস্পৃশ্যতা বৰ্জন কৰা এক সমতাৰ অধিকাৰ/ধৰ্মৰ স্বাধীনতাৰ অধিকাৰ / শোষণৰ বিৰুদ্ধে অধিকাৰ।)শুদ্ধ উত্তৰটো  বাছি উলিওৱা)
Write two principles contained in international principles of the Directive Principles of state policy.(ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় নীতিত সন্নিবিষ্ট কৰা দুটা নীতি লিখা।)
Write the differences between Fundamental Rights and Directive Principles.(মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত দুটা প্ৰভেদ লিখা।) |
Mention a Right to Liberty and personal Freedom.(স্বতন্ত্ৰতা আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ এটা উল্লেখ কৰা।) |
By which amendment of the Constitution of India, the Right to Property was removed as a Fundamental Right?(ভাৰতীয় সংবিধানৰ কোনটো সংশোধনী জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হৈছিল?)
Which Article of the Constitution of India has given special status to Jammu and Kashmir?(ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি জম্বু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে?)
Write a difference between General Rights and Fundamental Rights.(সাধাৰণ আধিকাৰ আৰু মৌলিক অধিকাৰৰ মাজৰ এটা পাৰ্থক্য লিখা।)
Write four differences between Fundamental Rights and Directive Principles of state policy. (মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ মাজত চাৰিাটা পাৰ্থক্য লিখা।)
Which Fundamental Rights enshined in the Constitution of India is regarded as the 'Heart and Soul' of the Constitution?(ভাৰতীয় সংবিধানত সন্নিৱিষ্ট কোনটো মৌলিক অধিকাৰ সংবিধানৰ 'হৃৎপিণ্ড আৰু আত্মা বুলি বিবেচনা কৰ হয়?)
Mention one International Principle declared in the Directive Principles of State policy. (ৰাষ্ট্ৰৰ  নিৰ্দেশাত্মক নীতিত ঘোষিত এটা আন্তৰ্জাতিক নীতি উল্লেখ কৰা।)