জীৱই কেনেকৈ বংশবিস্তাৰ কৰে 

অধ্য়ায়- 8 


A. অতি চমু প্ৰশ্নাৱলীঃ মূল্যাংক : 1 1. ইতৰ-পৰাগযোগ কি? [HSLC' 18] 2. কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? [HSLC' 18]


B. চমু প্রশ্নাৱলীঃ মূল্যাংক : 2/3

1. সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয় ? [HSLC' 15]


2. বিভিন্ন ধৰণৰ গৰ্ভনিৰোধক পদ্ধতি কি কি? [HSLC 15]


3. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশ সমূহ চিহ্নিত কৰা ৷ [HSLC'15, '17] 4. হাইদ্ৰাৰ মুকুল'দ্‌গম পদ্ধতি বর্ণনা কৰা ৷ [HSLC'16] 5. উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল লিখা । [HSLC '17] 6. এককোষী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা । [HSLC '17] 7. মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ এখন চিহ্নিত চিত্র আঁকা । [HSLC ' 17]


8. এমিবাৰ ক্ষেত্ৰত কি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয়? অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজনন প্ৰক্ৰিয়াৰসুবিধাসমূহ কি কি ? [HSLC '18]


9. সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বৰ্ণনা কৰা ৷ [HSLC '19]

10. ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হ'ব পাৰে? [HSLC '20]


11. স্পাইৰ’গাইৰাই কেনেদৰে বংশবিস্তাৰ কৰে ? [HSLC 20] 12. পৰাগযোজন কি? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পার্থক্য আছেনে? স্ব-পৰাগযোগ ইতৰ পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ ? [HSLC '20] 13. ঋতুচক্র কেনেদৰে সংঘটিত হয়? [HSLC '20]



Type by Bikul Mandal