অধ্যায় ৪ 

ৰুচো আৰু ফ্ৰৱেলৰ শৈক্ষিক চিন্তাধাৰা


প্ৰশ্নাৱলী 

(1) কোন চনত ৰুছ'ৰ জন্ম হৈছিল?

In which year Rosseau was born? 

Ans-


(2) কোন চনত এমিলখন প্ৰকাশ হৈছিল?

In which year the Emile was published ? 

Ans-


(3) এমিলখনত কেইটা অংশ আছে?

How many parts did Emile have? 

Ans-


(4) ৰুচ'ৰ দাৰ্শনিক চিন্তাধাৰা নামটো লিখা। 

Name the philosophical ideology of Roseau. 

Ans-


(5)কোন চনত ফ্ৰৱেলৰ জন্ম হৈছিল?

In which year Froebel was born?

Ans-


(6) ফ্ৰৱেলৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি?

What is the name of famous book of Froebel?

Ans-


শুদ্ধ বা অশুদ্ধ লিখা (Write True of False) 


(7) জ্ঞান লাভৰ বাবে ইন্দিয় প্ৰশিক্ষণৰ প্ৰয়োজন। 

Sense training is necessary for acquiring knowledge.

Ans-


(8) ৰুছ'ই শিশুকেন্দ্ৰিক শিক্ষাৰ ধাৰণাটো সমৰ্থন কৰিছিল।

Rousseau advocated the concept of child-centric education.

Ans-


(9) ৰুছ'ৰ মতে অভ্যাস গঠন কৰাটো শিশুৰ বাবে অতি আৱশ্যকীয়।

Habit formation is very essential for children according to Rosseau.

Ans-


(10) চুফিয়া হৈছে ৰুছ'ৰ কাল্পনিক পত্নী।

Sophie is the imaginary wife of Rousseau.

Ans-


(11) ৰুছ'ৰ মতে, 'প্ৰকৃতি হৈছে এক মহান শিক্ষক'।

According to Rousseau, 'Nature is a great teacher.'

Ans-


(12) ৰুছ' শিক্ষা গতানুগতিক ধাৰণাৰ পক্ষপাতি আছিল। 

Rosseau was infavour of the traditional concept of education. 

Ans-


(13) ফ্ৰৱেলৰ কিণ্ডাৰগাৰ্টন শিক্ষযা পুথিগত আছিল। 

Kindergarten education of Frobel was bookish.

Ans-


(14) স্বকৰ্ম ফ্ৰৱেলৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ দিশ।

Self activity is an important aspect of Froebel's education.

Ans-


(15) ফ্ৰৱেলে বাহ্যিক অনুশাসনত গুৰুত্ব দিছিল।

Froebel gave importance on external discipline.

Ans-


(xvi)                  চনত প্ৰথমখন কিণ্ডাৰগার্টেন স্থাপন কৰা হৈছিল। 

First Kindergarten was established in the year                

( xvii) The Education of Man  গ্ৰন্থৰ লিখক হ'ল               

                 was the writer of the book The Education of man. 

(xviii) অনৈক্যৰ মাজত ফৱেলৰ শিক্ষা দৰ্শনৰ এক গুৰুত্বপূৰ্ণ নীতি। 

                of diversity is one important principle of Froebel's educational philosophy.


(২) চমুটোকা লিখা (Write short notes)


(i) এমিল আৰু ইয়াৰ গুৰুত্ব 

Emile and its importance.


(ii) ৰুছ'ৰ মতে মানৱ বিকাশৰ চাৰিটা স্তৰ।

Stages of human development according of Rousseau.

Ans-


(iii) ইন্দ্ৰিয় প্ৰশিক্ষণৰ দ্বাৰা শিক্ষণ। 

Learning by sense training.

Ans-


(iv) ৰুছ'ৰ মতে স্ত্রীশিক্ষাৰ লক্ষ্য।

Aims of women education according to Rosseau.

Ans-


(v) ৰুছ'ৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা 

Role of teacher in Rousseau's education system.

Ans-


(vi) স্বাভাৱিক পৰিণতিৰদ্বাৰা অনুশাসন

Discipline by natural consequences.

Ans-


(vii) উপহাৰ আৰু বৃত্তি

Gifts and occupation

Ans-


(viii) ফ্ৰৱেলৰ জীৱন দৰ্শন

 Life philosophy of Froebel

Ans-

ফ্ৰৱেলৰ মতে শিক্ষকৰ ভূমিকা 

(ix) Discipline according to Froebel

Ans-


(x) চিন্তাবিদসকল ফুৱেলৰ মতে অনুশাসন

Role of Teacher according to Froebel  

Ans-


উত্তৰ লিখা (Write answer)


(i) “ৰুছ’ হৈছে আধুনিক শিক্ষাতত্ব আৰু অনুশীলনৰ পিতৃস্বৰূপ”—উক্তিটো ব্যাখ্যা কৰা।  

"Rousseau is the Father of modern educational theory and practice"-Explain the statement.

Ans-


(ii) ৰুছ'ৰ মতে শিকণৰ পদ্ধতিসমূহ কি আছিল?

What were the methods of teaching according to Rousseaue?

Ans-


(iii)আধুনিক শিক্ষাৰ পৰিপ্ৰেক্ষিতত ৰুছ'ৰ নেতিবাচক শিক্ষাৰ মূল্যায়ন কৰা।

 Evaluate the Rousseau's Negative education in the perspective of modern education.

Ans-


(iv)ৰুছ'ৰ স্ত্ৰীশিক্ষাৰ ধাৰণাটোত তুমি একমতনে? কাৰণ দশোৱা। 

Do you agree with the Rousseau's concept of women education? Give the  reason.

Ans-


(v) ৰুছ'ৰ মতে প্ৰকৃতিবাদৰ তিনিটা প্ৰকাৰ সম্পৰ্কে ব্যাখ্যা কৰা। 

Explain the three forms of Naturalism according to Rousseau. 

Ans-


(vi) ফ্ৰৱেলৰ শৈক্ষিক দৰ্শন বৰ্ণনা কৰা।

Describe the educational philosophy of Froebel.

Ans-


(vii) শিশুৰ ব্যক্তিত্বৰ বিকাশত ফ্ৰৱেলৰ শিক্ষাৰ ভূমিকা বৰ্ণনা কৰা। 

Describe the role of Froebel's education in child's personality development.

Ans-


(viii) আধুনিক শিক্ষাত ফুৱেলৰ বৰঙণি আলোচনা কৰা। 

Discuss the contribution of Froebel to modern education.

Ans-


(vix) ফ্ৰৱেলৰ কিণ্ডাৰগার্টেনৰ বিষয়ে এখন ৰচনা লিখা। 

Write an essay on Froebel's Kindergarten.

Ans-


Question Type By Parina Hazarika 





Post ID: DABP002193