Mention any three features of the India constitution. (ভাৰতীয় সংবিধান যিকোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।)

উত্তৰঃ ভাৰতীয় সংবিধান যিকোনো তিনিটা বৈশিষ্ট্য হল- (১) ই আমাৰ ৰাষ্ট্ৰীয় স্বাৰ্থ ৰক্ষা কৰে। (২) ই এখন দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰকৃতি নিৰ্ধাৰণ কৰে। (3) ই গণতান্ত্ৰিক সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে...