অনুশীলনী 4.4

1. y = 3ৰ জ্য়ামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰনটো-

(i) এটা চলকযুক্ত (ii) দুটা চলকযুক্ত

উত্তৰঃ  (i) এটা চলকৰ ক্ষেত্ৰত-

Y = 3 ক তলত সংখ্য়া ৰেখাত দেখুওৱা হ’ল –



(ii) দুটা চলকৰ ক্ষেত্ৰতঃ
Y = 3     0.x + 1y = 3

2. 2x + 9 = 0 ৰ জ্য়ামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰৈ হয় যে সমীকৰনটো-
(i) এটা চলকযুক্ত          (ii) দুটা চলকযুক্ত 
উত্তৰঃ  (i) এটা চলকৰ ক্ষেত্ৰতঃ
2x + 9 = 0         x = -9⁄2

(ii) দুটা  চলকৰ ক্ষেত্ৰতঃ-

2x + 0.y + 9 = 0

Type- Bhaskar Jyoti Nath