নিয়ন্ত্ৰণ আৰু সমন্বয়

অধ্য়ায়-7 


A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1 1. শুদ্ধ উত্তৰ বাছি উলিওৱা : (i) মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ হ'ল- [HSLC'16, '19] (a) চেৰিবেলাম (b) মেডুলা (c) পন্‌চ (d) চেৰিব্ৰাম (ii) তলৰ কোনবিধ ৰোগ থাইৰক্মিন্ হৰম'ন উপযুক্ত পৰিমাণত ক্ষৰিত নোহোৱাৰ বাবে হয় ? [HSLC 20] (i) বেৰিবেৰি (ii) গৰল ৰোগ

(iii) ডায়েবেটিছ

(iv) কটীয়ালগা 2. দুই ধৰণৰ স্নায়ু প্ৰবৰ্ধৰ নাম লিখা । [HSLC ' 15] 3. উদ্ভিদত কেম’ট্ৰপিজিমৰ এটা উদাহৰণ দিয়া । [HSLC ' 15] 4. কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ [HSLC '15]
(a) অক্সিন
(b) চাইট’কাইনিন (c) এবচাইচিক এচিড (d) জিবাৰেলিন 5. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে — [HSLC '17] (a) অক্সিন (b) জিবাৰেলিন (c) এবচাইচ্চি এচিড (d) চাইট'কাইনিন

6. হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হোৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ? [HSLC '16]

7. দুই প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি? [HSLC '17]
8. তেজত চেনীৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে - [HSLC '18]

(a) এড্রিনেলিন

(b) থাইরক্সিন

(c) ইনচুলিন

(d) টেষ্ট'ষ্টেন


B.চমু প্ৰশ্নাৱলীঃ মূল্যাংক : 2/3

1. ছাইনেপছ কি? স্নায়ুপ্রবাহ কেনেকৈ ছাইনেপছৰ মাজেদি পাৰ হয় ? [HSLC ' 15] 2. নিলাজী বনে কেনেকৈ উদ্দীপনাৰ প্ৰতি সহাঁৰি জনায় ? [HSLC '16]


3. স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্ৰণ কৰে ?. [HSLC '15]

4. আমি আহাৰত কিয় আয়ডিন যুক্ত নিমখ ব্যৱহাৰ কৰো ? [HSLC '16]


5. প্রতীপ ক্ৰিয়া কি? প্ৰাণীৰ প্ৰতীপ ধনু কিয় সৃষ্টি হৈছে? প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহৰ নাম লিখা । [HSLC '17] 6. এড্রিনেলিন হৰম'নৰ কাৰ্য সমূহ লিখা । [HSLC '17] 7. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্ৰবাহিত হয় ? [HSLC 18] 8. অন্তঃস্ৰাৱী গ্ৰন্থি কি? এটা অন্তঃস্ৰাৱী আৰু এটা বহিঃস্ৰাৱী গ্ৰন্থিৰ মাজৰ পাৰ্থক্য কি ? অন্তস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োটা কাৰ্য সম্পাদন কৰা গ্ৰন্থিটোৰ নাম লিখা [HSLC ' 18] 9. এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পার্থক্য লিখা । [HSLC '19] 10. হৰম'ন কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা হৰম'ন বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পোহৰৰ দিশত কৰা গতিৰ মাজৰ পাৰ্থক্য আছেনে? [HSLC ' 19] 11. জলানুবেগ কি ? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্ৰদৰ্শিত কৰা । [HSLC ' 19]


12. পেশীকোষে কেনেদৰে তাৰ আকৃতি সলনি কৰে ? [HSLC '20]

13. আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি? [HSLC 20]


14. মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা । চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্রিত ক্রিয়াকলাপসমূহ ব্যক্ত কৰা । [HSLC '20]


15. অক্সিন কি? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে ? [HSLC 20]

Type by Bikul Mandal